জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
© 2024 Watch Tower Bible and Tract Society of Pennsylvania
নৱেম্বৰ ৪-১০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১০৫
“তেওঁ নিজ নিয়মটি চিৰকাললৈকে সোঁৱৰণ কৰে”
যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?
১১ যিহোৱাৰ এনে কিছুমান প্ৰতিজ্ঞালৈ মন কৰক, যি পূৰ হোৱাটো অসম্ভৱ যেন লাগিছিল। যেনে: তেওঁ অব্ৰাহাম আৰু চাৰাক কৈছিল, তেওঁলোকৰ বৃদ্ধ বয়সত এটি পুত্ৰ সন্তান হʼব। (আদি. ১৭:১৫-১৭) তেওঁ অব্ৰাহামক কৈছিল, তেওঁৰ বংশক কনান দেশ দিব। কিন্তু বহু বছৰলৈকে অব্ৰাহামৰ বংশ অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰ দেশত দাস হিচাপে আছিল। সেইবাবে লোকসকলে ভাবিছিল, এই প্ৰতিজ্ঞা কেতিয়াও পূৰ নহʼব। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে। ইয়াৰ হাজাৰ হাজাৰ বছৰ পাছত বৃদ্ধ এলীচাবেতক যিহোৱাই প্ৰতিজ্ঞা কৰিছিল, তেওঁৰ এটি পুত্ৰ সন্তান হʼব। যিহোৱাই মৰিয়মকো এটা প্ৰতিজ্ঞা কৰিছিল। যদিও মৰিয়মৰ বিয়া হোৱা নাছিল, তথাপি তেওঁ যিহোৱাৰ পুত্ৰক জন্ম দিব বুলি কʼলে, যাৰ বিষয়ে হাজাৰ হাজাৰ বছৰ আগতেই এদন বাগিচাত যিহোৱাই প্ৰতিজ্ঞা কৰিছিল। যিহোৱাই নিজৰ এই প্ৰতিজ্ঞাও পূৰ কৰিলে!—আদি. ৩:১৫.
১২ যিহোৱাই কি কি প্ৰতিজ্ঞা কৰিছে আৰু এইবোৰ কেনেকৈ পূৰ কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে আমি বুজি পাওঁ যে তেওঁৰ ওচৰত বহুত শক্তি আছে। ইয়াৰ যোগেদি যিহোৱাই নতুন পৃথিৱী নিশ্চয় আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ি যায়। (যিহোচূৱা ২৩:১৪; যিচয়া ৫৫:১০, ১১ পঢ়ক।) সেইবাবে, আমি আনকো বিশ্বাসেৰে কʼব পাৰোঁ যে যিহোৱাই নতুন পৃথিৱী আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, সেয়া কোনো কল্পনা বা সপোন নহয়। যিহোৱাই নতুন আকাশ আৰু নতুন পৃথিৱী অনাৰ বিষয়ে এইদৰে কৈছে, এইবোৰ “কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকা. ২১:১, ৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
w৮৬ ১১/১ ১৯ ¶১৫
ডেকাসকল—এক আনন্দিত আৰু একতাৰ পৰিয়ালত আপোনালোকৰ ভাগ
১৫ “সিহঁতে [যোচেফৰ] ভৰিত বেৰীৰে দুখ দিলে; তেওঁক লোহাৰ শিকলিৰে বন্ধা হল। তেওঁৰ বাক্য সিদ্ধ নোহোৱালৈকে, যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰিলে।” (গীত ১০৫:১৭-১৯) যিহোৱাৰ প্ৰতিজ্ঞা পূৰ নোহোৱালৈকে যোচেফে ১৩ বছৰলৈকে দাস আৰু কৈদী হিচাপে থাকিব লগা হʼল। এই সময়চোৱাত তেওঁ ‘যিহোৱাৰ বাক্যত’ ভৰসা কৰি থাকিল। এইদৰে তেওঁক “সিদ্ধ” কৰা হʼল অৰ্থাৎ তেওঁ বহুতো ভাল গুণ বঢ়াব পাৰিলে। যেনে, ধৈৰ্য্য, নম্ৰতা আৰু কোনো এটা কঠিন কাম কৰাৰ দৃঢ় সংকল্প। ইয়াৰ উপৰিও যিহোৱাৰ লগত তেওঁ মজবুত সম্পৰ্ক গঢ়ি তুলিব পাৰিলে। যেনেকৈ সোনক জুইত দি সিদ্ধ কৰা হয়, ঠিক সেইদৰে সমস্যাৰ মাজেদি পাৰ হৈ যোচেফ সিদ্ধ হʼল। তেওঁ যিহোৱাৰ বাবে আৰু মূল্যৱান হৈ পৰিল। তাৰ পাছত যিহোৱাই তেওঁক বিশেষভাৱে ব্যৱহাৰ কৰিলে।—আদি ৪১:১৪, ৩৮-৪১, ৪৬; ৪২:৬, ৯.
নৱেম্বৰ ১১-১৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১০৬
“নিজৰ ত্ৰাণকৰ্ত্তা সেই ঈশ্বৰক সিবিলাকে পাহৰিলে”
w১৮.০৭ ২০ ¶১৩
क्या आप यहोवा की तरफ हैं?
13 जिस तरह यहोवा ने खुद को ज़ाहिर किया, वह देखकर इसराएली बहुत डर गए। इस वजह से मूसा सीनै पहाड़ पर गया और उसने उनकी तरफ से यहोवा से बात की। (निर्ग. 20:18-21) काफी वक्त बीत गया और मूसा पहाड़ से नीचे नहीं आया। लोगों को लगा कि वे उस वीराने में फँस गए हैं, क्योंकि अब उन्हें रास्ता दिखानेवाला कोई नहीं है। शायद इसराएली एक इंसान पर कुछ ज़्यादा ही निर्भर हो गए थे। उन्हें चिंता होने लगी और उन्होंने हारून से कहा, “पता नहीं उस मूसा का क्या हुआ, जो हमें मिस्र से निकालकर यहाँ ले आया था। इसलिए अब हमारी अगुवाई के लिए तू एक देवता बना दे।”—निर्ग. 32:1, 2.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৮/১ ৬ ¶৯
গীতমালা কিতাপৰ তৃতীয় আৰু চতুৰ্থ ভাগৰ পৰিচয়
১০৬:৩৬, ৩৭ পদবোৰৰ পৰা জানিব পাৰি যে মূৰ্তিপূজাৰ সম্পৰ্ক ভূত বা দুষ্ট আত্মাবোৰ বলিদান দিয়াৰ লগত জড়িত আছে। ইয়াৰ অৰ্থ হৈছে, যিজন ব্যক্তিয়ে মূৰ্তিবোৰৰ ব্যৱহাৰ কৰে তেওঁ দুষ্ট আত্মাবোৰৰ কবলত পৰিব পাৰে। সেইবাবে বাইবেলে আমাক কৈছে, “দেৱমূৰ্ত্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।”—১ যোহ ৫:২১.
নৱেম্বৰ ১৮-২৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১০৭-১০৮
“যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়”
w০৭ ৫/১ ৮ ¶২
कलीसिया, यहोवा की महिमा करे
2 कलीसिया, महज़ लोगों का एक गुट नहीं है। ना ही यह कोई संघ या क्लब है, जिसके सभी सदस्य एक ही माहौल से आए हों, या वे एक ही किस्म के खेल में दिलचस्पी रखते हों, या फिर उन सभी का एक ही शौक हो। इसके बजाय, कलीसिया का खास मकसद है, यहोवा परमेश्वर की महिमा करना। और जैसे भजनों की किताब में ज़ोर देकर बताया गया है, प्राचीन समय से सभा या कलीसिया का यही मकसद रहा है। मिसाल के लिए, भजन 35:18 में हम पढ़ते हैं: “मैं बड़ी सभा में तेरा धन्यवाद करूंगा; बहुतेरे लोगों के बीच मैं तेरी स्तुति करूंगा।” उसी तरह, भजन 107:31, 32 हमें बढ़ावा देता है: “लोग यहोवा की करुणा के कारण, और उन आश्चर्यकर्मों के कारण जो वह मनुष्यों के लिये करता है, उसका धन्यवाद करें। और सभा में उसको सराहें।”
w১৫ ১/১৫ ৯ ¶৪
यहोवा का धन्यवाद करो और आशीषें पाओ
4 अगर हम यहोवा के एहसानमंद बने रहना चाहते हैं, तो हमें दो चीज़ें करने की ज़रूरत है। एक, हमें यह पहचानने की ज़रूरत है कि यहोवा ने हमें किन अलग-अलग तरीकों से आशीषों से नवाज़ा है। और दूसरा, हमें इस बात पर मनन करने की ज़रूरत है कि कैसे उसने इन आशीषों के ज़रिए हमें निजी तौर पर अपना प्यार दिखाया है। जब भजनहार ने ऐसा किया, तो वह यह देखकर हैरान रह गया कि परमेश्वर ने उसके लिए कितने हैरतअंगेज़ काम किए हैं।—भजन 40:5; 107:43 पढ़िए।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৪২০ ¶৪
মোৱাব
যেতিয়া দায়ূদ ৰজা আছিল, তেতিয়া ইস্ৰায়েল আৰু মোৱাবৰ মাজত যুদ্ধ হৈছিল। দায়ূদৰ সেনায় মোৱাবৰ লোকসকলক পৰাজিত কৰি তেওঁলোকৰ আধাতকৈ বেছি সৈনিকসকলক মাৰি পেলালে। (২চমূ ৮:২, ১১, ১২; ১ বং ১৮:২, ১১)এই যুদ্ধত যিহোয়াদাৰ পুত্ৰ বনায়াই “মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিলে” (২চমূ ২৩:২০; ১বং ১১:২২) এইদৰে বিলামে ৪০০ বছৰৰ আগতে কৰা ভৱিষ্যবাণী পূৰ হʼল। (গণ ২৪:১৭) গীত ৰচকে হয়তো এই জয়লাভৰ কথা মনত ৰাখি মোৱাবক ‘ঈশ্বৰৰ প্ৰক্ষালন-পাত্ৰ’ বুলি কৈছিল।—গীত ৬০:৮; ১০৮:৯.
নৱেম্বৰ ২৫–ডিচেম্বৰ ১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১০৯-১১২
ৰজা যীচুক সহযোগ কৰক
w০৬ ৯/১ ১৮ ¶৬
भजन संहिता किताब के पाँचवें भाग की झलकियाँ
110:1, 2—“[दाऊद के] प्रभु,” यीशु मसीह ने परमेश्वर के दाहिने हाथ बैठकर क्या किया? पुनरुत्थान के बाद, यीशु स्वर्ग लौट गया और परमेश्वर के दाहिने हाथ बैठकर उस घड़ी का इंतज़ार करने लगा जब वह राजा की हैसियत से अपनी हुकूमत शुरू करता। सन् 1914 में जाकर उसके इंतज़ार की यह घड़ी खत्म हुई। मगर तब तक यीशु ने अपने अभिषिक्त चेलों पर राज किया और उन्हें प्रचार करने और चेला बनाने के काम में मार्गदर्शन देता रहा। साथ ही, उसने उन्हें अपने राज्य में राजाओं की हैसियत से हुकूमत करने के लिए भी तैयार किया।—मत्ती 24:14; 28:18-20; लूका 22:28-30.
w০০ ৪/১ ১৮ ¶৩
परमेश्वर के खिलाफ लड़नेवाले जीत नहीं सकते!
3 दरअसल बीसवीं सदी की शुरूआत से ही यहोवा के सेवकों का विरोध किया गया। परमेश्वर के लोगों का सबसे बड़ा दुश्मन शैतान है और वह “गर्जनेवाले सिंह की नाईं इस खोज में रहता है, कि किस को फाड़ खाए।” (1 पतरस 5:8) उसी के भड़काने में आकर बहुत से देशों में दुष्ट लोगों ने ना सिर्फ प्रचार के काम में बाधा डाली बल्कि इसे मिटा देने की कोशिश की। खासकर सन् 1914 से परमेश्वर के विरोधियों के हमले तेज़ हो गए। क्योंकि सन् 1914 में “अन्य जातियों का समय” पूरा हुआ, और यहोवा ने अपने बेटे को पृथ्वी का नया राजा बनाकर उसे आज्ञा दी: “अपने शत्रुओं के बीच में शासन कर।” (लूका 21:24; भजन 110:2) मसीह ने शैतान को स्वर्ग से नीचे पृथ्वी पर फेंक दिया। शैतान अच्छी तरह जानता है कि अब उसका थोड़ा ही समय बाकी है इसलिए वह अभिषिक्त जनों और उनके साथियों पर अपनी जलजलाहट निकाल रहा है। (प्रकाशितवाक्य 12:9, 17) लेकिन क्या परमेश्वर के दुश्मन जीत पाए?
নিজৰ মণ্ডলীক সহযোগ কৰক
মণ্ডলীক আমি বেলেগ বেলেগ উপায়েৰে সহযোগ কৰিব পাৰোঁ। যেনে, যদি আমাৰ মণ্ডলীত বয়সস্থ ভাই-ভনী আছে বা কোনোবাই ভালদৰে খোজকাঢ়িব নোৱাৰে, তেনেহʼলে আমি তেওঁলোকক সভাত আহিবলৈ সহায় কৰিব পাৰোঁ। আমি আন কিছুমান উপায়েৰেও তেওঁলোকক সহায় কৰিব পাৰোঁ। যেনে, তেওঁলোকৰ বাবে বজাৰ কৰি দিব পাৰোঁ আৰু তেওঁলোকৰ ঘৰখন চাফ-চিকুণ কৰি দিব পাৰোঁ। (যাকোব ১:২৭ পঢ়ক।) ইয়াৰ উপৰিও, আমি ৰাজ্যগৃহ পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰাখিবলৈ সহায় কৰিব পাৰোঁ। এইদৰে কৰিবলৈ কোনেও আমাক হেঁচা নিদিয়ে, আমি নিজৰ “ইচ্ছামতে” এইদৰে কৰোঁ। কিয়নো আমি যিহোৱা আৰু ভাই-ভনীসকলক প্ৰেম কৰোঁ।—গীতমালা ১১০:৩.
বাপ্তিষ্মা লোৱা ভাই-ভনীসকলে আৰু বহুতো উপায়েৰে মণ্ডলীক সহায় কৰিব পাৰে। পৰিচাৰক আৰু প্ৰাচীনৰ কি কি গুণ থাকিব লাগে, তাৰ বিষয়ে বাইবেলত উল্লেখ আছে। যদি কোনো ভাইৰ সেই গুণবোৰ থাকে, তেনেহʼলে তেওঁ পৰিচাৰক হিচাপে সেৱা কৰিব পাৰে আৰু আগলৈ গৈ প্ৰাচীন হিচাপে সেৱা কৰাৰ সুযোগ থাকে। ইয়াৰ উপৰিও, মণ্ডলীৰ ভাই আৰু ভনী সকলোৱে পাইনিয়াৰ বা অগ্ৰগামী সেৱা কৰি প্ৰচাৰ কামক সহযোগ কৰিব পাৰে। কিছুমান ভাই-ভনীয়ে উপাসনা ঠাই নিৰ্মাণ কৰা কাৰ্য্যত সহায় কৰিব পাৰে বা প্ৰচাৰকৰ প্ৰয়োজন হোৱা মণ্ডলীত গৈ সেৱা কৰিব পাৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৫২৪ ¶২
চুক্তি
মল্কীচেদকৰ দৰে পুৰোহিত হোৱাৰ চুক্তি: গীতমালা ১১০:৪ পদৰ অনুসৰি, যিহোৱাই যীচু খ্ৰীষ্টৰ লগত তেওঁ মল্কীচেদকৰ দৰে পুৰোহিত হʼব বুলি চুক্তি কৰিছিল। যেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ লগত ৰাজ্যৰ চুক্তি কৰিলে, তেতিয়া তেওঁ হয়তো এই চুক্তিৰ বিষয়ে উল্লেখ কৰিছিল। (লূক ২২:২৯) মল্কীচেদক এজন ৰজা আৰু ঈশ্বৰৰ পুৰোহিত আছিল। ঠিক সেইদৰে, যীচু এজন ৰজা আৰু মহা-পুৰোহিত হʼলহেঁতেন। কিন্তু তেওঁ মল্কীচেদকৰ দৰে পৃথিৱীত নহয় স্বৰ্গত এই দায়িত্ব পালেহেঁতেন। (ইব্ৰী ৬:২০; ৭:২৬, ২৮; ৮:১) যিহোৱাৰ নিৰ্দেশনাত যীচু সদায় দিনৰ বাবে ৰজা আৰু মহা-পুৰোহিত হৈ থাকিব। সেইবাবে এই চুক্তি সদায় ব্যৱহাৰ হৈ থাকিব।—ইব্ৰী ৭:৩.
ডিচেম্বৰ ২-৮
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১১৩-১১৪
আমি কেনেকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?
প্ৰেমেৰে নিজকে গঢ়ি তোলক
১৩ যীচুৱে কোৱা বাক্যশাৰীৰ পৰা এইটো বুজিব পৰা যায় যে সৰ্বপ্ৰথম আৰু শ্ৰেষ্ঠ আজ্ঞাটো হৈছে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰা উচিত। যিহেতু তেনে প্ৰেম কৰাৰ গুণ আমি জন্মৰে পৰাই শিকি নাহোঁ। সেয়েহে তেনে প্ৰেম প্ৰকাশ কৰিবলৈ সকলোৱে প্ৰৰিশ্ৰম কৰা আৱশ্যক। উদাহৰণস্বৰূপে যেতিয়া আমি যিহোৱাৰ বিষয়ে প্ৰথমবাৰৰ বাবে শুনিছিলোঁ তেতিয়া আমি তেওঁৰ প্ৰতি সকলোৱে আকৰ্ষিত হৈছিলোঁ। কিয়নো ক্ৰামান্বয়ে আমি জানিবলৈ পাৰিছিলোঁ যে যিহোৱাই কেনেকৈ মানৱজাতিৰ বাবে পৃথিৱীখনক তৈয়াৰ কৰিলে। (আদিপুস্তক ২:৫-২৩) তাৰ পাছত আমি শিকিব পালোঁ যে যেতিয়া প্ৰথম মানৱ দম্পতীয়ে পাপ কৰিলে, সেই সময়ত তেওঁ তেওঁলোক ধ্বংস নকৰি আমাৰ বাবে কেনেকৈ উদ্ধাৰৰ পথ মুকলি কৰিলে। (আদিপুস্তক ৩:১-৫, ১৫) গতিকে যিসকলে তেওঁক বিশ্বাস কৰিছিল, তেওঁলোকলৈ যিহোৱাই প্ৰেমময় আচৰণ কৰিলে আৰু ক্ৰমান্বয়ে তেওঁ নিজৰ পুত্ৰৰ বলিদানৰ ভিত্তিত আমাক পাপৰ পৰা মুক্তি দিয়ালে। (যোহন ৩:১৬, ৩৬) এইদৰে জ্ঞানে আমাক যিহোৱাৰ প্ৰতি থকা কৃতজ্ঞতাক বৃদ্ধি কৰিবলৈ সহায় কৰিলে। (যিচয়া ২৫:১) এই সম্বন্ধে ৰজা দায়ূদে কৈছিল যে তেওঁ যিহোৱাক প্ৰেম কৰিছিল কিয়নো যিহোৱাই তেওঁৰ তত্ত্বাৱধান লৈছিল। (গীতমালা ১১৬:১-৯) বৰ্তমান সময়তো যিহোৱাই আমাৰ তত্ত্বাৱধান লয়, আমাক পদ-প্ৰদৰ্শন দিয়ে, আমাক শক্তিশালী কৰে আৰু উৎসাহিত কৰে। এতেকে আমি যিমানে তেওঁৰ বিষয়ে শিকিম, আমাৰ প্ৰেম তেওঁৰ প্ৰতি সিমানেই গভীৰ হʼব।—গীতমালা ৩১:২৩; চফনিয়া ৩:১৭; ৰোমীয়া ৮:২৮.
আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে?
১৯ এই লেখত আমি শিকিলোঁ যে আজ্ঞা পালন কৰিলে বহুতো আশীৰ্বাদ পোৱা যায়। কিন্তু আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, সেইবাবেহে তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ। (১ যোহ. ৫:৩) যিহোৱাই আমাৰ বাবে যি কৰিলে, তাক আমি কেতিয়াও ঘুৰাই দিব নোৱাৰোঁ। (গীত. ১১৬:১২) কিন্তু আমি এটা কাম নিশ্চয় কৰিব পাৰোঁ সেয়া হৈছে আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা পালন কৰিব পাৰোঁ। যদি আমি আজ্ঞা পালন কৰোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি বুদ্ধিমান হয় আৰু যিসকল বুদ্ধিমান হয়, তেওঁলোকে যিহোৱাৰ মন আনন্দিত কৰে।—হিতো. ২৭:১১.
w১৯.১১ ২২-২৩ ¶৯-১১
लैव्यव्यवस्था की किताब से हमें क्या सीख मिलती है?
9 दूसरी सीख: हम यहोवा के एहसानमंद हैं, इसलिए उसकी सेवा करते हैं। इस बात को समझने के लिए आइए प्राचीन इसराएल में सच्ची उपासना के एक और पहलू पर ध्यान दें। वह है शांति-बलियाँ। लैव्यव्यवस्था की किताब में बताया गया है कि “परमेश्वर को धन्यवाद देने के लिए” शांति-बलियाँ चढ़ायी जाती थीं। (लैव्य. 7:11-13, 16-18) यह बलिदान चढ़ाना ज़रूरी नहीं था, लेकिन एक इसराएली यहोवा से प्यार करने की वजह से खुशी-खुशी यह बलिदान चढ़ाता था। बलिदान देनेवाला, उसका घराना और याजक, सब मिलकर उस बलिदान में से खाते थे। लेकिन बलिदान किए गए जानवर के कुछ हिस्से सिर्फ यहोवा को दिए जाते थे, कोई और उन्हें नहीं खा सकता था। ये कौन-से हिस्से थे?
10 तीसरी सीख: प्यार की वजह से हम यहोवा को अपना सबसे अच्छा देते हैं। यहोवा की नज़र में जानवरों का सबसे बढ़िया हिस्सा उनकी चरबी होती थी। यहोवा ने यह भी साफ-साफ बताया था कि कुछ और हिस्से खास मायने रखते थे जैसे, जानवर के गुर्दे। (लैव्यव्यवस्था 3:6, 12, 14-16 पढ़िए।) इस वजह से जब एक इसराएली अपनी इच्छा से ये हिस्से और चरबी यहोवा को चढ़ाता था, तो यहोवा को बहुत खुशी होती थी। इस तरह वह ज़ाहिर करता था कि वह यहोवा से प्यार करता है और उसे अपनी सबसे बढ़िया भेंट देना चाहता है। यीशु भी यहोवा से बहुत प्यार करता था, इसलिए उसने तन-मन से यहोवा की सेवा करके उसे अपनी सबसे बढ़िया भेंट चढ़ायी। (यूह. 14:31) यीशु को यहोवा के कानून से बहुत लगाव था और उसकी मरज़ी पूरी करने से उसे खुशी मिलती थी। (भज. 40:8) यहोवा यह देखकर फूला नहीं समाया होगा कि यीशु खुशी-खुशी उसकी सेवा कर रहा है!
11 हमारी सेवा भी शांति-बलियों की तरह है। अपनी इच्छा से यहोवा की सेवा करके हम ज़ाहिर करते हैं कि हम उसके बारे में कैसा महसूस करते हैं। हम उससे पूरे दिल से प्यार करते हैं, इसलिए उसे अपना सबसे अच्छा देना चाहते हैं। जब यहोवा यह देखता है कि लाखों लोग उसकी सेवा कर रहे हैं, क्योंकि वे उससे और उसके स्तरों से प्यार करते हैं, तो उसे कितना अच्छा लगता होगा! लेकिन यहोवा न सिर्फ हमारे कामों पर ध्यान देता है बल्कि यह भी देखता है कि क्या बात हमें ये काम करने के लिए उभारती है। क्या इससे आपको दिलासा नहीं मिलता? मान लीजिए, आप एक बुज़ुर्ग हैं और अब आप यहोवा की सेवा में उतना नहीं कर पाते, जितना आप चाहते हैं। क्या इसका मतलब है कि आप यहोवा को अपना सबसे अच्छा नहीं दे रहे हैं? ऐसी बात नहीं है। यकीन रखिए, यहोवा आपकी सीमाएँ जानता है। आपको शायद लगे कि आप यहोवा के लिए ज़्यादा नहीं कर पा रहे हैं, मगर यहोवा देख सकता है कि आप उससे कितना प्यार करते हैं और आपसे जितना हो सकता है, वह आप कर रहे हैं। यह आपकी तरफ से सबसे बढ़िया भेंट है और यहोवा उसे खुशी-खुशी स्वीकार करता है।
আধ্যাত্মিক ৰত্ন বিচাৰক
w১২ ৫/১৫ ২২ ¶১-৩
পাঠকসকলৰ প্ৰশ্ন
ঈশ্বৰৰ প্ৰেৰণাৰে গীত ৰচকে এইদৰে লিখিছে, “যিহোৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমুল্য।” (গীত ১১৬:১৫) যিহোৱাই নিজৰ প্ৰতিজন উপাসকৰ জীৱনক মূল্যৱান বুলি ভাবে। কিন্তু এই পদত কোনো এজন ব্যক্তিৰ মৃত্যুৰ বিষয়ে কোৱা নাই।
এজন খ্ৰীষ্টানৰ মৃত্যুৰ পাছত যেতিয়া ভাষণ দিয়া হয়, তেতিয়া গীতমালা ১১৬:১৫ পদটো মৃত্যু হোৱা ব্যক্তিজনৰ ওপৰত ব্যৱহাৰ কৰাটো সঠিক নহʼব, যদিও তেওঁৰ মৃত্যু এজন বিশ্বাসী সেৱকৰ দৰে হʼল। কিয় বাৰু? গীত ৰচকে কোৱাৰ অৰ্থ হৈছে এটা সমূহ হিচাপে নিজৰ সকলো বিশ্বাসী সেৱকৰ মৃত্যু হʼবলৈ দিয়াটো যিহোৱাৰ দৃষ্টিত এটা ডাঙৰ মূল্য হয়। সেইবাবে তেওঁ এইদৰে কেতিয়াও হʼবলৈ নিদিব।—গীতমালা ৭২:১৪; ১১৬:৮ চাওক।
গীতমালা ১১৬:১৫ পদৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই নিজৰ লোকসকলক সমূহ হিচাপে শেষ হʼবলৈ নিদিব। আমাৰ আধুনিক ইতিহাস ইয়াৰ প্ৰমাণ হয়। কঠিন পৰীক্ষা আৰু তাড়নাৰ মাজতো আমি থিৰে থাকিব পাৰিলোঁ।
ডিচেম্বৰ ৯-১৫
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১১৯:১-৫৬
“ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব?”
w৮৭ ১১/১ ১৮ ¶১০
क्या आप हर मामले में शुद्ध बने रहते हैं?
10 हर साल हज़ारों भाई-बहनों को नाजायज़ यौन-संबंध रखने की वजह से सुधारा जाता है या उन्हें बहिष्कृत किया जाता है। बाइबल में बताया गया है कि जो कोई यह पाप करता है, वह “अपने ही शरीर के खिलाफ पाप करता है।” (1कुरिंथियों 6:18; इफिसियों 5:5) अकसर एक मसीही से यह पाप इसलिए होता है क्योंकि वह ‘[परमेश्वर के] वचन के मुताबिक सावधानी नहीं बरतता।’ (भजन 119:9) कई भाई-बहन जब छुट्टियों पर होते हैं तो वे नैतिकता के मामलों में सतर्क नहीं रहते। वे दूसरे भाई-बहनों से मिलने के बजाय दुनिया के लोगों से दोस्ती करने लगते हैं। कुछ तो उनके साथ मिलकर ऐसे काम करने लगते हैं जो परमेश्वर को पसंद नहीं। कुछ ऐसे भी हैं जो साथ काम करनेवालों के साथ कुछ ज़्यादा ही वक्त बिताने लगते हैं। ऐसा ही कुछ एक शादीशुदा प्राचीन के साथ हुआ। उसकी अपने साथ काम करनेवाली एक औरत से दोस्ती हो गयी और वह उसके साथ रहने लगा! नतीजा, प्राचीन का बहिष्कार हो गया। बाइबल में लिखी यह बात कितनी सही है, “बुरी संगति अच्छी आदतें बिगाड़ देती है।”—1कुरिंथियों 15:33.
w০৬ ৭/১ ১৭ ¶১
“तेरी चितौनियां मेरा सुखमूल . . . हैं”
यहोवा अपने लोगों को चितौनियाँ देता है ताकि वे मुश्किलों से भरे इस दौर में आनेवाले दबावों का सामना कर सकें। कुछ चितौनियाँ हमें तब मिलती हैं जब हम बाइबल पढ़ते हैं, तो कुछ हमें, मसीही सभाओं के दौरान दी जानेवाली जानकारी या फिर हाज़िर भाई-बहनों के जवाबों से मिलती हैं। अकसर ये चितौनियाँ हमारे लिए नयी नहीं होतीं। हम पहले भी इन्हें पढ़ या सुन चुके होते हैं। फिर भी, हमें यहोवा के उद्देश्यों, नियमों और हिदायतों के बारे में लगातार याद दिलाया जाना ज़रूरी है क्योंकि हमें भूलने की आदत होती है। हमें परमेश्वर की चितौनियों के लिए उसके एहसानमंद होना चाहिए। क्योंकि ये चितौनियाँ, हमें हमेशा याद दिलाती हैं कि हमने परमेश्वर की मरज़ी के मुताबिक जीने का फैसला क्यों किया था और इस तरह ये हमारा हौसला बढ़ाती हैं। इसलिए भजनहार ने अपने गीत में यहोवा से कहा: “तेरी चितौनियां मेरा सुखमूल . . . हैं।”—भजन 119:24.
w১০ ৪/১৫ ২০ ¶২
व्यर्थ की चीज़ों से अपनी आँखें हटा दो!
2 लेकिन हम अपनी आँखों से जो देखते हैं वह कई बार हमें नुकसान भी पहुँचा सकता है। हमारी आँखों का हमारे दिमाग के साथ बहुत गहरा नाता है। हम जो देखते हैं उसका हमारी सोच पर गहरा असर पड़ता है और यही सोच हमारे दिल की भावनाओं पर असर करती है। यानी, हम जो देखते हैं उससे हमारे दिल की इच्छाएँ सुलगने लगती हैं और लालसाएँ ज़ोर पकड़ने लगती हैं। आज हम शैतान की दुनिया में जी रहे हैं जो गिरी हुई है, जहाँ सिर्फ अपना स्वार्थ पूरा करने का बढ़ावा दिया जाता है। (1 यूह. 5:19) आए दिन हम पर गंदे दृश्यों, फिल्मों, विज्ञापनों और बुरी बातों की इतनी बौछार होती है कि हम बड़ी आसानी से भटक सकते हैं, फिर चाहे हम इनकी एक झलक ही क्यों न देखें। हमारी आँखें हमें खतरे में डाल सकती हैं। इसलिए ताज्जुब नहीं कि भजनहार ने परमेश्वर से यह फरियाद की: “व्यर्थ वस्तुओं की ओर से मेरी आंखें हटा; मुझे अपने मार्ग के लिए जीवन दे।”—भज. 119:37, नयी हिन्दी बाइबिल।
আধ্যাত্মিক ৰত্ন বিচাৰক
কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ নকৰক
১৪ আপুনি যিহোৱাৰ মানদণ্ড মানি থাকিব বুলি থিৰাং কৰক। ইয়োবে যিহোৱাৰ মানদণ্ড পালন কৰিছিল। সেইবাবে, লোকসকলে তেওঁক ঠাট্টা কৰিছিল। ইয়োবৰ লগৰ এজনে তেওঁক এইদৰে কৈছিল তেওঁ যিহোৱাৰ মানদণ্ড পালন কৰক বা নকৰক, এই কথাই যিহোৱাৰ ওপৰত একো প্ৰভাৱ নেপেলায়। (ইয়ো. ৪:১৭, ১৮; ২২:৩) কিন্তু ইয়োবে এইবোৰ কথাৰ ওপৰত ধ্যান নিদিলে। তেওঁ জানিছিল যে যিহোৱাই ভাল আৰু বেয়াৰ মাজত যি মানদণ্ড দিছে, সেয়া একেবাৰে সঠিক। সেইবাবে, তেওঁ যিকোনো পৰিস্থিতিতে ইয়াক পালন কৰিব বিচাৰিছিল। ইয়োবক লোকসকলে বহুতো কথা কৈছিল। কিন্তু ইয়োব, যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইয়ো. ২৭:৫, ৬) ইয়োবৰ পৰা আমি কি শিকিব পাৰোঁ? যদি লোকসকলে আমাক ঠাট্টা কৰে, তেনেহʼলে আমি এইদৰে ভবা উচিত নহয় যে যিহোৱাৰ মানদণ্ডবোৰ সঠিক হয় নে নহয়, এইবোৰ পালন কৰিলে আমাৰ লাভ হʼব নে নহয়। ইয়াৰ পৰিৱৰ্তে চিন্তা কৰক যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰি এতিয়ালৈকে আপোনাৰ কি লাভ হৈছে। যিয়েই নহওক কিয় আপুনি যিহোৱাৰ সংগঠন নেৰিব বুলি থিৰাং কৰক। তেতিয়া লোকসকলে যিমানেই ঠাট্টা নকৰক কিয় আপুনি যিহোৱাৰ পৰা আঁতৰি নাযাব।—গীতমালা ১১৯:৫০-৫২ পঢ়ক।
ডিচেম্বৰ ১৬-২২
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১১৯:৫৭-১২০
সমস্যা সহন কৰাৰ উপায়
w০৬ ৭/১ ১২ ¶২
“मैं तेरी व्यवस्था में कैसी प्रीति रखता हूं!”
2 आप शायद पूछें: “आखिर, भजनहार को परमेश्वर की व्यवस्था से कैसे सुकून मिला?” उसे पूरा भरोसा था कि यहोवा उसकी परवाह करता है और इसी बात ने उसे सँभाल रखा। साथ ही, परमेश्वर की व्यवस्था को लागू करने से उसे कई फायदे मिले, इसलिए दुश्मनों के विरोध के बावजूद भी वह खुश था। वह जानता था कि यहोवा ने उसके साथ भलाई की है। और-तो-और, व्यवस्था की हिदायतों को मानने से भजनहार अपने दुश्मनों से कहीं ज़्यादा बुद्धिमान बना और उसकी जान भी बची। साथ ही, उसे मन की शांति और साफ विवेक मिला।—भजन 119:1, 9, 65, 93, 98, 165.
আপুনি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰেনে?
৩ ঈশ্বৰে স্মৰণ কৰাই দিয়া বাক্য গীতমালা লিখকৰ বাবে অতি প্ৰিয় আছিল, সেয়েহে তেওঁ কৈছিল: “মই তোমাৰ আজ্ঞাবোৰ পালন কৰিবলৈ, পলম নকৰি খৰ কৰিলোঁ। দুষ্টবোৰৰ জৰীয়ে মোক মেৰাইছে; কিন্তু মই তোমাৰ ব্যৱস্থা পাহৰা নাই।” (গীতমালা ১১৯:৬০, ৬১) গতিকে যিহোৱাই সোঁৱৰাই দিয়া বাক্যই আমাক অত্যাচাৰৰ সময়ত সহন কৰিবলৈ সহায় কৰে, কিয়নো আমি জানো যে তেওঁ আমাৰ বিৰোধী চয়তানৰ পৰা অহা সকলোবোৰ তাড়নাক তেওঁ আঁতৰাই পেলাব। এতেকে যিহোৱাই আমাক তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰাৰ সময়ত আমাৰ সন্মূখত থকা সকলোবোৰ বাধা-বিঘিনিক ক্ৰমান্বয়ে দূৰ কৰিব।—মাৰ্ক ১৩:১০.
w০৬ ৯/১ ১৯ ¶২
भजन संहिता किताब के पाँचवें भाग की झलकियाँ
119:71—दुःख सहने से कैसे एक इंसान का भला हो सकता है? दुःख-तकलीफों से गुज़रकर, हम और भी ज़्यादा यहोवा पर भरोसा रखना, दिल की गहराई से प्रार्थना करना, साथ ही पूरी लगन के साथ बाइबल का अध्ययन करना और उसमें दी बातों पर अमल करना सीखते हैं। इसके अलावा, मुसीबत की घड़ी में हम जिस तरह से पेश आते हैं, उससे हमारी वे खामियाँ उभरकर सामने आती हैं जिन्हें हमें दूर करने की ज़रूरत है। जी हाँ, अगर हम तकलीफों के हाथों खुद को निखरने दें तो हम कभी कड़वाहट से नहीं भरेंगे।
w১৭.০৭ ১৩ ¶৩, ৫
“रोनेवालों के साथ रोओ”
3 यहोवा हमारा दयालु पिता है। वही एक मुख्य ज़रिया है जिससे हमें दिलासा मिलता है। (2 कुरिंथियों 1:3, 4 पढ़िए।) वह दूसरों से बढ़कर हमारा दर्द समझता है और अपने लोगों से वादा करता है कि “दिलासा देनेवाला मैं ही हूँ।”—यशा. 51:12; भज. 119:50, 52, 76.
5 हम पूरा यकीन रख सकते हैं कि यहोवा दुख की घड़ी में हमारी मदद ज़रूर करेगा। इसलिए हमें बेझिझक उससे प्रार्थना करनी चाहिए और उसे बताना चाहिए कि हम किस दर्द से गुज़र रहे हैं। हमें यह जानकर कितना सुकून मिलता है कि यहोवा हमारी भावनाओं को समझता है और हमें दिलासा देता है। लेकिन वह किस तरह हमें दिलासा देता है?
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৯/১ ১৯¶৩
গীতমালা কিতাপৰ পঞ্চম ভাগৰ পৰিচয়
১১৯:৯৬—“সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত” ইয়াৰ অৰ্থ কি? গীতৰচকে ইয়াত মানৱীয় দৃষ্টিৰ কথা কৈ আছে। হয়তো তেওঁ এয়া ভাবিছিল যে সিদ্ধান্তৰ বিষয়ে মানুহৰ বুজা শক্তি সীমিত আছে। কিন্তু ঈশ্বৰৰ আজ্ঞাৰ কোনো সীমা নাই। এয়া জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ব্যৱহাৰ হয়। নিউ হিন্দী ট্ৰান্চলেশ্ব্যান্ বাইবেলত এই পদক এইদৰে কোৱা হৈছে, “মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।”
ডিচেম্বৰ ২৩-২৯
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১১৯:১২১-১৭৬
আমি বিনা কাৰণে বিপদ আকোঁৱালি লোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?
w১৮.০৬ ১৭ ¶৫-৬
परमेश्वर के नियमों और सिद्धांतों से ज़मीर का प्रशिक्षण कीजिए
5 अगर हम परमेश्वर के नियमों से फायदा पाना चाहते हैं, तो उन नियमों के बारे में सिर्फ पढ़ना या उन्हें जानना काफी नहीं होगा। हमें उनसे लगाव होना चाहिए और उन्हें मानना चाहिए। बाइबल में लिखा है, “बुराई से नफरत करो और भलाई से प्यार करो।” (आमो. 5:15) पर यह हम कैसे कर सकते हैं? हर मामले को हमें यहोवा की नज़र से देखना होगा। मान लीजिए कि आपको ठीक से नींद नहीं आती। डॉक्टर आपको सलाह देता है कि आप पौष्टिक खाना खाएँ, अच्छी तरह व्यायाम करें और अपने जीने के तरीके में कुछ बदलाव करें। आप उसकी सलाह मानते हैं और आपको नींद आने लगती है। तो क्या इसके बाद से आप डॉक्टर की हर सलाह नहीं मानेंगे?
6 उसी तरह हमारे सृष्टिकर्ता ने हमें नियम दिए हैं, ताकि हम पाप के बुरे अंजामों से बच सकें और अपनी ज़िंदगी सँवार सकें। बाइबल में साफ बताया गया है कि हमें किन कामों को नहीं करना चाहिए, जैसे झूठ बोलना, धोखाधड़ी, चोरी, अनैतिक काम, हिंसा और जादू-टोना। (नीतिवचन 6:16-19 पढ़िए; प्रका. 21:8) जो फायदे हमें यहोवा की आज्ञाएँ मानने से होते हैं, उनकी वजह से यहोवा और उसके नियमों के लिए हमारा लगाव बढ़ने लगता है।
w৯৩ ৪/১৫ ১৭ ¶১২
नौजवानो—आप ज़िंदगी में क्या हासिल करना चाहते हैं?
12 बुराई से नफरत करना, उससे घिन करना सीखिए। (भजन 97:10) पर आप ऐसे काम से नफरत कैसे कर सकते हैं, जिसे करना शायद शुरू में आपको अच्छा लगे? उसके अंजामों के बारे में सोचिए। बाइबल में लिखा है, “धोखे में न रहो: परमेश्वर की खिल्ली नहीं उड़ायी जा सकती। एक इंसान जो बोता है, वही काटेगा भी। क्योंकि जो शरीर के लिए बोता है वह शरीर से विनाश की फसल काटेगा।” (गलातियों 6:7, 8) जब भी आपका कुछ गलत करने का मन करे, तो सबसे पहले सोचिए कि इससे यहोवा परमेश्वर को कितना दुख होगा। (भजन 78:41 से तुलना करें।) इसके अलावा, कुछ और भी बुरे अंजाम हो सकते हैं, जैसे अनचाहा गर्भ ठहरना या एड्स जैसी बीमारी लगना। आपका चैन और सुकून छिन सकता है। आप खुद की नज़रों में भी गिर सकते हैं। कुछ अंजाम तो लंबे समय तक रहते हैं, जैसे शादी में समस्याएँ। यही नहीं, एक मसीही अपनी ज़िम्मेदारियाँ खो सकता है या उसका बहिष्कार हो सकता है। (1 कुरिंथियों 5:9-13) क्या पल-भर के सुख के लिए इतनी बड़ी कीमत चुकाना सही होगा?
আধ্যাত্মিক ৰত্ন বিচাৰক
২ কিন্তু আমি বিশ্বাস কৰোঁ যে যিহোৱা ‘সত্যৰ ঈশ্বৰ’ হয় আৰু তেওঁ সদায় আমাৰ ভাল হোৱাটো বিচাৰে। (গীত. ৩১:৫; যিচ. ৪৮:১৭) আমি জানোঁ যে আমি তেওঁৰ বাক্যৰ ওপৰত ভৰসা কৰিব পাৰোঁ, কিয়নো তেওঁৰ বাক্য সম্পূৰ্ণ সত্য। (গীতমালা ১১৯:১৬০ পঢ়ক।) বাইবেলৰ বিদ্বান এজনে একেবাৰে সঠিক কথা লিখিছিল, “ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। তেওঁৰ বাক্য সম্পূৰ্ণকৈ সত্য হয়। সেইবাবে, ঈশ্বৰৰ লোকসকলৰ তেওঁৰ ওপৰত ভৰসা আছে আৰু তেওঁলোকে তেওঁৰ বাক্যৰ ওপৰতো ভৰসা কৰিব পাৰে।
ডিচেম্বৰ ৩০–জানুৱাৰী ৫
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১২০-১২৬
তেওঁলোকে কান্দি কান্দি ৰুলে, কিন্তু আনন্দেৰে দালে
ঈশ্বৰক মহিমা কৰা সকল ধন্য
১০ যেতিয়া আমি যীচুৰ শিষ্যত্বৰ যুৱলি লওঁ তেতিয়া আমাৰ যুদ্ধ চয়তানৰ সৈতে আৰম্ভ হয়। যাকোব ৪:৭ পদত কৈছে যে, “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।” ইয়াত এইটো কোৱা নাই যে তেনে পদক্ষেপ লোৱাটো অতি সহজ। বাস্তৱতে ঈশ্বৰক সেৱা কৰিবলৈ অনেক প্ৰচেষ্টাৰ আৱশ্যক। (লূক ১৩:২৪) এই সম্পৰ্কে গীত ১২৬:৫ পদত আশ্বাস দি আমাক এইদৰে কৈছে: “যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব।” আমি কোনো অকৃতজ্ঞশীল ঈশ্বৰৰ সেৱা কৰা নাই আৰু বাইবেলে কৈছে যে ঈশ্বৰে “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা।”—ইব্ৰী ১১:৬.
আপোনাৰ বিশ্বাস কিমান মজবুত আছে?
১৭ আপুনি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছেনে? যদি হয়, তেনেহ’লে বাইবেলৰপৰা এনে লোকসকলৰ বিষয়ে পঢ়ক, যিসকলক পুনৰ জীৱিত কৰা হৈছিল আৰু বিশ্বাস কৰক যে আপোনাৰ আপোনজনক নিশ্চয় পুনৰ জীৱিত কৰা হ’ব। আপোনাৰ পৰিয়ালত কাৰোবাৰ বহিষ্কাৰ হৈছেনে? আৰু ইয়াৰ বাবে আপুনি বেজাৰত আছেনে? যদি আছে, তেনেহ’লে অধ্যয়ন কৰাৰ যোগেদি নিজৰ বিশ্বাস দৃঢ় কৰক যে যিহোৱাই শুধৰণি কৰাৰ ব্যৱস্থাই হৈছে আটাইকৈ উত্তম। কঠিন পৰিস্থিতিতো নিজৰ বিশ্বাস বঢ়াওক। নিজৰ মনৰ সকলো কথা যিহোৱাক জনাওক। ভাই-ভনীসকলৰ লগত সংগতি কৰক আৰু নিজকে তেওঁলোকৰপৰা আঁতৰাই নাৰাখিব। (হিতো. ১৮:১) যদিও আপোনাৰ চকুপানী টোকাৰ কিবা কাৰণ থাকে, তথাপি যিহোৱাৰ সেৱাত ব্যস্ত হৈ থাকক। (গীত. ১২৬:৫, ৬) সভাত উপস্থিত হওক, প্ৰচাৰত ভাগ লওক আৰু বাইবেল পঢ়ক। যিহোৱাই অতি সোনকালে দিবলগীয়া আশীৰ্বাদৰ বিষয়ে চিন্তা কৰক। যেতিয়া আপুনি দেখিব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে, তেতিয়া তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস আৰু বাঢ়িব।
একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থাকক!
১৩ ঈশ্বৰৰ শস্য চপোৱাসকল আৰু বিশেষকৈ যিসকলে অত্যাচাৰৰ সন্মূখীন হৈছে, তেওঁলোকৰ সান্ত্বনাৰ অৰ্থে গীতমালা ১২৬:৫, ৬ পদত এইদৰে কোৱা হʼল: “যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব। যি জনে কান্দি কান্দি বব লগীয়া কঠীয়া লৈ যায়, সি অৱশ্যে আনন্দেৰে তেওঁৰ ডাঙৰি লৈ উলটি আহিব।” গীতমালাত উল্লেখ কৰা বোৱা আৰু দোৱা কাৰ্য্যই প্ৰাচীন বাবিলৰ দাসত্ব বন্ধনৰ পৰা মুকলি হৈ নিজ দেশলৈ ঘূৰি অহা অভিষিক্তসকলক যিহোৱাই প্ৰতিপালন কৰা আৰু আশীৰ্ব্বাদ দিয়া কাৰ্য্যৰ সৈতে তুলনা কৰা হৈছে। তেওঁলোকে বাবিলৰ পৰা স্বাধীন হোৱাৰ বাবে অতি আনন্দিত হৈছিল, কিন্তু ৭০ বছৰৰ পাছত ধ্বংস প্ৰাপ্ত নগৰখনলৈ ঘূৰি আহি হয়তো কান্দি কান্দি শস্য বোৱা কাৰ্য্য কৰিবলগীয়া হৈছিল। তথাপিও যিসকলে শস্য বোৱা আৰু পুনৰ নিৰ্ম্মাণ কৰা কাৰ্য্যত ভাগ লৈছিল, শেষত তেওঁলোকে তেওঁলোকৰ পৰিশ্ৰমৰ বাবে আনন্দ আৰু সন্তুষ্টি লাভ কৰিছিল।
১৪ ঠিক সেইদৰে আমি বা আমাৰ সঙ্গী বিশ্বাসীসকলে ধাৰ্ম্মিকতাৰ কাৰণে পৰীক্ষাৰ সন্মূখীন হবলগীয়া হোৱা দেখি হয়তো কান্দিব লাগিব। (১ পিতৰ ৩:১৪) প্ৰথম অৱস্থাত আমাৰ শস্য চপোৱা অৰ্থাৎ পৰিচৰ্য্যা কাৰ্য্যত কোনো সফলতা নোপোৱাৰ বাবে আমি হয়তো সেই কাৰ্য্য কঠিন যেন অনুভৱ কৰিব পাৰোঁ। কিন্তু যদি আমি একেৰাহে বোৱা আৰু পানী দিয়া কাৰ্য্য কৰোঁ, তেতিয়া যথাসময়ত যিহোৱাই তাক আমি বিচৰাতকৈও অধিকৰূপে বৃদ্ধি কৰিব। (১ কৰিন্থীয়া ৩:৬) এই কাৰ্য্যৰ প্ৰমাণসমূহ, আমি আমাৰ বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীসমূহৰ বিতৰণৰ যোগেদি দেখিবলৈ পাওঁ।
আধ্যাত্মিক ৰত্ন বিচাৰক
cl ৭৩ ¶১৫
ৰক্ষা কৰাৰ শক্তি—“ঈশ্বৰ আমাৰ আশ্ৰয়”
১৫ প্ৰথমে, আহক আমি আমাৰ জীৱনৰ সুৰক্ষাৰ বিষয়ে মন কৰোঁ। যিহোৱাৰ উপাসক হোৱাৰ বাবে আমি এটা সমূহ হিচাপে যিহোৱাৰ পৰা সুৰক্ষা পোৱাৰ আশা ৰাখিব পাৰোঁ। এইদৰে নোহোৱা হʼলে চয়তানে আমাক কেতিয়াবাই শেষ কৰি পেলালেহেঁতেন। চিন্তা কৰক, চয়তান ‘এই জগতৰ শাসক’ হয়, সি এই জগতৰ পৰা সত্য উপাসনাক সম্পূৰ্ণৰূপে শেষ কৰিব বিচাৰে। (যোহ ১২:৩১; প্ৰকা ১২:১৭) এই জগতৰ কিছুমান শক্তিশালী চৰকাৰে আমাৰ প্ৰচাৰ কামক নিষেধ কৰিছে আৰু আমাক সম্পূৰ্ণৰূপে শেষ কৰিবলৈ চেষ্টা কৰিছে। তথাপিও, যিহোৱাৰ সেৱকসকলে দৃঢ় হৈ প্ৰচাৰ কাম কৰি আছে। ইমান কম সংখ্যক আৰু নিসহায় লোকসকলক এই জগতৰ চৰকাৰে শেষ কৰিব নোৱাৰিলে। ইয়াৰ কাৰণ কি বাৰু? কাৰণ যিহোৱাই তেওঁলোকক নিজৰ শক্তিশালী ডেউকাৰ তলত সুৰক্ষা দিছে!—গীত ১৭:৭, ৮.