ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ৮-৯
  • জুলাই ২৯-আগষ্ট ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২৯-আগষ্ট ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ৮-৯

জুলাই ২৯-আগষ্ট ৪

গীতমালা ৬৯

গীত ১৩ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যীচুৱে ব্যৱসায়ী আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰক মন্দিৰৰ পৰা খেদাই আছে।

১. যীচুৰ জীৱনত যি ঘটিছিল সেয়া গীতমালা ৬৯-ত আগতিয়াকৈ কোৱা হৈছিল

(১০ মি.)

যীচুক অকাৰণে ঘৃণা কৰা হৈছিল (গীত ৬৯:৪; যোহ ১৫:২৪, ২৫; w১১-HI ৮/১৫ ১১ ¶১৭)

যীচুৱে সত্য উপাসনা কৰিবলৈ উৎসাহ দেখুৱালে (গীত ৬৯:৯; যোহ ২:১৩-১৭; w১০-HI ১২/১৫ ৮ ¶৭-৮)

যীচুৱে দুখৰ কাৰণে মানসিকভাবে ভাঙি পৰিল আৰু তেওঁক তিতা মিহলোৱা দ্ৰাক্ষাৰস দিয়া হʼল (গীত ৬৯:২০, ২১; মথি ২৭:৩৪; লূক ২২:৪৪; যোহ ১৯:৩৪; g৯৫-E ১০/২২ ৩১ ¶৪; it-২-E ৬৫০)


ধ্যানৰ বাবে প্ৰশ্ন: হিব্ৰু শাস্ত্ৰত যিহোৱাই মচীহৰ বিষয়ে ভৱিষ্যবানী কিয় লিখোৱালে?

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৬৯:৩০, ৩১—এই পদবোৰৰ পৰা আমি কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিবলৈ শিকিব পাৰোঁ? (w৯৯-HI ১/১৫ ১৮ ¶১১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৬৯:১-২৫ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. ধৈৰ্য্য ধৰক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ১-২ আলোচনা কৰক।

৫. ধৈৰ্য্য ধৰক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৩৪

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৭. পাৰিবাৰিক উপাসনাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কথা

(১০ মি.) আলোচনা।

ছবি: ১. এজন পিতৃয়ে আগতীয়াকৈ পাৰিবাৰিক উপাসনাৰ বাবে তৈয়াৰী কৰি আছে। ২. তাৰ পাছত নিজৰ পত্নী আৰু তিনিজনী ছোৱালীৰ লগত পাৰিবাৰিক উপাসনা কৰি আছে।

আগতে, সপ্তাহত দুখন সভা হৈছিল। এখন, মণ্ডলীৰ বাইবেল অধ্যয়ন আৰু দ্বিতীয়খন, ঈশ্বৰ শাসিত পৰিচৰ্য্যা স্কুল আৰু পৰিচৰ্য্যা সভা। কিন্তু জানুৱাৰী ২০০৯ চনৰ পৰা সেই দুখন সভা মিলাই একেলগে কৰি দিয়া হʼল। ইয়াৰ বাবে ভাই ভনীসকলে নিজৰ পৰিয়ালৰ লগত মিলি পাৰিবাৰিক উপাসনা কৰিবলৈ সময় উলিয়াব পাৰিলে। এই ব্যৱস্থাৰ কাৰণে তেওঁলোকে যিহোৱা আৰু এজনে আনজনৰ কাষ চাপিব পাৰিচে, সেইবাবে তেওঁলোকে সংগঠনৰ বহুত কৃতজ্ঞ।—দ্বিতী ৬:৬, ৭.

পাৰিবাৰিক উপাসনা ভালদৰে হʼবলৈ পৰিয়ালৰ মুৰব্বীয়ে কোনবোৰ কথাৰ ওপৰত ধ্যান দিব পাৰে?

  • প্ৰতি সপ্তাহে কৰক। যদি সম্ভৱ হয়, প্ৰতি সপ্তাহে পাৰিবাৰিক উপাসনাৰ কাৰণে এটা দিন আৰু সময় নিৰ্ধাৰিত কৰক। যদি কিবা কাৰণে সেই দিনাখন কৰিব নোৱাৰে, তেনেহʼলে আন এদিনাখন কৰক।

  • তৈয়াৰি কৰক। কেতিয়াবা নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ পৰাও পৰামৰ্শ লওক। আপুনি বহুত বেছি তৈয়াৰী কৰাৰ প্ৰয়োজন নাই, বিশেষকৈ যেতিয়া পৰিয়ালৰ সদস্যসকলে কিবা বেলেগ কৰি ভাল পায়।

  • পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি ধ্যান দিয়ক। লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু দক্ষতা সলনি হয়। সেইবাবে, পৰিয়ালৰ প্ৰত্যেক সদস্যক মনত ৰাখি পাৰিবাৰিক উপাসনাত কি কৰিব তাৰ নিৰ্ণয় লওক।

  • এটা ভাল পৰিবেশ গঢ়ি তোলক। বতৰ ভাল থাকিলে কেতিয়াবা কৰবাত বাহিৰলৈ গৈ পৰিবাৰিক উপাসনা কৰক। প্ৰয়োজন হʼলে মাজে মাজে ব্ৰেক লওক। যদিও লʼৰা-ছোৱালীয়ে সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে কথা-পতাটো প্ৰয়োজন হয়, কিন্তু পাৰিবাৰিক উপাসনাৰ সময়ত গালি নাপাৰিব।

  • বেলেগ বেলেগ কিবা কৰক। যেনে, সভাৰ এটা ভাগ তৈয়াৰী কৰক, jw.org-ত দিয়া এখন ভিডিঅʼ চাওক আৰু আলোচনা কৰক। লগতে, প্ৰচাৰ কৰাৰ সময়ত কি কʼব তাৰ বিষয়ে প্ৰেক্টিচ কৰক। যদিও পাৰিবাৰিক উপাসনাত আলোচনা এটা মুখ্য ভাগ হোৱা উচিত, তথাপিও সেই সময়ত পৰিয়ালৰ সকলো সদস্যয়ে ব্যক্তিগত অধ্যয়ন কৰিব পাৰে।

এই প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • পাৰিবাৰিক উপাসনাত আপুনি ওপৰত দিয়া কথাবোৰ কেনেকৈ ব্যৱহাৰ কৰিছে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! ভাগ ৪-ত আপুনি কি শিকিলে?

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১৪৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক