ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ৬-১৬
  • মাৰ্চ ২৪-৩০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৪-৩০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ৬-১৬

মাৰ্চ ২৪-৩০

হিতোপদেশ ৬

গীত নং ১১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি পৰুৱাৰ পৰা কি শিকিব পাৰোঁ?

(১০ মি.)

আমি পৰুৱাবোৰক চাই বহুতো কথা শিকিব পাৰোঁ(হিতো ৬:৬)

পৰুৱাবোৰক এইদৰে সৃষ্টি কৰা হৈছে যে সিহঁতৰ কোনো শাসক নোহোৱাৰ স্বত্বেও বহুত পৰিশ্ৰম কৰে, এজনে-আনজনক সহায় কৰে আৰু ভৱিষ্যৰ বাবে তৈয়াৰী কৰে (হিতো ৬:৭, ৮; it-১-E ১১৫ ¶১-২)

যদি আমি পৰুৱাবোৰৰ দৰে হওঁ, তেনেহʼলে আমাৰ লাভ হʼব (হিতো ৬:৯-১১; w০০-HI ৯/১৫ ২৬ ¶৩-৪)

পৰুৱাবোৰে পাত লৈ গৈ আছে।

© Aerial Media Pro/Shutterstock

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৬:১৬-১৯—যিহোৱাই কি কি কামক ঘিণ কৰে? (w২২.০৩ ৫ ¶১১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৬:১-২৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এনে সম্বন্ধীয় লোকক বিশেষ ভাষণ আৰু স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক, যিজনে অলপ আগতে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। স্মৰণীয় দিনত উপস্থিত হʼবলৈ নিজৰ বʼচৰ পৰা চুটি বিচাৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৬. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক বিশেষ ভাষণ আৰু স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ২

৭. সৃষ্টিৰপৰা বুজিব পাৰি যে আমি আনন্দত থকাটো যিহোৱাই বিচাৰে—অদ্ভুদ জীৱ-জন্তু

(৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • জীৱ-জন্তুবোৰক চাই আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১০ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ২৪-২৫ ¶১৫-১৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১২৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক