ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১৪
  • “তোমাৰ লৰাক লোৱা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমাৰ লৰাক লোৱা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ আশ্ৰয় লওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১৪
চূনেমত থকা এজনী তিৰোতাই আনন্দেৰে নিজৰ লʼৰাক উঠাই আছে, যিজনক ওচৰতে থিয় হৈ থকা ইলীচাই পুনৰ জীৱিত কৰিছিল।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমাৰ লৰাক লোৱা”

চূনেমত থকা এজনী তিৰোতাই ইলীচাক ভালদৰে অতিথি-সৎকাৰ দেখুৱালে (২ৰাজা ৪:৮-১০)

যিহোৱাই সেই তিৰোতাৰ পৰা আনন্দিত হʼল আৰু তেওঁক এটি সন্তান দিলে (২ৰাজা ৪:১৬, ১৭; w১৭.১২-HI ৪ ¶৭)

যিহোৱাই ইলীচাৰ যোগেদি সেই তিৰোতাৰ লʼৰাক পুনৰ জীৱিত কৰিলে (২ৰাজা ৪:৩২-৩৭; w১৭.১২-HI ৫ ¶৮)

যদি আপুনিও নিজৰ সন্তানক মৃত্যুত হেৰুৱাইছে, তেনেহʼলে এই বেদনা সহন কৰাটো আপোনাৰ বাবে হয়তো বৰ কঠিন হৈছে। এনে পৰিস্থিতিত বিশ্বাস কৰক যে যিহোৱাই আপোনাৰ বেদনা বুজি পায়। তেওঁ অতি সোনকালে আপোনাৰ সন্তানক পুনৰ জীৱিত কৰিব। (ইয়ো ১৪:১৪, ১৫) সঁচাকৈ, সেয়া কিমান যে আনন্দৰ পৰিস্থিতি হʼব!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক