ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ১০
  • ফেব্ৰুৱাৰী ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ১০

ফেব্ৰুৱাৰী ৫-১১

গীতমালা ১-৪

গীত ১৫০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য(১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক

(১০ মি.)

[গীতমালা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

এই জগতৰ চৰকাৰবোৰে বহুতো উপায়েৰে দেখুৱালে যে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শত্ৰু হয় (গীত ২:৩; w২১.০৯ ১৫ ¶৮)

আজি যিহোৱাই সকলো লোককে তেওঁৰ ৰাজ্যৰ নিয়ম পালন কৰিবলৈ আৰু তেওঁক সহযোগ কৰিবলৈ সুযোগ দি আছে (গীত ২:১০-১২)

ছবি: ১. লোকসকলে খঙত আছে আৰু হাতত পʼষ্টাৰ লৈ প্ৰতিবাদ কৰি আছে। ২. খেল হৈ থকাৰ সময়ত এজন ব্যক্তিয়ে নিজৰ দেশৰ পতাকা উৰুৱাই আছে আৰু তেওঁলোকক জিকিবলৈ চিঞৰি আছে। ৩. এজন বিদ্যাৰ্থীয়ে হৃদয়ত হাত ৰাখি ৰাষ্ট্ৰ গান গাই আছে। ৪. এজন সৈনিকে হাতত মেচিন গান লৈ থিয় হৈ আছে। ৫. দুজন নেতাই ষ্টেজৰ পৰা ভোট বিচাৰি আছে। ৬. নিৰ্বাচনৰ সময়ত এগৰাকী তিৰোতাই বক্সত নিজৰ ভোট দি আছে।

নিজকে সোধক: ‘ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থকাৰ বাবে যদিও মই বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব, তথাপি মই সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থাকিবলৈ থিৰাং কৰিছোঁ নে ?‘—w১৬.০৪-HI ২৯-৩০ ¶১১.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১:৪—দুষ্ট লোকসকল “বতাহে উড়াই নিয়া তুঁহৰ নিচিনা” হয় বুলি কিয় কোৱা হৈছে? (it-১-E ৪২৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৩:১–৪:৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. স্বাভাৱিকভাৱে কথা পাতক—ফিলিপে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ১-২ আলোচনা কৰক।

৫. স্বাভাৱিকভাৱে কথা পাতক—ফিলিপৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৩২

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৪ ভাগ ১-৪ আৰু টোকা ৫

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক