ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১৪
  • হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • “তোমাৰ লৰাক লোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • হিষ্কিয়া ৰজাক ঈশ্বৰৰ সহায়
    বাইবেলৰ কাহিনী
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১৪
ৰজা হিষ্কিয়াৰ বেমাৰ হৈছে আৰু তেওঁ বিচনাৰ পৰাই যিহোৱালৈ প্ৰাৰ্থনা কৰি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে

যিহোৱাই হিষ্কিয়াক কʼলে যে তেওঁ বেমাৰৰ পৰা সুস্থ নহʼব (২ৰাজা ২০:১; ip-১-HI ৩৯৪ ¶২৩)

বিশ্বাসী হিষ্কিয়াই কান্দি কান্দি যিহোৱালৈ মিনতি কৰিলে (২ৰাজা ২০:২, ৩; w১৭.০৩-HI ২১ ¶১৬)

হিষ্কিয়াৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই তেওঁক সুস্থ কৰিলে (২ৰাজা ২০:২, ৩; w০৩ ১০/১ ৪ ¶১)

আমাৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই হয়তো এনে কাম কৰিব পাৰে, যিটো কৰিম বুলি তেওঁ আগতে ভবাই নাছিল। এই ঘটনাৰ পৰা আপুনি বাৰে বাৰে প্ৰাৰ্থনা কৰাৰ বিষয়ে কি শিকিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক