ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৬-৭
  • ছেপ্টেম্বৰ ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৬-৭

ছেপ্টেম্বৰ ২৩-২৯

গীতমালা ৮৮-৮৯

গীত নং ২২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ শাসন কৰাৰ উপায়ে আটাইতকৈ উত্তম উপায়

(১০ মি.)

যিহোৱাই সদায় সঠিক উপায়েৰে আৰু ন্যায়ৰ অনুসৰি শাসন কৰে (গীত ৮৯:১৪; w১৭.০৬-HI ২৮ ¶৫)

যিহোৱাৰ শাসনৰ অধীনত থকা লোকসকলে প্ৰকৃত আনন্দ লাভ কৰে (গীত ৮৯:১৫, ১৬; w১৭.০৬-HI ২৯ ¶১০-১১)

যিহোৱাৰ শাসন চিৰকাললৈকে থাকিব (গীত ৮৯:৩৪-৩৭; w১৪-HI ১০/১৫ ১০-১১ ¶১৪)

ছবি:এজন ভায়ে গভীৰভাৱে চিন্তা কৰি আছে যে যিহোৱাৰ শাসন কৰা উপায় জগতৰ উপায়বোৰতকৈ কিমান বেলেগ। ১. এটা ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ সময়ত কাজিয়া কৰি আছে। ২. মণ্ডলীৰ সভাৰ বাবে গোট খোৱাৰ সময়ত ভাইসকলে মৰমেৰে এজন-আনজনক লগ কৰিছে।

যিহোৱাৰ শাসন কৰাৰ উপায় আটাইতকৈ উত্তম। যেতিয়া আমি এই কথাৰ ওপৰত মনন কৰোঁ, তেতিয়া আমি ৰাজনীতিৰ লগত জড়িত ঘটনা বা কথাবোৰ শুনিও নিৰপেক্ষ হৈ থাকিব পাৰোঁ

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৮৯:৩৭—বিশ্বাসযোগ্য আৰু বিশ্বাসী হৈ থকাৰ মাজত কি পাৰ্থক্য আছে? (cl-HI ২৮১-২৮২ ¶৪-৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৮৯:১-২৪ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যক্তি যি খ্ৰীষ্টান নহয়, তেওঁক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক কওক যে বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়। (শিক্ষা অধ্যায় ৯)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। এক অনন্ত জীৱন! পাঠ ১ ভাগ ১-২—বিষয়: বাইবেলত কিহৰ বিষয়ে লিখা আছে? (শিক্ষা অধ্যায় ২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৯৪

৭. যিহোৱাৰ নৈতিক নিয়মবোৰ আটাইতকৈ উত্তম

(১০ মি.) আলোচনা।

বহুতো লোকে ভাবে যে শাৰীৰিক সম্পৰ্ক ৰখা আৰু বিয়াৰ বিষয়ে বাইবেলত যি নিয়মবোৰ দিয়া হৈছে, সেয়া বহুত কঠিন আৰু পুৰণি। কিন্তু আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে নে যে যিহোৱাৰ নিয়মবোৰ পালন কৰিলে আপোনাৰে লাভ হʼব?—যিচ ৪৮:১৭, ১৮; ৰোম ১২:২.

    ভিডিঅʼখনৰ দৃশ্য। “মোৰ বিশ্বাসৰ কাৰণ—ঈশ্বৰৰ নিয়ম মানিম নে নিজৰ ইচ্ছা?” ক্লাৰা আৰু হিউগো
  • আমি জগতৰ নৈতিক নিয়মৰ অনুসৰি কিয় চলা উচিত নহয়? (যিৰি ১০:২৩; ১৭:৯; ২কৰি ১১:১৩-১৫; ইফি ৪:১৮, ১৯)

  • ছবি: মোৰ বিশ্বাসৰ কাৰণ—ঈশ্বৰৰ নিয়ম মানিম নে নিজৰ ইচ্ছা? ভিডিঅʼৰ কিছুমান ছবি। ১. টেবলেটত jw.org-ৰ লʼগ দেখুৱা হৈছে। ২. হিউগো মেট্ৰত গৈ থকোঁতে বাইবেল পঢ়ি আছে। ৩. ক্লাৰাই প্ৰাৰ্থনা কৰি আছে।
  • আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই দিয়া নৈতিক নিয়মবোৰ একেবাৰে সঠিক? (যোহ ৩:১৬; ৰোম ১১:৩৩; তীত ১:২)

বাইবেলত কোৱা হৈছে যিসকল লোকে ঈশ্বৰৰ নৈতিক নিয়মৰ অনুসৰি জীৱন-যাপন নকৰে, তেওঁলোকে “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (১কৰি ৬:৯, ১০) কিন্তু আমি কেৱল ইয়াৰ বাবেই ঈশ্বৰৰ নৈতিক নিয়ম মানি চলা উচিত নে?

মোৰ বিশ্বাসৰ কাৰণ—ঈশ্বৰৰ নিয়ম মানিম নে নিজৰ ইচ্ছা? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যিহোৱাৰ নৈতিক নিয়মবোৰ মানিলে আমি কেনেকৈ সুৰক্ষিত হৈ থাকোঁ?

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২২-২৫ ¶১০-২০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৩৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক