ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৫
  • “প্ৰেমে . . . সকলোতে আশা কৰে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “প্ৰেমে . . . সকলোতে আশা কৰে”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • ‘প্ৰেমে অহংকাৰ নকৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আমাৰ আশা কল্পনা নহয়!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“প্ৰেমে . . . সকলোতে আশা কৰে”

আমি নিজৰ ভাই-ভনীসকলক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকে সঠিক কাম কৰিব বুলি আমি আশা কৰোঁ। (১কৰি ১৩:৪, ৭) উদাহৰণস্বৰূপে, যদি এজন ভায়ে পাপ কৰে আৰু প্ৰাচীনে তেওঁক শুধৰণি কৰিবলৈ পৰামৰ্শ দিয়ে, তেনেহʼলে তেওঁ সেই পৰামৰ্শ পালন কৰিব আৰু নিজকে শুধৰাব বুলি আমি আশা কৰোঁ। যিসকলৰ বিশ্বাস দুৰ্বল, আমি তেওঁলোকৰ দুৰ্বলতাবোৰৰ প্ৰতি ধৈৰ্য্য দেখুৱাওঁ আৰু তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰোঁ। (ৰোম ১৫:১) যদি কোনো ব্যক্তিয়ে মণ্ডলী এৰি গুচি যায়, তেওঁ এদিন নহয় এদিন উভতি আহিব বুলি আমি আশা কৰোঁ।—লূক ১৫:১৭, ১৮.

প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—সকলোতে আশা কৰে নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • অবনেৰ আগতে কাৰ ফলীয়া আছিল আৰু পাছত কাৰ ফলীয়া হৈ গʼল?

  • অবনেৰৰ অনুৰোধত দায়ূদে কি কৰিলে আৰু যোৱাবে কি কৰিলে?

  • আমাৰ ভাই-ভনীসকলে সঠিক কাম কৰিব বুলি আমি কিয় আশা ৰখা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক