ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১৩
  • অক্টোবৰ ২১-২৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২১-২৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১৩

অক্টোবৰ ২১-২৭

গীতমালা ১০০-১০২

গীত নং ৩৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ অটুট প্ৰেমৰ প্ৰতি কৃতজ্ঞ হওক

(১০ মি.)

যিহোৱাৰ বাবে নিজৰ প্ৰেম আৰু দৃঢ় কৰক (গীত ১০০:৫; w২৩.০৩ ১২-১৩ ¶১৮-১৯)

যিহোৱাৰ লগত থকা বন্ধুত্ব বেয়া কৰিব পৰা কামবোৰৰ পৰা আঁতৰি থাকক (গীত ১০১:২, ৩; w২৩.০২ ১৭ ¶১০)

যিহোৱা আৰু তেওঁৰ সংগঠনক বদনাম কৰা লোকসকলৰ পৰা আঁতৰি থাকক (গীত ১০১:৫; w১১-HI ৭/১৫ ১৬ ¶৭-৮)

এজন ভায়ে নিজৰ ফোনত চাই আছে। তেওঁক চʼচিয়েল মিডিয়াৰ পʼষ্ট, পডকাষ্ট (এজন ব্যক্তিৰ অডিঅʼ বা ভিডিঅʼ ৰেকৰ্ডিং), এটা খবৰ, এখন ফটো, মেচেজ, বিভিন্ন ধৰণৰ চিহ্ন আৰু ইমোজিয়ে আগুৰি আছে।

নিজকে সোধক, ‘মই যিদৰে চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰোঁ, তাৰ ফলত যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক বেয়া হʼব পাৰেনে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১০২:৬—এই গীত লেখকে নিজকে ঢেঁৰা চৰাইৰ লগত কিয় তুলনা কৰিলে? (it-২-E ৫৯৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০২:১-২৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। wp১৯.১ ১১ ¶৫—বিষয়: বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে? (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩৭

৭. ‘মই তোমাক নেৰিম; তুমি মোক ধৰি ৰাখা’

(১৫ মি.)

আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • হান্নাই কেনেকৈ অটুট প্ৰেম দেখুৱালে?

  • আমি তাইৰ দৰে কেনেকৈ হʼব পাৰোঁ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১০ ২-৩ ¶১-৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৯৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক