ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ১১
  • ফেব্ৰুৱাৰী ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ১১

ফেব্ৰুৱাৰী ১২-১৮

গীতমালা ৫-৭

গীত ১১৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আনে যিয়েই নকৰক কিয় আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকক

(১০ মি.)

বহু বাৰ আনে এনে কিছুমান কাম কৰিছিল, যাৰ বাবে দায়ূদ বহুত দুখ অনুভৱ কৰিছিল (গীত ৬:৬, ৭)

তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে (গীত ৬:২, ৯; w২১.০৩ ১৫ ¶৭-৮)

দায়ূদৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল, সেইবাবে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে (গীত ৬:১০)

সৰু ছবিখনত এজনী ভনীয়ে ৰাজ্যগৃহৰ বাহিৰত আন এজনী ভনীক খঙেৰে কিবা কৈ আছে। ডাঙৰ ছবিখনত দেখুৱা হৈছে যে যিজনী ভনীক খঙেৰে কোৱা হৈছিল, তাই ঘৰত আহি যিহোৱালৈ প্ৰাৰ্থনা কৰি আছে।

নিজকে সোধক: ‘মোৰ বিশ্বাস ইমানেই দৃঢ় আছে নে যে আনে যিয়ে কৰিলেও মই যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম? মই নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ পৰিশ্ৰম কৰিছোঁ নে?‘—w২০.০৭ ৮-৯ ¶৩-৪.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৫:৯—দুষ্ট লোকসকলৰ “ডিঙিৰ নলী মুকলি মৈদামস্বৰূপ,” ইয়াৰ অৰ্থ কি? (it-১-E ৯৯৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৭:১-১১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। বাইবেলৰ ব্যৱহাৰ নকৰাকৈ এজন ব্যক্তিক জনাওক যে আপুনি যিহোৱাৰ সাক্ষী হয়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৬. পুনৰ লগ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই আপোনাৰ লগত তৰ্ক কৰিব বিচাৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৫)

৭. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ¶৬৪—বিষয়: যিহোৱাৰ সাক্ষীসকলে দেশ ভক্তিৰ লগত জড়িত উদযাপনত কিয় ভাগ নলয়? (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৯৯

৮. বছেৰেকীয়া সেৱা ৰিপৰ্ট

(১৫ মি.) আলোচনা। এই ৰিপৰ্টত শাখা কাৰ্য্যালয়ৰ পৰা অহা ঘোষণা পঢ়ক। তাৰ পাছত উপস্থিত থকা লোকসকলক ২০২৩ গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলৰ বছেৰেকীয়া সেৱা ৰিপৰ্টৰ কিছুমান বিশেষ কথা কʼবলৈ কওক। তাৰ পাছত আগতিয়াকৈ বাছনি কৰি ৰখা কেইজনমান প্ৰচাৰকৰ ইন্টাৰভিউ লওক, যিসকলে যোৱা বছৰৰ প্ৰচাৰত কিছুমান ভাল অনুভৱ লাভ কৰিছিল।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৪ ভাগ ৫-৬ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক