ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৮-৯
  • ছেপ্টেম্বৰ ৩০–অক্টোবৰ ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ ৩০–অক্টোবৰ ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৮-৯

ছেপ্টেম্বৰ ৩০–অক্টোবৰ ৬

গীতমালা ৯০-৯১

গীত নং ১৪০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. দীৰ্ঘ জীৱন কেৱল যিহোৱাই দিব পাৰে

(১০ মি.)

আমি যিমানেই চেষ্টা নকৰোঁ কিয় মানুহে যিমান বছৰ জীয়াই থাকে, তাতকৈ বেছি আমি জীয়াই থাকিব নোৱাৰোঁ (গীত ৯০:১০; wp১৯.৩-HI ৫ ¶৩-৫)

যিহোৱা ‘অনাদি কালৰ পৰা আছে আৰু অনন্ত কাললৈকে থাকিব’ (গীত ৯০:২; wp১৯.১ ৫, বক্স)

যিসকল লোকে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেওঁলোকক যিহোৱাই অনন্ত জীৱন দিব পাৰে আৰু নিশ্চয় দিব (গীত ২১:৪; ৯১:১৬)

ৰাতি এজন ডাক্তৰে এজন ভাইক কাগজ আৰু কলম দি আছে।

যিহোৱাৰ মানদণ্ডৰ বিৰোধে গৈ এনে চিকিৎসা নকৰিব, যাৰ বাবে যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হʼব পাৰে।—w২২.০৬ ১৮ ¶১৬-১৭.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৯১:১১—স্বৰ্গদূতসকলে আমাক সহায় কৰে, ইয়াৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত? (wp১৭.৫-HI ৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৯১:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। বাইবেলৰ পৰা আলোচনা নকৰাকৈ জানিবলৈ চেষ্টা কৰক যে ব্যক্তিজন কি বিষয়ত আগ্ৰহী বা কি কথাক লৈ চিন্তিত আছে। এইদৰে কৰিলে আপুনি জানিব পাৰিব যে বাইবেলৰ সহায়ত কেনেকৈ তেওঁৰ জীৱন ভাল হʼব পাৰে। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৫—বিষয়: আপুনি পৃথিৱীত সদায় জীয়াই থাকিব পাৰিব। (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৮

৭. ঈশ্বৰৰ ধৈৰ্য্যক আটাইতকৈ মূল্যৱান সম্পত্তি বুলি ভাবক—সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক

(৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যদি আমি সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখোঁ, তেনেহʼলে আমি কেনেকৈ তেওঁৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ আগ্ৰহেৰে বাট চাই থাকিব পাৰিম?

পাহাৰত উঠি থকা কিছুমান লোকে তৰাৰে ভৰা আকাশখন চাই আছে।

৮. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) ছেপ্টেম্বৰ মাহৰ ভিডিঅʼখন দেখুৱাওক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২৬-২৭ ¶১-৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৬৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক