ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • ছেপ্টেম্বৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৪

ছেপ্টেম্বৰ ৯-১৫

গীতমালা ৮২-৮৪

গীত নং ৮০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

মন্দিৰৰ চোতালত ঘৰ-চিৰিকাৰ বাঁহ চাই কোৰহৰ এজন সন্তানৰ মনত ইচ্ছা জাগিল

১. যিহোৱাৰ বাবে আপুনি যি কৰিব পাৰিছে, তাৰ বাবে কৃতজ্ঞ হওক

(১০ মি.)

যিহোৱাই আমাক তেওঁৰ সেৱা কৰিবলৈ যি সুযোগ দিছে, তাৰ প্ৰতি আমি বহুত কৃতজ্ঞ (গীত ৮৪:১-৩; wp১৬.৬-E ৮ ¶২-৩)

যি দায়িত্ব পাইছে তাতে আনন্দিত থাকক। আপুনি যি দায়িত্ব পাব বিচাৰিছিল, সেইবোৰৰ বিষয়ে চিন্তা কৰি নাথাকিব (গীত ৮৪:১০; w০৮-HI ৭/১৫ ৩০-৩১ ¶৩-৪)

বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰা লোকসকলক তেওঁ আশীৰ্বাদ দিয়ে (গীত ৮৪:১১; w২০.০১ ১৭ ¶১২)

:ছবি: লেবীসকলে বেলেগ বেলেগ কাম কৰি আছে। ১. এজন লেবীয়ে পিতলৰ প্ৰক্ষালন-পাত্ৰত পানী ভৰাই আছে। ২. আন এজন লেবীয়ে কলহেৰে ভৰা এখন ঠেলা টানি আছে। ৩. আন এজন লেবী কান্ধত কলহ লৈছে।

যিহোৱাৰ সেৱাত পোৱা সকলো কামত কিবা নহয় কিবা সমস্যা থাকে। কিন্তু সেইবোৰ কৰিলে আমি আশীৰ্বাদো পাওঁ। যদি আপুনি আশীৰ্বাদবোৰৰ বিষয়ে ধ্যান দিয়ে, তেনেহʼলে আপুনি যিকোনো কামত আনন্দ লাভ কৰিব।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৮২:৩—মণ্ডলীত “পিতৃহীনবিলাকৰ” বিষয়ে চিন্তা কৰা আৰু তেওঁলোকক প্ৰেম দেখুৱাটো কিমান গুৰুত্বপূৰ্ণ? (it-১-E ৮১৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৮২:১–৮৩:১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. সহানুভুতি দেখুৱাওক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ১-২ আলোচনা কৰক।

৫. সহানুভুতি দেখুৱাওক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৫৭

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ১৬-১৯ ¶১০-২০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৩০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক