ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৯
  • যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • তেওঁলোকৰপৰা আপুনি কি শিকিব পাৰে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • প্ৰতিদিনে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰক!
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৯
“যিহোৱাই কেতিয়াও নাপাহৰে” নামৰ ভিডিঅʼখনৰ দৃশ্য। ছবি: ১. অভিনয় কৰি দেখুৱা হৈছে যে কেন্টকী চহৰৰ এখন ৰাস্তাত ভাই ডেভিড হিব্চমেন আৰু আব্ৰী বিবেন্সে ডিঙিত পʼষ্টাৰ ওলমাই গৈ আছে। সেই পʼষ্টাৰত ভাষণৰ বিষয় লিখা আছিল “সত্যতাৰ সন্মুখীন,” যাক ভাই যোচেফ ৰডৰফৰ্ডে দিছিল। ২. ভাই হিব্চমেনে গোৱাটেমালাৰ শাখা সমিতিৰ বাকী সদস্যৰ লগত লগ কৰি আছে। ৩. এখন অধিৱেশনত ভাই হিব্চমেনে ভাই-ভনীসকলৰ লগত ফটো তুলি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে

কেতিয়াবা কেতিয়াবা আমি ভাবিব পাৰোঁ যে আমি লোকসকলৰ বাবে কৰা পৰিশ্ৰমৰ প্ৰতি কোনেও কৃতজ্ঞতা নেদেখুৱায়। আনকি তেওঁলোকে ইয়াক মনতো নাৰাখে। কিন্তু আমি যিহোৱাৰ সেৱাত যি কঠিন পৰিশ্ৰম কৰোঁ, তাৰ বিষয়েনো আপুনি কি ভাবে? আমাৰ ঈশ্বৰ যিহোৱাই তাক কেতিয়াও নাপাহৰে। তেওঁ আমাৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা দেখুৱায়। আনকি বয়স বাঢ়ি যোৱা বা শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে যেতিয়া আমি বেছিকৈ কৰিব নোৱাৰোঁ, তেতিয়াও তেওঁ আমাক নাপাহৰে। তেওঁ সদায় আমাৰ লগত থাকে।—ইব্ৰী ৬:১০.

যিহোৱাই কেতিয়াও নাপাহৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাই হিব্চমেনে কি কি উপায়েৰে যিহোৱাৰ বাবে কঠিন পৰিশ্ৰম কৰিলে?

  • যেতিয়া ভাই হিব্চমেনৰ পত্নীৰ মৃত্যু হৈছিল আৰু বয়স বাঢ়ি যোৱাৰ বাবে বেছিকৈ সেৱা কৰিব পৰা নাছিল, তেতিয়া যিহোৱাই তেওঁক কেনেকৈ মনত ৰাখিলে?

  • গোটেই জীৱন যিহোৱাৰ সেৱা কৰাৰ বাবে ভাই হিব্চমেনৰ জীৱন আনন্দেৰে ভৰি পৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?—হিতো ১০:২২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক