ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১২
  • আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১২
ৰবচাকি আৰু এজন সৈনিকে যিৰূচালেমৰ দেৱালৰ বাহিৰত থিয় হৈ আছে। ৰবচাকিয়ে ৰাজদণ্ড আগফালে ৰাখি কিবা কৈ আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল

আমাৰ বিৰোধীসকলে নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে মিছা কথা কৈ আমাৰ সাহস নাইকিয়া কৰিবলৈ চেষ্টা কৰে (২ৰাজা ১৮:১৯-২১; w০৫ ৮/১ ১১ ¶৬)

তেওঁলোকে যিহোৱা বা সংগঠনৰ বিষয়ে মিছা কথা কৈ আমাক ভুল পথত নিবলৈ চেষ্টা কৰে (২ৰাজা ১৮:২২, ২৫; w১০-HI ৭/১৫ ১৩ ¶৩)

তেওঁলোকে মিছা প্ৰতিজ্ঞা কৰি আমাক ফুচলাবলৈ চেষ্টা কৰে (২ৰাজা ১৮:৩১, ৩২; w১৩-HI ১১/১৫ ১৯ ¶১৪; yb৭৪-HI ১৭৭ ¶১)

নিজকে সোধক: ‘আজি মই এনে কি কৰিব পাৰোঁ, যাৰ সহায়ত ভৱিষ্যতে মোৰ ওপৰত যদি তাড়না আহে, তেনেহʼলে তাক ধৈৰ্য্যেৰে সন্মুখীন হʼব পাৰিম?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক