ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৮
  • মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৮
ইলীচা বেমাৰ হৈছে আৰু তেওঁ বিচনাৰ পৰাই ৰজা যোৱাচক নিৰ্দেশনা দিছে। যোৱাচে হাতত চাৰিডাল কাড় লৈ আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি

ইলীচাই ৰজা যোৱাচক এটা কাম কৰিবলৈ দিছিল। তেওঁ এই কামটো যিধৰণে কৰিব, তাৰ পৰাই জানিব পৰা গʼলহেঁতেন যে ইস্ৰায়েলে অৰামৰ ওপৰত কিমান জয়লাভ কৰিব (২ৰাজা ১৩:১৫-১৮)

যোৱাচে এই কাম মনে-প্ৰাণে নকৰিলে। যাৰ বাবে তেওঁলোকে অৰামৰ ওপৰত সম্পূৰ্ণৰূপে জয়লাভ কৰিব নোৱাৰিলে (২ৰাজা ১৩:১৯; w১০-HI ৪/১৫ ২৬-২৭ ¶১১)

যিসকল লোকে মনে-প্ৰাণে যিহোৱাক বিচাৰে, তেওঁলোকক যিহোৱাই বহুতো আশীৰ্বাদ দিয়ে (ইব্ৰী ১১:৬; w১৩-E ১১/১ ১১ ¶৫-৬)

নিজকে সোধক: ‘মই কিদৰে যিহোৱাৰ উপাসনা কৰোঁ? যেনে, মই সম্পূৰ্ণ মনেৰে বাইবেল পঢ়োঁনে? মই সভাত যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁনে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক