ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ১৩
  • আগষ্ট ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ১৩

আগষ্ট ১৯-২৫

গীতমালা ৭৫-৭৭

গীত ১২০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি কিয় অহংকাৰ কৰিব নালাগে?

(১০ মি.)

ঈশ্বৰে অহংকাৰ কৰা লোকসকলক ভাল নাপায় (গীত ৭৫:৪; ১তীম ৩:৬; w১৮.০১-HI ২৮ ¶৪-৫)

মণ্ডলীত আমি যি দায়িত্ব পাওঁ সেয়া নিজৰ যোগ্যতাৰ বাবে নহয় কিন্তু যিহোৱাৰ পৰা পোৱা এটা উপহাৰ হয় (গীত ৭৫:৫-৭; w২৩.০৪ ৫ ¶১১-১২)

যিহোৱাই পৃথিৱীৰ শাসকসকলৰ দৰে অহংকাৰী লোকৰ অহংকাৰক শেষ কৰি দিব (গীত ৭৬:১২)

ছবি: ১. এজন ভায়ে সন্মিলনত ভাষণ দি আছে। ২. তাৰ পাছত যেতিয়া আনে ভাইৰ প্ৰশংসা কৰি আছে, তেতিয়া তেওঁ নম্ৰতাৰ গুণ দেখুৱাইছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৭৬:১০—“মনুষ্যৰ ক্ৰোধে” যিহোৱাৰ প্ৰশংসা কৰিব এয়া কেনেকৈ হʼব পাৰে? (w০৬-HI ৮/১ ৪ ¶২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৭৫:১–৭৬:১২ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক তেওঁৰ ভাষাত jw.org-ৰ পৰা কোনো এখন ভিডিঅʼৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যদি গৃহস্থই কয় যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তেনেহʼলে নিজৰ বিষয়ক সলনি কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৫ ভাগ ৪ (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১২৭

৭. প্ৰশংসা পোৱাৰ সময়ত বিশ্বাসী হৈ থাকক

(৭ মি.) আলোচনা।

যীচুৰ দৰে বিশ্বাসী হৈ থাকক—যেতিয়া আপোনাৰ প্ৰশংসা কৰা হয়। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক:

  • লোকসকলে ভাই ছেৰগীক প্ৰশংসা কৰাৰ সময়ত তেওঁ নম্ৰতাৰে যি উত্তৰ দিলে, তাৰ পৰা আপুনি কি শিকিব পাৰে?

৮. এক অনন্ত জীৱন! ব্ৰচাৰ বা কিতাপৰ পৰা অধ্যয়ন আৰম্ভ কৰাৰ ছেপ্টেম্বৰ মাহৰ বিশেষ অভিযান

(৮ মি.) এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযানৰ বাবে ভাই-ভনীসকলক উৎসাহিত কৰক আৰু আপোনাৰ মণ্ডলীৰ এলেকাত এই অভিযান কেনেকৈ কৰা হʼব জনাওক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ৮-১১ ¶১-৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৯৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক