জানুৱাৰী ১৩-১৯
গীতমালা ১৩৫-১৩৭
গীত নং ২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘আমাৰ প্ৰভু সকলো দেৱতাত্কৈ শ্ৰেষ্ঠ’
(১০ মি.)
যিহোৱাৰ নিয়ন্ত্ৰণত সকলো সৃষ্টি আছে (গীত ১৩৫:৫, ৬; it-২ ৬৬১ ¶৪-৫)
যিহোৱাই নিজৰ লোকসকলৰ বিচাৰ কৰে (যাত্ৰা ১৪:২৯-৩১; গীত ১৩৫:১৪)
যেতিয়া আমি নিৰাশ হওঁ, তেতিয়া যিহোৱাই আমাৰ সাহস বঢ়াই (গীত ১৩৬:২৩; w২১.১১ ৬ ¶১৬)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ১৩৬:১৫—যিহোৱাই প্ৰাচীন সময়ত মানৱীয় চৰকাৰৰ ওপৰত নিজৰ অধিকাৰ দেখুৱাবলৈ কি কৰিলে? (w২২.১০ ১৫ ¶১২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১৩৫:১-২১ (শিক্ষা অধ্যায় ১১)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যদি ব্যক্তিজন আগ্ৰহী হয়, তেনেহʼলে আপুনি তেওঁৰ ফোন নম্বৰ বিচাৰক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সভালৈ মাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ৭—বিষয়: যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে? (শিক্ষা অধ্যায় ১২)
গীত নং ১০
৭. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১১ ৪-৬ ¶৮-১৩