ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১৫
  • বুদ্ধিমত্তাৰে বন্ধু বাচনি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বুদ্ধিমত্তাৰে বন্ধু বাচনি কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আমাৰ দিনৰ বাবে এক সাৱধানবাণীযুক্ত উদাহৰণ প্ৰতি মনোযোগ দিবলৈ আগ্ৰহ কৰা হ’ল
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভাবি-চিন্তি বন্ধু বাছনি কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১৫
মোৱাবীয়া তিৰোতাবিলাকে ইস্ৰায়েলী পুৰুষসকলক, তেওঁলোকৰ লগত সংগতি কৰিবলৈ মাতিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বুদ্ধিমত্তাৰে বন্ধু বাচনি কৰক

মোৱাবৰ সমতলত ইস্ৰায়েলীসকলৰ লগত যি হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ। (১কৰি ১০:৬, ৮, ১১) কিছুমান ইস্ৰায়েলী পুৰুষসকলে অনৈতিক কাৰ্য্য কৰা আৰু মূৰ্তি-পূজা কৰা মোৱাবীয়া তিৰোতাসকলৰ লগত মিলা-মিচা কৰিছিল। সেইবাবে, তেওঁলোকে গভীৰ পাপ কৰিবলৈ ধৰিলে, ইয়াৰ পৰিণাম বহুত বেয়া হʼল। (গণ ২৫:৯) আমাৰ সহকৰ্মী, সহপাঠী, ওচৰ-চুবুৰীয়া, পৰিয়ালবৰ্গ আৰু চিনাকী লোকসকলৰ মাজত বেছি ভাগ লোকে যিহোৱাৰ উপাসনা নকৰে। যদি আমি এনে লোকসকলৰ লগত বেছিকৈ সংগতি কৰোঁ, তেনেহʼলে আমিও ইস্ৰায়েলীসকলৰ দৰে বিপদত পৰিব পাৰোঁ।

সতৰ্কতাৰ উদাহৰণ আমাৰ বাবে—এক আভাস নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘সতৰ্কতাৰ উদাহৰণ আমাৰ বাবে—এক আভাস’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। জিম্ৰীয়ে যামীন আৰু আন পুৰুষসকলক মোৱাবীয়া তিৰোতাবিলাকৰ বিষয়ে কিবা কৈছে।

    যামীনৰ আগত জিম্ৰী আৰু আন লোকসকলে কি ভুল ভাৱধাৰা প্ৰকাশ কৰিলে?

  • ‘সতৰ্কতাৰ উদাহৰণ আমাৰ বাবে—এক আভাস’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। পীনহচে যামীনক কিবা বুজাইছে।

    পীনহচে যামীনক কি কথা বুজালে?

  • এজন অবিশ্বাসীৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰা আৰু তাৰ বন্ধু হোৱাৰ মাজত কি পাৰ্থক্য আছে?

  • আমি মণ্ডলীত কিয় ভাবি-চিন্তি বন্ধু বাচনি কৰা উচিত?

  • আমি চচিয়েল মিডিয়াত অচিনাকী লোকৰ লগত গ্ৰুপ চেট কৰাৰপৰা কিয় আঁতৰি থকা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক