ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ৭
  • মাৰ্চ ৩১-এপ্ৰিল ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৩১-এপ্ৰিল ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ৭

মাৰ্চ ৩১–এপ্ৰিল ৬

হিতোপদেশ ৭

গীত নং ৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

প্ৰাচীন সময়ৰ এজনী বেশ্যা নিজৰ ঘৰৰ দুৱাৰত থিয় হৈ আছে আৰু এজন ডেকা ব্যক্তিয়ে সেই ফালেদি গৈ আছে।

১. প্ৰলোভিত কৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক

(১০ মি.)

এজন নিৰ্ব্বোধ ডেকাই জানি-শুনি এনে এলেকালৈ যায়, যʼত বেশ্যাসকলে থাকে (হিতো ৭:৭-৯; w০০-HI ১১/১৫ ২৯ ¶৫)

এজনী বেশ্যাই তেওঁক তাইৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ প্ৰলোভিত কৰে (হিতো ৭:১০, ১৩-২১; w০০-HI ১১/১৫ ৩০ ¶৪-৬)

নিজকে এনে পৰিস্থিতিত পেলাই তেওঁ বেয়া পৰিণাম ভুগে (হিতো ৭:২২, ২৩; w০০-HI ১১/১৫ ৩১ ¶২)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৭:৩—আমি কেনেকৈ ঈশ্বৰৰ আজ্ঞাবোৰ নিজৰ আঙুলিত বান্ধিব পাৰোঁ আৰু হৃদয়ৰ ফলিত লিখিব পাৰোঁ? (w০০-HI ১১/১৫ ২৯ ¶১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৭:৬-২০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ আপুনি গৃহস্থক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ আপুনি ব্যক্তিজনক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যোৱাবাৰ আপুনি ব্যক্তিজনক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩

৭. আন এটা ভাল সুযোগ নোপোৱালৈকে (লূক ৪:৬)

(১৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যীচুক কেনেকৈ প্ৰলোভিত কৰা হৈছিল আৰু আমাকো কেনেকৈ প্ৰলোভিত কৰা হʼব পাৰে?

  • আমি কেনেকৈ এনে পৰিস্থিতিৰ সন্মুখীন হʼব পাৰোঁ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ২-৪ ¶১-৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭০ আৰু প্ৰাৰ্থন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক