ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ১০
  • এপ্ৰিল ৭-১৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ৭-১৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ১০

এপ্ৰিল ৭-১৩

হিতোপদেশ ৮

গীত নং ৮৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যীচুৱে বাহিৰত বহি লোকসকলক শিকাই আছে।

১. যীচুৰ বুদ্ধিৰে ভৰা কথা শুনক

(১০ মি.)

যীচুক হিতোপদেশ কিতাপত বুদ্ধি বুলি কোৱা হৈছে। যিহোৱাই তেওঁৰ যোগেদি সৃষ্টিৰ ‘আৰম্ভণি’ কৰিলে(হিতো ৮:১, ৪, ২২; cf-HI ১৩০ ¶৭)

যিহোৱা আৰু যীচুৱে যুগ যুগলৈকে একেলগে মিলি সৃষ্টিৰ কাম কৰিলে। এই সময়ছোৱাত যীচুৰ বুদ্ধি আৰু নিজৰ পিতৃৰ প্ৰতি তেওঁৰ প্ৰেম বাঢ়িবলৈ ধৰিলে (হিতো ৮:৩০, ৩১; cf-HI ১৩১ ¶৮-৯)

যীচুৰ বুদ্ধিৰে ভৰা কথা শুনিলে আমাৰ লাভ হʼব (হিতো ৮: ৩২, ৩৩; w০৯-HI ৪/১৫ ৩১ ¶১৪)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৮:৩১—যীচুৱে কেনেকৈ দেখুৱালে যে তেওঁ লোকসকলক প্ৰেম কৰে? (এক অনন্ত জীৱন! পাঠ ১৭ ভাগ ৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৮:২২-৩৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনে স্মৰণীয় দিনত উপস্থিত হʼব বিচাৰিছে আৰু তাত কি কি হʼব সোধে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। স্মৰণীয় দিনৰ অহা এনে এজন ব্যক্তিৰ লগত কথা পাতক, যিজনে নিজৰ ঘৰত নিমন্ত্ৰণ-পত্ৰ পাইছিল। স্মৰণীয় দিনৰ ভাষণ শেষ হোৱাৰ পাছত তেওঁৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ প্ৰশ্ন ১৬০—বিষয়: যীচুক ঈশ্বৰৰ পুত্ৰ বুলি কিয় কোৱা হয়? (শিক্ষা অধ্যায় ১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১০৫

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ৪-৭ ¶৯-১৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক