ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৪
  • মেʼ ১৬-২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মেʼ ১৬-২২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৪

মেʼ ১৬-২২

২ চমূৱেল ১-৩

  • গীত ১০৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “‘ধনূ’ নামৰ বিলাপগীতৰ পৰা আমি কি শিকিব পাৰোঁ?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ১:২৬—যোনাথন দায়ূদৰ নিজা ভাই নাছিল, তথাপি তেওঁ যোনাথনক “মোৰ ভাই” বুলি কিয় কৈছিল? (it-১-E ৩৬৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ৩:১-১৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। দৈনন্দিন বিষয়বোৰত এনেদৰে কথা পাতক, যাতে আপুনি কেইবাৰমান লগ কৰাৰ পাছত সচেতন থাকক! নং ১-লৈ ব্যক্তিজনৰ ধ্যান লৈ যাব পাৰে। (শিক্ষা অধ্যায় ২০)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৪, ভাগ ৫ আৰু কিছুমান লোকে কয় (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০৭

  • “প্ৰেমে অধাৰ্ম্মিকতাত আনন্দ নকৰে”: (৭ মি.) আলোচনা। প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—অধাৰ্ম্মিকতাত আনন্দ নকৰে নামৰ ভিডিঅʼখন দেখুৱাওক।

  • “প্ৰেমে . . . সকলোতে আশা কৰে”: (৮ মি.) আলোচনা। প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—সকলোতে আশা কৰে নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬৭, ৬৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৪৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক