ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ১২
  • আগষ্ট ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ১২

আগষ্ট ১২-১৮

গীতমালা ৭৩-৭৪

গীত ৩৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. জগতৰ লোকসকলৰ প্ৰতি ঈৰ্ষা হʼলে কি কৰা উঠিত?

(১০ মি.)

আমাৰ মনত জগতৰ লোকসকলৰ প্ৰতি ঈৰ্ষা আহিব পাৰে (গীত ৭৩:৩-৫; w২০.১২ ১৯ ¶১৪)

যদি আমি ভাই-ভনীসকলৰ লগত মিলি যিহোৱাৰ উপাসনা কৰোঁ, তেনেহʼলে জগতৰ লোকসকলৰ প্ৰতি আমি সঠিক দৃষ্টিভংগি ৰাখিব পাৰোঁ (গীত ৭৩:১৭; হিতো ১৮:১; w২০.১২ ১৯-২০ ¶১৫-১৬)

ঈশ্বৰৰ সেৱা নকৰা লোকসকল “পিছল ঠাইত” থিয় হৈ আছে, কিন্তু সেৱা কৰা লোকসকল হʼলে ‘গৌৰৱ’ অৰ্থাৎ সন্মান পাব (গীত ৭৩:১৮, ১৯, ২৪; w১৪-HI ৪/১৫ ৪ ¶৫; w১৩-HI ২/১৫ ২৫-২৬ ¶৩-৫)

এজনী কিশোৰী সাক্ষীয়ে নিজৰ স্কুলৰ সহপাঠীসকলক দেখী ঈৰ্ষা কৰি আছে, যিসকলে কথা পাতি আছে আৰু ফোনত কিবা চাই আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৭৪:১৩, ১৪—“লিবিয়াথন” ইয়াৰ অৰ্থ কি হʼব পাৰে? (it-২-E ২৪০)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৭৪:১-২৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। সুযোগ বিচাৰি কোনো এজন চিনাকি ব্যক্তিক অলপতে হোৱা সভাত কি শিকিলে তাৰ বিষয়ে কওক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে, যদি বিচাৰে তেনেহʼলে এয়া কেনেকৈ কৰে তাৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। এক অনন্ত জীৱন! পাঠ ১৪ ভাগ ১-৩—বিষয়: ঈশ্বৰে কেনেধৰণৰ উপাসনা গ্ৰহণ কৰে? (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৭২

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ৫-৭ ¶১১-১৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৯৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক