ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৬
  • বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • ৰাহাব আৰু দুজন চোৰাংচোৱা
    বাইবেলৰ কাহিনী
  • বাৰজন চোৰাংচোৱা
    বাইবেলৰ পৰা শিকোঁ আহা
  • “সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বাৰজন চোৰাংচোৱা
    বাইবেলৰ কাহিনী
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৬
যিহোচূৱা আৰু কালেবে আন চোৰাংচোৱাসকলক আঙুৰৰ এটা ডাঙৰ থোক দেখুৱাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে

যিসকল চোৰাংচোৱাই বেয়া খবৰ দিছিল, তেওঁলোকৰ বিশ্বাস নাছিল (গণ ১৩:৩১-৩৩; ১৪:১১)

সেই দহ জন চোৰাংচোৱাৰ সাহস নথকাৰ বাবে আন লোকসকলৰো সাহস কমি গʼল (গণ ১৪:১-৪)

দুজন চোৰাংচোৱাৰ বিশ্বাস দৃঢ় হোৱাৰ বাবে তেওঁলোকে সাহস দেখুৱালে (গণ ১৪:৬-৯; w০৬–HI ১০/১ ১৭-১৮ ¶৫-৬)

ইস্ৰায়েলীসকলক যিহোৱা ঈশ্বৰে বহুবাৰ ডাঙৰ ডাঙৰ সমস্যাৰপৰা ৰক্ষা কৰিছিল, সেইবাবে যিহোৱাই কনান দেশও জয় লাভ কৰাব বুলি তেওঁলোকক বিশ্বাস ৰখাৰ প্ৰয়োজন আছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক