ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১২
  • অক্টোবৰ ১৪-২০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ১৪-২০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১২

অক্টোবৰ ১৪-২০

গীতমালা ৯৬-৯৯

গীত নং ৬৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘শুভবাৰ্তা প্ৰচাৰ কৰা’

(১০ মি.)

আনক শুভবাৰ্তাৰ বিষয়ে জনাওক (গীত ৯৬:২; w১১-E ৩/১ ৬ ¶১-২)

ন্যায়ৰ দিনত গোটেই পৃথিৱীত ন্যায় কৰা হʼব, এই আনন্দৰ খবৰ সকলোকে জনাওক (গীত ৯৬:১২, ১৩; w১২-E ৯/১ ১৬ ¶১)

তেওঁলোকক শিকাওক যে যিহোৱাৰ মহিমা কৰা লোকসকলেৰে এই পৃথিৱীখন পৰিপূৰ্ণ হোৱাটো তেওঁৰ উদ্দেশ্য (গীত ৯৯:১-৩; w১২ ৯/১৫ ১২ ¶১৮-১৯)

এজন বৃদ্ধ ভায়ে এজন ব্যক্তিৰ লগত পাৰ্কত বহি কথা পাতি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৯৬:১—বহুতো পদত ‘নতুন গীতৰ’ অৰ্থ কি? (it-২-E ৯৯৪)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৯৮:১–৯৯:৯ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. সম্পূৰ্ণৰূপে চেষ্টা কৰক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ১-২ আলোচনা কৰক।

৫. সম্পূৰ্ণৰূপে চেষ্টা কৰক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৯

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২৯-৩১ ¶১২-১৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৬৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক