ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr25 মাৰ্চ পৃষ্ঠা ১-১৪
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
  • উপশীৰ্ষক
  • মাৰ্চ ৩-৯
  • ২ আমি প্ৰকৃত প্ৰেম কিয় কৰা উচিত? তাৰ বিষয়ে ওপৰত দিয়া পদবোৰত তিনিটা কাৰণ দিয়া হৈছে। প্ৰথমতে, প্ৰকৃত প্ৰেম কৰিলে আমি যিহোৱাৰ দৃষ্টিত মূল্যৱান হৈ পৰোঁ। দ্বিতীয়তে, এইদৰে কৰিলে আমাৰ নিজৰে লাভ হয়। যেনে, আমি ভাল বন্ধু বনাব পাৰোঁ। তৃতীয়তে, ভৱিষ্যতে আমি বহুতো আশীৰ্বাদ লাভ কৰিম আৰু লগতে অনন্ত জীৱনো লাভ কৰিম। সেইবাবে, আহক আমি যিহোৱাৰ এই কথাটো সদায় পালন কৰি থাকোঁ, “প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া [প্ৰকৃত প্ৰেম] আৰু কৰুণা ব্যৱহাৰ কৰা।”—জখ. ৭:৯.
  • ৪ হিতোপদেশ ৪:১৮ পদত কোৱা হৈছে “দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” এই পদৰপৰা বুজিব পাৰি যে যিহোৱাই নিজৰ লোকসকলক নিজৰ উদ্দেশ্যৰ বিষয়ে লাহে লাহে জনায়। ইয়াৰ উপৰিও এই সিদ্ধান্তৰপৰা এয়াও বুজিব পাৰি যে এজন খ্ৰীষ্টানক যদি কোনো ক্ষেত্ৰত নিজকে পৰিৱৰ্তন কৰিবলগীয়া আছে, তেনেহʼলে তেওঁ লাহে লাহে পৰিৱৰ্তন কৰিব। যেতিয়া এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে আৰু সংগঠনৰ সকলো নিৰ্দেশনাবোৰ পালন কৰে, তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নিচিনা গুণবোৰ বৃদ্ধি কৰে। আহক ইয়াক আৰু ভালদৰে বুজিবলৈ যীচুৱে কি উদাহৰণ দিছিল, তালৈ মন কৰোঁ।
  • যৌন সম্পৰ্ক যিহোৱাই মানুহক দিয়া এক উপহাৰৰ দৰে হয়। পুৰুষ আৰু তিৰোতাই এজনে-আনজনক বিয়া কৰাৰ পাছতহে এই উপহাৰৰ আনন্দ লোৱাটো যিহোৱাই বিচাৰে। ইয়াৰ যোগেদি স্বামী-স্ত্ৰীয়ে সন্তান জন্ম দিব পাৰে, এজনে-আনজনক প্ৰেম দেখুৱাব পাৰে আৰু এজনে-আনজনক সুখী কৰিব পাৰে। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, “তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।” (হিতোপদেশ ৫:১৮, ১৯) সত্য খ্ৰীষ্টানসকলে নিজৰ জীৱন সংগীৰ লগত বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁলোকে ব্যভিচাৰ অৰ্থাৎ আনৰ লগত যৌন সম্পৰ্ক নাৰাখিব।—ইব্ৰী ১৩:৪ পঢ়ক।
  • যিহোৱাই ঘিণ কৰা কামবোৰক ঘিণ কৰক। (গীত. ৯৭:১০) বাইবেলত লিখা আছে যে যিহোৱাই “গৰ্ব্বী চকু, মিছা কথা কোৱা জিবা, নিৰ্দ্দোষীৰ ৰক্তপাতী” হাতক ঘৃণা কৰে। (হিতো. ৬:১৬, ১৭) তেওঁ “ৰক্তপাতকাৰী আৰু কপটীয়া মানুহক ঘিণ কৰে।” (গীত. ৫:৬) যিহোৱাই এই কামক ইমানেই ঘৃণা কৰে যে নোহৰ সময়ত যিসকলে এইবোৰ কামত লিপ্ত আছিল, তেওঁলোকক যিহোৱাই ধ্বংস কৰিলে। (আদি. ৬:১৩) আন এটা উদাহৰণলৈ মন কৰক। যিহোৱাই ভৱিষ্যতবক্তা মলাখীৰ যোগেদি কৈছিল যে যিসকল লোকে নিজৰ জীৱন সংগীৰ লগত বিবাহ-বিচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰে, তেওঁলোকক যিহোৱাই ঘিণ কৰে। যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ উপাসনা গ্ৰহণযোগ্য নহয়। তেওঁ এয়াও কৈছিল যে তেওঁ এনে লোকক শাস্তি দিব।—মলা. ২:১৩-১৬; ইব্ৰী ১৩:৪.
  • এপ্ৰিল ৭-১৩
  • ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৯
  • এপ্ৰিল ২১-২৭
  • ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
mwbr25 মাৰ্চ পৃষ্ঠা ১-১৪

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2024 Watch Tower Bible and Tract Society of Pennsylvania

মাৰ্চ ৩-৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৩

যিহোৱাৰ ওপৰত আপুনি ভৰসা কৰে বুলি দেখুৱাওক

ijwbv ১৪ ¶৪-৫

नीतिवचन 3:5, 6—“तू अपनी समझ का सहारा न लेना”

“पूरे दिल से यहोवा पर भरोसा रखना।” हम यह कैसे कर सकते हैं? बाइबल में आम तौर पर “दिल” का मतलब है, अंदर का इंसान जिसमें एक व्यक्‍ति की भावनाएँ, इरादे, सोच और रवैया शामिल है। इसलिए जब हम पूरा यकीन रखेंगे कि सृष्टिकर्ता ही सबसे अच्छी तरह जानता है कि हमारी भलाई किस में है और हम हर काम उसकी मरज़ी के मुताबिक करेंगे, तो हम दिखाएँगे कि हम उस पर पूरे दिल से भरोसा करते हैं।—रोमियों 12:1.

“तू अपनी समझ का सहारा न लेना।” हम सब अपरिपूर्ण हैं। इसलिए अगर हम सिर्फ अपनी बुद्धि लगाकर कोई फैसला लेंगे, तो शायद शुरू-शुरू में हमें वह ठीक लगे, लेकिन बाद में हमें पछताना पड़ेगा। (नीतिवचन 14:12; यिर्मयाह 17:9) लेकिन परमेश्‍वर की बुद्धि हमारी बुद्धि से कहीं बढ़कर है। (यशायाह 55:8, 9) इसलिए अगर हम परमेश्‍वर की सलाह मानकर कोई फैसला लेंगे, तो इससे हमें अच्छे नतीजे मिलेंगे।—भजन 1:1-3; नीतिवचन 2:6-9; 16:20.

ijwbv ১৪ ¶৬-৭

नीतिवचन 3:5, 6—“तू अपनी समझ का सहारा न लेना”

“उसी को ध्यान में रखकर सब काम करना।” परमेश्‍वर पर भरोसा करने का एक और तरीका है, ज़िंदगी के हर ज़रूरी मामले में परमेश्‍वर का नज़रिया जानने की कोशिश करना, खासकर तब जब हमें कोई बड़ा फैसला लेना होता है। यह हम कैसे कर सकते हैं? परमेश्‍वर से प्रार्थना में बुद्धि माँगकर और बाइबल में दी उसकी सलाह मानकर।—भजन 25:4; 2 तीमुथियुस 3:16, 17.

“तब वह तुझे सही राह दिखाएगा।” यहोवा हमारी मदद करता है कि हम उसके नेक स्तरों के मुताबिक जीएँ। (नीतिवचन 11:5) इस तरह वह हमें सही राह दिखाता है। उसकी राह पर चलकर हम कई मुश्‍किलों से बच पाते हैं और ज़्यादा खुश रहते हैं।—भजन 19:7, 8; यशायाह 48:17, 18.

w২৩.০৯ ৪ ¶১০

চিমচোনৰ দৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰক

যদিও আমাৰ বহুতো দক্ষতা বা সামৰ্থ আছে বা যিহোৱাৰ সংগঠনত আমি বহুতো কাম কৰিছোঁ, তথাপি আমি সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱা উচিত। আমি মনত ৰখা উচিত যে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিলেহে আমি তেওঁ দিয়া কাম ভালদৰে কৰিব পাৰিম। যিহোৱাই চিমচোনৰ বাবে পানীৰ যি ব্যৱস্থা কৰিছিল তাক খোৱাৰ পাছত তেওঁ সতেজ অনুভৱ কৰিছিল। ঠিক সেইদৰে আজি যিহোৱাই আমাৰ বাবে যিবোৰ ব্যৱস্থা কৰিছে তাৰ লাভ উঠালে আমি সাহস আৰু শক্তি পাম যাৰ যোগেদি আমি তেওঁৰ সেৱা আৰু ভালদৰে কৰিব পাৰিম।—মথি ১১:২৮.

আধ্যাত্মিক ৰত্ন বিচাৰক

w২১.১১ ৮ ¶১-২

এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক

১ এজনে-আনজনক প্ৰকৃত প্ৰেম কৰাৰ বহুতো কাৰণ আছে। কিছুমান কাৰণৰ বিষয়ে হিতোপদেশ কিতাপত উল্লেখ আছে। সেইবোৰ হৈছে “দয়া [প্ৰকৃত প্ৰেম] আৰু সত্যতাই তোমাক ত্যাগ নকৰক; . . . তাকে কৰিলে তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।” “দয়ালু [প্ৰকৃত প্ৰেম কৰা] লোকে নিজ প্ৰাণৰ উপকাৰ কৰে।” “যি কোনো লোক ধাৰ্ম্মিকতা আৰু দয়াৰ [প্ৰকৃত প্ৰেমৰ] অনুগামী, তেওঁ জীৱন . . . লাভ কৰিব।”—হিতো. ৩:৩, ৪; ১১: ১৭; ২১:২১.

২ আমি প্ৰকৃত প্ৰেম কিয় কৰা উচিত? তাৰ বিষয়ে ওপৰত দিয়া পদবোৰত তিনিটা কাৰণ দিয়া হৈছে। প্ৰথমতে, প্ৰকৃত প্ৰেম কৰিলে আমি যিহোৱাৰ দৃষ্টিত মূল্যৱান হৈ পৰোঁ। দ্বিতীয়তে, এইদৰে কৰিলে আমাৰ নিজৰে লাভ হয়। যেনে, আমি ভাল বন্ধু বনাব পাৰোঁ। তৃতীয়তে, ভৱিষ্যতে আমি বহুতো আশীৰ্বাদ লাভ কৰিম আৰু লগতে অনন্ত জীৱনো লাভ কৰিম। সেইবাবে, আহক আমি যিহোৱাৰ এই কথাটো সদায় পালন কৰি থাকোঁ, “প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া [প্ৰকৃত প্ৰেম] আৰু কৰুণা ব্যৱহাৰ কৰা।”—জখ. ৭:৯.

মাৰ্চ ১০-১৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৪

“তোমাৰ হৃদয়ক ৰক্ষা কৰা”

w১৯.০১ ১৫ ¶৪

अपने दिल की हिफाज़त कैसे करें?

4 नीतिवचन 4:23 में इस्तेमाल हुए शब्द “दिल” का मतलब है, एक व्यक्‍ति की सोच, भावनाएँ, इच्छाएँ और उसके इरादे। दूसरे शब्दों में कहें तो “दिल” हमारे अंदर के इंसान को दर्शाता है, न कि इस बात को कि हम बाहर से कैसे दिखते हैं।

w১৯.০১ ১৭ ¶১০-১১

अपने दिल की हिफाज़त कैसे करें?

10 अपने दिल की हिफाज़त करने के लिए हमें सबसे पहले खतरों को पहचानना होगा और फिर तुरंत कदम उठाना होगा। नीतिवचन 4:23 में जिस शब्द का अनुवाद “हिफाज़त” किया गया है, उससे हमें एक पहरेदार की याद आती है। राजा सुलैमान के दिनों में पहरेदार शहरपनाह के ऊपर तैनात होते थे और अगर उन्हें कोई खतरा नज़र आता, तो वे तुरंत आवाज़ लगाकर दूसरों को खबरदार करते थे। इस तसवीर को मन में रखकर हम अच्छी तरह समझ पाते हैं कि हमें क्या करना चाहिए, ताकि शैतान हमारी सोच को भ्रष्ट न कर दे।

11 पुराने ज़माने में पहरेदार और फाटक पर तैनात दरबान साथ-साथ काम करते थे। (2 शमू. 18:24-26) जब भी कोई दुश्‍मन शहर के पास आता, तो पहरेदार की आवाज़ सुनकर दरबान शहर के फाटक बंद कर देते थे। इस तरह वे मिलकर शहर की हिफाज़त करते थे। (नहे. 7:1-3) बाइबल से प्रशिक्षण पाया हमारा ज़मीर एक पहरेदार की तरह काम करता है। जब भी शैतान हमारे दिल में घुसपैठ करने यानी हमारी सोच, भावनाओं, इच्छाओं और हमारे इरादों को भ्रष्ट करने की कोशिश करता है, तो हमारा ज़मीर हमें खबरदार करता है। जब ऐसा होता है, तो हमें ज़मीर की आवाज़ सुननी चाहिए और अपने दिल के दरवाज़े बंद कर देने चाहिए।

w১৯.০১ ১৮ ¶১৪

अपने दिल की हिफाज़त कैसे करें?

14 दिल की हिफाज़त करने के लिए हमें बुरी बातों के लिए न सिर्फ अपने दिल के दरवाज़े बंद करने चाहिए, बल्कि अच्छी बातों के लिए इन्हें खोलना भी चाहिए। एक बार फिर उस शहर के बारे में सोचिए, जिसके चारों तरफ शहरपनाह है। जब दुश्‍मन धावा बोलते थे, तो उन्हें रोकने के लिए दरबान शहर के फाटक बंद कर देते थे। मगर दूसरे मौकों पर वे फाटक खोल देते थे, ताकि राशन-पानी और दूसरी ज़रूरी चीज़ें शहर के अंदर लायी जा सकें। अगर शहर के फाटक हमेशा बंद रहते, तो वहाँ के निवासी भूखों मर जाते। उसी तरह यहोवा की सोच को अपने दिल में जगह देने के लिए हमें समय-समय पर अपने दिल के दरवाज़े खोलने चाहिए।

w১২ ৫/১ ৩২ ¶২

‘अपने दिल की हिफाज़त कर!’

हमें अपने दिल की हिफाज़त क्यों करनी चाहिए? यहोवा ने राजा सुलैमान के ज़रिए लिखवाया, “सब चीज़ों से बढ़कर अपने दिल की हिफाज़त कर, क्योंकि जीवन के सोते इसी से निकलते हैं।” (नीतिवचन 4:23) हमारी आज की और आगे की ज़िंदगी कैसी होगी, यह इस बात पर निर्भर करता है कि हमारा दिल कैसा है। याद रखिए, यहोवा हमारा बाहरी रूप नहीं बल्कि हमारा दिल देखता है। (1 शमूएल 16:7) वह हमारे “अंदर के इंसान” को देखकर तय करता है कि हम सच में कैसे हैं।—1 पतरस 3:4.

আধ্যাত্মিক ৰত্ন বিচাৰক

w২১.০৮ ৮-৯ ¶৪

আপুনি যিহোৱালৈ অপেক্ষা কৰিবনে?

৪ হিতোপদেশ ৪:১৮ পদত কোৱা হৈছে “দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” এই পদৰপৰা বুজিব পাৰি যে যিহোৱাই নিজৰ লোকসকলক নিজৰ উদ্দেশ্যৰ বিষয়ে লাহে লাহে জনায়। ইয়াৰ উপৰিও এই সিদ্ধান্তৰপৰা এয়াও বুজিব পাৰি যে এজন খ্ৰীষ্টানক যদি কোনো ক্ষেত্ৰত নিজকে পৰিৱৰ্তন কৰিবলগীয়া আছে, তেনেহʼলে তেওঁ লাহে লাহে পৰিৱৰ্তন কৰিব। যেতিয়া এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে আৰু সংগঠনৰ সকলো নিৰ্দেশনাবোৰ পালন কৰে, তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নিচিনা গুণবোৰ বৃদ্ধি কৰে। আহক ইয়াক আৰু ভালদৰে বুজিবলৈ যীচুৱে কি উদাহৰণ দিছিল, তালৈ মন কৰোঁ।

মাৰ্চ ১৭-২৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৫

অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা বহুত দূৰত থাকক

w০০ ৭/১৫ ২৯ ¶১

अनैतिक संसार में भी बेदाग रहना मुमकिन है

इस नीतिवचन में बदचलन व्यक्‍ति की तुलना “पराई स्त्री” या वेश्‍या से की गयी है। उसकी बातें मधु जैसी मीठी और तेल से भी ज़्यादा चिकनी होती हैं, इसलिए वह पुरुषों को बड़ी आसानी से अपने जाल में फँसा लेती है। क्या यह सच नहीं कि अनैतिक काम करनेवाले शुरू-शुरू में मीठी-मीठी बातों से ही दूसरों को फुसलाते हैं? 27 साल की एक खूबसूरत लड़की एमी की बात लीजिए जो एक सॆक्रेट्री का काम करती है। वह कहती है: “मेरे साथ एक आदमी काम करता है, जो हमेशा मेरी मदद करना चाहता है और जब देखो तब मेरी तारीफ करता रहता है। यह सच है कि तारीफ हमें अच्छी लगती है। लेकिन मैंने देखा कि उसके इरादे ठीक नहीं हैं। दरअसल वह मुझे अनैतिक काम करने के लिए फुसलाना चाहता है। लेकिन मैं उसके बहकावे में नहीं आनेवाली।” हमें ऐसे गलत इरादे रखनेवालों को पहचानना ज़रूरी है ताकि हम उनके चँगुल में न फँसें। और यह तभी मुमकिन होगा जब हमारी सोच सही होगी।

w০০ ৭/১৫ ২৯ ¶২

अनैतिक संसार में भी बेदाग रहना मुमकिन है

अनैतिक काम करनेवाले स्त्री-पुरुषों का अंजाम सचमुच ज़हर सा कड़ुवा और दोधारी तलवार सा पैना यानी बहुत ही दर्दनाक और घातक होता है। उनका ज़मीर उन्हें कोसता रहता है, भयानक बीमारियाँ लग जाती हैं और औरतें गर्भवती हो जाती हैं। इतना ही नहीं, सोचकर देखिए कि जो ऐसे नाजायज़ संबंध रखते हैं वे अपने जीवन-साथी को भी कितना गहरा सदमा पहुँचाते हैं। एक बार किसी के साथ गलत काम करके वे अपने साथी को ऐसा ज़ख्म दे देते हैं जो उम्र भर नहीं भर सकता। जी हाँ, सचमुच अनैतिक कामों का असर बहुत दर्द भरा होता है।

w০০ ৭/১৫ ২৯ ¶৫

अनैतिक संसार में भी बेदाग रहना मुमकिन है

जी हाँ, अनैतिक लोगों से दूर रहने में ही हमारी भलाई है। इसका मतलब है कि हमें अश्‍लील संगीत से, अनैतिक कार्यक्रमों, फिल्मों और गंदी तस्वीरों से भी दूर रहना चाहिये, नहीं तो अनैतिक विचार हमारे अंदर भी पनपने लगेंगे। (नीतिवचन 6:27; 1 कुरिन्थियों 15:33; इफिसियों 5:3-5) इसके अलावा अगर हमारी बोल-चाल, पहनावे और बनाव-श्रंगार में दुनिया का रंग झलकेगा तो हम खुद उन्हें अपने पास बुला रहे होंगे। ऐसा करना तो खुद अपने पैरों पर कुल्हाड़ी मारने जैसा होगा।—1 तीमुथियुस 4:8; 1 पतरस 3:3, 4.

আধ্যাত্মিক ৰত্ন বিচাৰক

এক অনন্ত জীৱন! পাঠ ৪১ ভাগ ১

যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

যৌন সম্পৰ্ক যিহোৱাই মানুহক দিয়া এক উপহাৰৰ দৰে হয়। পুৰুষ আৰু তিৰোতাই এজনে-আনজনক বিয়া কৰাৰ পাছতহে এই উপহাৰৰ আনন্দ লোৱাটো যিহোৱাই বিচাৰে। ইয়াৰ যোগেদি স্বামী-স্ত্ৰীয়ে সন্তান জন্ম দিব পাৰে, এজনে-আনজনক প্ৰেম দেখুৱাব পাৰে আৰু এজনে-আনজনক সুখী কৰিব পাৰে। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, “তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।” (হিতোপদেশ ৫:১৮, ১৯) সত্য খ্ৰীষ্টানসকলে নিজৰ জীৱন সংগীৰ লগত বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁলোকে ব্যভিচাৰ অৰ্থাৎ আনৰ লগত যৌন সম্পৰ্ক নাৰাখিব।—ইব্ৰী ১৩:৪ পঢ়ক।

মাৰ্চ ২৪-৩০

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৬

আমি পৰুৱাৰ পৰা কি শিকিব পাৰোঁ?

it-১ ১১৫ ¶১-২

चींटी

परमेश्‍वर की दी बुद्धि: चींटियों को अपनी बुद्धि सृष्टिकर्ता से मिली है। बाइबल में बताया है कि चींटियाँ ‘गरमियों में अपने खाने का इंतज़ाम करती हैं और कटनी के समय खाने की चीज़ें बटोरती हैं।’ (नीत 6:8) पैलिस्टाइन में एक तरह की चींटी अकसर देखने को मिलती है, जो वसंत और गरमियों में बहुत सारा अनाज इकट्ठा कर लेती है ताकि सर्दियों जैसे खराब मौसम में वह काम आए। अगर अनाज बारिश में भीग जाता है, तो वह उसे धूप में सुखाने के लिए बाहर लाती है। वह बीज का एक हिस्सा भी निकाल देती है ताकि रखे-रखे उसमें अंकुर ना फूटे।

सीखने लायक बातें। बाइबल में लिखा है, “हे आलसी, चींटी के पास जा, उसके तौर-तरीके देख और बुद्धिमान बन।” (नीत 6:6) चींटियों के बारे में अध्ययन करने से हम इन शब्दों के पीछे छिपे मतलब को समझ पाते हैं। वे ना सिर्फ भविष्य के लिए तैयारी करती हैं बल्कि बिना रुके काम करती रहती हैं। वे अपने वज़न से दुगना या उससे ज़्यादा वज़न उठा सकती हैं या खींच सकती हैं। वे हर हाल में अपना काम पूरा करती हैं। चाहे वे कितनी ही बार गिर जाएँ, फिसल जाएँ या ढलान से लुढ़क जाएँ, वे हार नहीं मानतीं। यही नहीं, चींटियाँ एक-दूसरे का अच्छा साथ देती हैं, अपनी बस्तियाँ साफ रखती हैं और जब किसी चींटी को चोट लग जाती है या वह थक जाती है, तो उसे बस्ती तक वापस लाती हैं।

w০০ ৯/১৫ ২৬ ¶৩-৪

अच्छा नाम बनाए रखना

तो क्या इन चींटियों की तरह हमें भी मेहनती नहीं होना चाहिए? चाहे हम पर लोग नज़र रखें या नहीं, हमें हमेशा मेहनत करते रहना चाहिए और अपने काम को सुधारने की कोशिश भी करनी चाहिए। चाहे हम स्कूल में हों, नौकरी पर हों, मीटिंग में हों या प्रचार में हों, हमें जी-तोड़ मेहनत करनी चाहिए। जैसे चींटी को अपनी मेहनत का फायदा होता है, उसी तरह परमेश्‍वर चाहता है कि हम भी ‘अपने सब परिश्रम में सुखी रहें’ और उसका फायदा उठाएँ। (सभोपदेशक 3:13, 22; 5:18) क्योंकि मेहनत करने से हमें खुशी मिलती है और हमारा मन साफ रहता है।—सभोपदेशक 5:12.

अब सुलैमान सोये हुए आलसी को जगाने के लिए दो सवाल पूछता है: “हे आलसी, तू कब तक सोता रहेगा? तेरी नींद कब टूटेगी?” फिर सुलैमान उसे उसके आलस का अंजाम समझाते हुए कहता है: “कुछ और सो लेना, थोड़ी सी नींद, एक और झपकी, थोड़ा और छाती पर हाथ रखे लेटे रहना, तब तेरा कंगालपन बटमार की नाईं और तेरी घटी हथियारबन्द के समान आ पड़ेगी।” (नीतिवचन 6:9-11) जब आलसी खटिया तोड़ता रहता है और खर्रांटे भरता रहता है, तभी गरीबी उस पर बटमार या डकैतों की तरह अचानक हमला करती है और उसकी ज़रूरतें या कमियाँ किसी हथियारबंद इंसान की तरह उस पर टूट पड़ती हैं। आलसी इंसान का खेत जल्द ही ऊँट-कटारों से भर जाता है। (नीतिवचन 24:30, 31) कुछ ही समय में नौकरी-धंधे में उसे भारी नुकसान होने लगता है। आखिर एक मालिक किसी आलसी निठल्ले को कितने दिन बरदाश्‍त करेगा? एक आलसी विद्यार्थी की भी यही दशा होती है। वह स्कूल में अच्छे नंबर लाने की सोच भी नहीं सकता।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.০৩ ৫ ¶১১

আপুনি ‘পুৰাতন পুৰুষক সোলোকাব’ পাৰিব

যিহোৱাই ঘিণ কৰা কামবোৰক ঘিণ কৰক। (গীত. ৯৭:১০) বাইবেলত লিখা আছে যে যিহোৱাই “গৰ্ব্বী চকু, মিছা কথা কোৱা জিবা, নিৰ্দ্দোষীৰ ৰক্তপাতী” হাতক ঘৃণা কৰে। (হিতো. ৬:১৬, ১৭) তেওঁ “ৰক্তপাতকাৰী আৰু কপটীয়া মানুহক ঘিণ কৰে।” (গীত. ৫:৬) যিহোৱাই এই কামক ইমানেই ঘৃণা কৰে যে নোহৰ সময়ত যিসকলে এইবোৰ কামত লিপ্ত আছিল, তেওঁলোকক যিহোৱাই ধ্বংস কৰিলে। (আদি. ৬:১৩) আন এটা উদাহৰণলৈ মন কৰক। যিহোৱাই ভৱিষ্যতবক্তা মলাখীৰ যোগেদি কৈছিল যে যিসকল লোকে নিজৰ জীৱন সংগীৰ লগত বিবাহ-বিচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰে, তেওঁলোকক যিহোৱাই ঘিণ কৰে। যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ উপাসনা গ্ৰহণযোগ্য নহয়। তেওঁ এয়াও কৈছিল যে তেওঁ এনে লোকক শাস্তি দিব।—মলা. ২:১৩-১৬; ইব্ৰী ১৩:৪.

মাৰ্চ ৩১–এপ্ৰিল ৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৭

প্ৰলোভিত কৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক

w০০ ১১/১৫ ২৯ ¶৫

‘मेरी आज्ञाएँ मान और जीता रह’

जिस खिड़की से सुलैमान बाहर देख रहा था उसमें लकड़ी के फट्टों से बना झरोखा था जिस पर शायद बड़ी सुंदर नक्काशी की हुई थी। शाम का उजियाला धीरे-धीरे कम हो रहा था और रात का अंधेरा सड़कों पर छाने लगा था। तब वह एक ऐसे नौजवान को देखता है जिसे कोई भी अपने फँदे में फँसा सकता है। यह नौजवान समझदार नहीं है या अच्छे-बुरे में फर्क करने की अक्ल नहीं रखता, इसलिए उसे निर्बुद्धि कहा गया है। शायद उसे पता है कि वह किस किस्म के इलाके में आ गया है और यहाँ उसके साथ क्या हो सकता है। फिर भी वह नौजवान उस “कोने” के पास जाता है, जो दरअसल उस स्त्री के घर के रास्ते में पड़ता है। यह स्त्री कौन है? उसका इरादा क्या है?

w০০ ১১/১৫ ৩০ ¶৪-৬

‘मेरी आज्ञाएँ मान और जीता रह’

यह औरत बड़ी मीठी-मीठी बातें करती है। वह बड़ी बेशर्मी से और आत्मविश्‍वास के साथ बोलती है। इस नौजवान को लुभाने के लिए वह बहुत चुन-चुनकर शब्द इस्तेमाल करती है। यह कहकर कि उसने उसी दिन मेलबलियाँ चढ़ायी हैं और अपनी मन्‍नतें पूरी की हैं, वह धर्मी होने का दिखावा कर रही है और एक तरह से कहना चाहती है कि उसमें भी परमेश्‍वर के लिए भक्‍ति है। यरूशलेम के मंदिर में जो मेलबलियाँ चढ़ायी जाती थीं उनमें मांस, मैदा, तेल और दाखमधु हुआ करता था। (लैव्यव्यवस्था 19:5, 6; 22:21; गिनती 15:8-10) मेलबलि चढ़ानेवाला, चढ़ावे की चीज़ों में से अपने और अपने परिवार के लिए कुछ हिस्सा ले सकता था, इसलिए वह यह कहना चाहती है कि उसके घर में खाने-पीने का ढेर सारा सामान है। इसका मतलब साफ है: उसके घर में जाकर यह नौजवान मज़े कर सकता है। फिर वह कहती है कि वह उसी को ढूँढ़ने निकली थी। ऐसी झूठी कहानी को भला कौन हज़्म कर सकता है! एक बाइबल विद्वान कहता है, “बेशक वह किसी शिकार को ढूँढ़ने निकली थी, मगर क्या वह खास इसी नौजवान को ढूँढ़ रही थी? ऐसे झूठ को इस नौजवान जैसा कोई मूर्ख ही सच मान सकता था।”

अपने कपड़ों की सुंदरता से, अपने गिने-चुने शब्दों के जादू से, उसे गले लगाकर स्पर्श करने से और अपने होठों के रस से यह औरत इस जवान का मन मोह लेती है और अब वह खुशबू का एहसास दिलाकर उसे अपने वश में करना चाहती है। वह कहती है: “मैं ने अपने पलंग के बिछौने पर मिस्र के बेलबूटेवाले कपड़े बिछाए हैं; मैं ने अपने बिछौने पर गन्धरस, अगर और दालचीनी छिड़की है।” (नीतिवचन 7:16, 17) उसने बड़े करीने से मिस्र की रंग-बिरंगी बेल-बूटोंवाली चादर से अपने पलंग को खूब सजाया है और उस पर गन्धरस, अगर और दालचीनी का इत्र छिड़का है।

वह कहती है, “इसलिये अब चल हम प्रेम से भोर तक जी बहलाते रहें; हम परस्पर की प्रीति से आनन्दित रहें।” वह उसे अपने साथ सिर्फ लज़ीज़ खाना खाने के लिए नहीं बुला रही है। वह वादा कर रही है कि उस पर अपना सबकुछ लुटा देगी। उस नौजवान को यह न्यौता बहुत ही अनोखा और लुभावना लगता है! उसे और उकसाने के लिए, वह कहती है: “क्योंकि मेरा पति घर में नहीं है; वह दूर देश को चला गया है; वह चान्दी की थैली ले गया है; और पूर्णमासी को लौट आएगा।” (नीतिवचन 7:18-20) वह उसे यकीन दिलाती है कि डरने की कोई बात नहीं है, क्योंकि उसका पति व्यापार करने के लिए गया हुआ है और कुछ दिनों तक वह घर लौटनेवाला नहीं। किसी जवान को अपने वश में करने में यह औरत कितनी माहिर है! “ऐसी ही बातें कह कहकर, उस ने उसको अपनी प्रबल माया में फंसा लिया; और अपनी चिकनी चुपड़ी बातों से उसको अपने वश में कर लिया।” (नीतिवचन 7:21) ऐसे लुभावने बुलावे का विरोध यूसुफ जैसा उसूलों का पक्का आदमी ही कर सकता था। (उत्पत्ति 39:9, 12) क्या इस नौजवान ने भी वही किया?

w০০ ১১/১৫ ৩১ ¶২

‘मेरी आज्ञाएँ मान और जीता रह’

यह जवान इस बुलावे के लिए ना नहीं कह पाता। समझ-बूझ को ताक पर रखकर, वह उस औरत के पीछे ऐसे जा रहा है “जैसे बैल कसाई-खाने को” जाता है। जैसे बेड़ियों से बँधा आदमी अपनी सज़ा से भाग नहीं सकता वैसे ही यह नौजवान खिंचकर पाप के रास्ते पर चलता चला जा रहा है। उसे अभी इस राह पर कोई खतरा नज़र नहीं आता, लेकिन आखिर में ‘उसका कलेजा तीर से बेधा जाएगा,’ यानी उसे ऐसी चोट लगेगी जो उसकी मौत का सबब बन जाएगी। उसकी मौत इसलिए हो सकती है क्योंकि वह ऐसे नाजायज़ संबंधों से फैलनेवाली जानलेवा बीमारियों को न्यौता दे रहा है। इस चोट से आध्यात्मिक मायने में भी उसकी मौत हो सकती है; ‘जिसमें उसके प्राण जाएंगे।’ उसके सारे वजूद और उसकी ज़िंदगी पर इसका बुरा असर होगा और वह परमेश्‍वर के खिलाफ बहुत बड़ा पाप करेगा। वह मानो दौड़कर मौत के फँदे में जा फँसता है जैसे कोई पक्षी जाल में फँस जाता है!

আধ্যাত্মিক ৰত্ন বিচাৰক

w০০ ১১/১৫ ২৯ ¶১

চলোমনে আগলৈ কৈছে,“সেইবোৰ [মোৰ আজ্ঞাবোৰ] তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয়ৰূপ ফলিত লিখি ৰাখা।” (হিতোপদেশ ৭:৩) আঙুলিবোৰ যিদৰে সকলো সময়তে আমাৰ চকুৰ ওচৰত থাকে আৰু কাম কৰিবলৈ ইয়াৰ বহুত প্ৰয়োজন হয়, ঠিক সেইদৰে পিতৃ-মাতৃয়ে দিয়া শিক্ষা আৰু বাইবেলৰ পৰা পোৱা জ্ঞান আমি সদায় মনত ৰখা উচিত আৰু সকলো কামত ইয়াৰ সহায় লোৱা উচিত। এই আজ্ঞাবোৰ আমাৰ হৃদয়ত লিখি ৰখা উচিত আৰু এইবোৰ পালন কৰাটো আমাৰ স্বভাৱ হোৱা উচিত।

এপ্ৰিল ৭-১৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৭

যীচুৰ বুদ্ধিৰে ভৰা কথা শুনক

cf ১৩০ ¶৭

“मैं पिता से प्यार करता हूँ”

7 आयत 22 में बुद्धि कहती है: “यहोवा ने मुझे काम करने के आरम्भ में, वरन अपने प्राचीनकाल के कामों से भी पहिले उत्पन्‍न किया।” यहाँ बुद्धि की नहीं शायद किसी और की बात की गयी है, क्योंकि बुद्धि को तो कभी “उत्पन्‍न” नहीं किया गया। इसकी कोई शुरूआत नहीं क्योंकि यहोवा हमेशा से वजूद में रहा है और वह हमेशा से बुद्धिमान है। (भजन 90:2) लेकिन परमेश्‍वर का बेटा “सारी सृष्टि में पहलौठा है।” उसे उत्पन्‍न किया गया था, यानी उसकी सृष्टि की गयी थी। उसे यहोवा ने अपने प्राचीनकाल के सभी कामों से पहले उत्पन्‍न किया था। (कुलुस्सियों 1:15) जैसा कि नीतिवचन में बताया गया है, यह बेटा धरती और स्वर्ग के बनाए जाने से पहले वजूद में था। परमेश्‍वर उसके ज़रिए अपनी बातें लोगों तक पहुँचाता था, इसलिए उसे वचन कहा गया है। वह यहोवा की बुद्धि का सबसे बेहतरीन उदाहरण है।—यूहन्‍ना 1:1.

cf ১৩১ ¶৮-৯

“मैं पिता से प्यार करता हूँ”

8 धरती पर आने से पहले परमेश्‍वर का बेटा युगों तक स्वर्ग में था। इतने लंबे समय तक उसने क्या किया? आयत 30 बताती है कि वह एक “कुशल कारीगर,” (NHT) के तौर पर परमेश्‍वर के साथ था। इसका क्या मतलब है? कुलुस्सियों 1:16 में समझाया गया है: “उसी के ज़रिए स्वर्ग में और धरती पर बाकी सब चीज़ें सिरजी गयीं, . . . बाकी सब चीज़ें उसके ज़रिए और उसी के लिए सिरजी गयी हैं।” इसका मतलब सृष्टिकर्ता यहोवा ने सृष्टि की बाकी सारी चीज़ें अपने बेटे यानी कुशल कारीगर के ज़रिए बनायीं: स्वर्ग के सारे आत्मिक प्राणी, विशाल अंतरिक्ष की सारी चीज़ें, धरती और उस पर तरह-तरह के खूबसूरत पेड़-पौधे और जानवर और धरती की सबसे बेहतरीन रचना इंसान। पिता और बेटे ने जिस तरह साथ मिलकर काम किया, उसकी तुलना हम कुछ-कुछ एक आर्किटेक्ट (इमारतों या मकानों का नक्शा बनानेवाला) और ठेकेदार से कर सकते हैं। ठेकेदार, आर्किटेक्ट के बनाए एक-से-बढ़कर-एक नक्शों के मुताबिक इमारतें खड़ी करता है। जब हम सृष्टि की कोई चीज़ देखकर हैरान होते हैं, तो हम दरअसल सबसे महान आर्किटेक्ट की महिमा कर रहे होते हैं। (भजन 19:1) लेकिन उस वक्‍त हमें यह भी याद आना चाहिए कि सृष्टिकर्ता और उसके “कुशल कारीगर” ने किस तरह लंबे समय तक साथ मिलकर खुशी-खुशी काम किया।

9 जब दो असिद्ध इंसान साथ मिलकर काम करते हैं, तो कभी-कभी उनके रिश्‍ते में खटास पैदा हो जाती है और उनके लिए साथ मिलकर काम करना मुश्‍किल हो जाता है। लेकिन यहोवा और उसके बेटे के साथ ऐसा नहीं हुआ। बेटे ने युगों-युगों तक अपने पिता के साथ काम किया और वह ‘हर समय उसके सामने आनंदित रहता था।’ (नीतिवचन 8:30) जी हाँ, उसे पिता के साथ रहने में बहुत खुशी होती थी और उसके पिता को भी ऐसा ही महसूस होता था। ज़ाहिर है कि इस तरह बेटा अपने पिता के जैसा बनता गया और पिता में जो गुण हैं उन्हें अपने अंदर बढ़ाता गया। कोई ताज्जुब नहीं कि पिता और बेटे के बीच का रिश्‍ता इतना मज़बूत बन गया! इसलिए यह कहना गलत नहीं होगा कि उनके बीच जो प्यार का रिश्‍ता है, वह पूरे विश्‍व में सबसे पुराना और सबसे मज़बूत है।

w০৯ ৪/১৫ ৩১ ¶১৪

यीशु मसीह की कदर करना जो दाविद और सुलैमान से महान है

14 यीशु ने खुद के बारे में कहा कि वह “सुलैमान से भी बड़ा” है। (मत्ती 12:42) पूरे इतिहास में वही अकेला इंसान था जो बुद्धि में सुलैमान से भी बढ़कर था। यीशु ने जो बुद्धि की बातें सिखायीं, वे “हमेशा की ज़िंदगी की बातें” हैं। (यूह. 6:68) उसके पहाड़ी उपदेश का उदाहरण लीजिए। उसने इस उपदेश में ऐसे कई सिद्धांत बताए जिनसे सुलैमान के नीतिवचनों के बारे में ज़्यादा जानकारी और गहरी समझ मिलती है। सुलैमान ने अपने नीतिवचनों में ऐसी कई बातों का ज़िक्र किया जिनसे यहोवा के एक सेवक को खुशी मिलती है। (नीति. 3:13; 8:32, 33; 14:21; 16:20) यीशु ने इस बारे में और भी बेहतरीन जानकारी दी। उसने बताया कि सच्ची खुशी सिर्फ यहोवा की उपासना से जुड़ी बातों से और उसकी भविष्यवाणियों के पूरा होने से मिलती है। उसने कहा: “सुखी हैं वे जिनमें परमेश्‍वर से मार्गदर्शन पाने की भूख है, क्योंकि स्वर्ग का राज उन्हीं का है।” (मत्ती 5:3) जो लोग यीशु की शिक्षाओं पर अमल करते हैं, वे ‘जीवन के सोते’ यहोवा के और भी करीब आते हैं। (भज. 36:9; नीति. 22:11; मत्ती 5:8) मसीह “परमेश्‍वर की बुद्धि” का साकार रूप है। (1 कुरिं. 1:24, 30) मसीहाई राजा, यीशु के पास ‘ज्ञान की आत्मा’ है।—यशा. 11:2.

আধ্যাত্মিক ৰত্ন বিচাৰক

এক অনন্ত জীৱন! পাঠ ১৭ ভাগ ৩

যীচুৰ কি কি গুণ আছে?

▪ বাইবেলত উল্লেখ আছে যে যীচুৱে লোকসকলক প্ৰেম কৰে। (হিতোপদেশ ৮:৩১) তেওঁ কি কি কামৰ যোগেদি প্ৰমাণ কৰিলে যে তেওঁ লোকসকলক প্ৰেম কৰে? তেওঁ লোকসকলক উৎসাহিত কৰিছিল, নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰিছিল আৰু তেওঁলোকক সহায় কৰিছিল। তেওঁ কেৱল নিজৰ শক্তি দেখুৱাবলৈ আচৰিত কাম কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ লোকসকলৰ দুখ-কষ্ট বুজি পাইছিল, সেইবাবে তেওঁ বহুতো আচৰিত কাম কৰিছিল। (মাৰ্ক ১:৪০-৪২) তেওঁ লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল আৰু কাৰো লগত পক্ষপাত কৰা নাছিল। তেওঁ লোকসকলক শান্ত্বনা আৰু আশা দিছিল। যীচুৱে লোকসকলক প্ৰেম কৰাৰ বাবে নিজৰ জীৱন বলিদান দিলে। যিসকলে তেওঁৰ শিক্ষা পালন কৰে, তেওঁলোকক যীচু আজিও প্ৰেম কৰে।—যোহন ১৫:১৩, ১৪ পঢ়ক।

এপ্ৰিল ১৪-২০

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ৯

বুদ্ধিমান হওক, নিন্দক নহয়

w২২.০২ ৯ ¶৪

‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’

৪ যেতিয়া কোনোবাই আমাক পৰামৰ্শ দিয়ে, তেতিয়া হয়তো আমাক সেইবোৰ পালন কৰিবলৈ কঠিন লাগিব পাৰে আৰু আমাক হয়তো বেয়াও লাগিব পাৰে। এইদৰে কিয় হয় বাৰু? আমি জানো যে আমি অসিদ্ধ হওঁ আৰু আমাৰপৰা ভুল হয়। তথাপি যেতিয়া কোনোবাই আমাক আমাৰ ভুলৰ বিষয়ে জনাই আৰু সেই ভুল শুধৰণি কৰিবলৈ পৰামৰ্শ দিয়ে, তেতিয়া আমাক ভাল নালাগে। (উপদেশক ৭:৯ পঢ়ক।) আমি হয়তো অজুহাত দেখুৱাব পাৰোঁ, পৰামৰ্শ দিয়া ব্যক্তিজনৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰিব পাৰোঁ বা তেওঁ যিধৰনে আমাক পৰামৰ্শ দিয়ে, সেয়া আমাক ভাল নালাগিব পাৰে। আমি হয়তো সেই ব্যক্তিজনৰ ভুলবোৰ বিচাৰিব ধৰোঁ আৰু আমি ভাবিব পাৰোঁ যে ‘তেওঁ মোক পৰামৰ্শ দিয়াৰ কি অধিকাৰ আছে।’ ইয়াৰ পাছত আমি হয়তো সেই ব্যক্তিজনৰ পৰামৰ্শ আওকাণ কৰি দিওঁ বা আমি বিচৰাৰ মতে কথা কোৱা ব্যক্তিজনৰপৰা পৰামৰ্শ লওঁ।

w২২.০২ ১২-১৩ ¶১২-১৪

‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’

১২ পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত? আমি নম্ৰ হোৱা উচিত আৰু মনত ৰখা উচিত যে আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে বহুবাৰ নভবা-নিচিন্তাকৈ কিছুমান কাম কৰি দিওঁ। আমি শিকিলোঁ যে ইয়োবৰ চিন্তাধাৰা ভুল আছিল, কিন্তু পাছত তেওঁ নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে আৰু যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে। তেওঁ কিয় নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিলে? কিয়নো তেওঁ নম্ৰ আছিল, সেইবাবে ইলীহু যদিও বয়সত তেওঁতকৈ সৰু আছিল, তথাপি তেওঁ ইলীহুৰ কথা মানিব পাৰিলে। (ইয়ো. ৩২:৬, ৭) বহুবাৰ আমাক হয়তো লাগিব পাৰে যে আমাক বিনা কাৰণতে পৰামৰ্শ দিয়া হৈছে বা হয়তো এনে এজন ব্যক্তিয়ে আমাক পৰামৰ্শ দিয়ে, যিজন বয়সত আমাতকৈ সৰু হয়। এনে পৰিস্থিতি যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি পৰামৰ্শ পালন কৰিব পাৰিম। কানাডাৰ এজন প্ৰাচীনে এইদৰে কৈছে, “আনৰ পৰামৰ্শ নোলোৱাকৈ আমি উন্নতি কৰিব নোৱাৰিম।” ভাইজনে কোৱা কথাষাৰ সঁচা হয়। আমি সকলোৱে উন্নতি কৰিব লাগে, পবিত্ৰ আত্মাৰ গুণ বঢ়াব লাগে আৰু এজন ভাল প্ৰচাৰক আৰু শিক্ষক হʼব লাগে। ইয়াৰ বাবে আমাক পৰামৰ্শৰ প্ৰয়োজন হয়।—গীতমালা ১৪১:৫ পঢ়ক।

১৩ আমি মনত ৰখা উচিত যে পৰামৰ্শ ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ হয়। যিহোৱাই সদায় আমাৰ ভাল হোৱাটো বিচাৰে। (হিতো. ৪:২০-২২) তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ বাইবেল, প্ৰকাশন আৰু আন ভাই-ভনীসকলৰ যোগেদি আমাক পৰামৰ্শ দিয়ে। তেওঁ ‘আমাৰ হিতৰ কাৰণে শাস্তি দিয়ে।’—ইব্ৰী ১২:৯, ১০.

১৪ আমি পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত, পৰামৰ্শ কেনেকৈ দিয়া হৈছে তালৈ নহয়। বহুবাৰ হয়তো আমাক লাগিব পাৰে যে আমাক যিদৰে পৰামৰ্শ দিয়া হৈছে, সেয়া সঠিক নহয়। এয়া সঁচা যে যিজন ব্যক্তিয়ে পৰামৰ্শ দিয়ে, তেওঁ এইদৰে পৰামৰ্শ দিয়া উচিত যাতে আন ব্যক্তিজনৰ সেই পৰামৰ্শ পালন কৰিবলৈ সহজ হয়। (গালা. ৬:১) কিন্তু আমাক যদি পৰামৰ্শ দিয়া হৈছে, তেনেহʼলে আমাক কি কোৱা হৈছে, আমি তালৈ ধ্যান দিয়া উচিত। আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘যদিও তেওঁ মোক যিদৰে পৰামৰ্শ দিলে, সেয়া মোক ভাল নালাগিলে, কিন্তু তেওঁৰ কথা সঁচা হয়নে? মই তেওঁৰ ভুলবোৰ আওকান কৰি পৰামৰ্শ পালন কৰিব পাৰোঁনে?’ আমি পৰামৰ্শ পালন কৰিবলৈ চেষ্টা কৰাটোৱে বুদ্ধিমানৰ কাম হʼব।—হিতো. ১৫:৩১.

w০১ ৫/১৫ ৩০ ¶১-২

‘बुद्धि से हमारी आयु बढ़ेगी’

ताड़ना के प्रति एक बुद्धिमान व्यक्‍ति की प्रतिक्रिया ठट्ठा करनेवाले की प्रतिक्रिया से बिलकुल अलग होती है। सुलैमान कहता है: “बुद्धिमान को डांट, वह तो तुझ से प्रेम रखेगा। बुद्धिमान को शिक्षा दे, वह अधिक बुद्धिमान होगा।” (नीतिवचन 9:8ख, 9क) बुद्धिमान व्यक्‍ति जानता है कि “वर्तमान में हर प्रकार की ताड़ना आनन्द की नहीं, पर शोक ही की बात दिखाई पड़ती है, तौभी जो उस को सहते सहते पक्के हो गए हैं, पीछे उन्हें चैन के साथ धर्म का प्रतिफल मिलता है।” (इब्रानियों 12:11) ताड़ना दिए जाने पर शायद हमें बुरा लग सकता है लेकिन अगर उसे मानने से हम बुद्धिमान बन सकते हैं, तो उसे कबूल करने से भला हम मुँह क्यों मोड़ें?

बुद्धिमान राजा आगे कहता है: “धर्मी को चिता दे, वह अपनी विद्या बढ़ाएगा।” (नीतिवचन 9:9ख) कोई भी व्यक्‍ति इतना बुद्धिमान नहीं होता कि उसे और सीखने की ज़रूरत न हो, ना ही सीखने के लिए उम्र की कोई सीमा होती है। यह देखकर हमें कितनी खुशी होती है कि ऐसे लोग भी जिनकी उम्र ढल चुकी है, सच्चाई को स्वीकार करते हैं और यहोवा को समर्पण करते हैं! आइए हम भी सीखने की इच्छा को हमेशा बरकरार रखें और अपने दिमाग का अच्छा इस्तेमाल करते रहें।

w০১ ৫/১৫ ৩০ ¶৫

‘बुद्धि से हमारी आयु बढ़ेगी’

बुद्धि पाने के लिए जी-तोड़ कोशिश करना हमारी खुद की ज़िम्मेदारी है। इसी बात पर ज़ोर देते हुए सुलैमान कहता है: “यदि तू बुद्धिमान हो, तो बुद्धि का फल तू ही भोगेगा; और यदि तू ठट्ठा करे, तो दण्ड केवल तू ही भोगेगा।” (नीतिवचन 9:12) बुद्धिमान व्यक्‍ति को अपनी बुद्धि का फायदा मिलता है और ठट्ठा करनेवाले को जो दुःख पहुँचेगा, उसके लिए वह खुद ज़िम्मेदार होता है। यह बात बिलकुल पक्की है कि हम जो बोएँगे वही काटेंगे। तो आइए हम “बुद्धि की बात ध्यान से सुने।”—नीतिवचन 2:2.

আধ্যাত্মিক ৰত্ন বিচাৰক

w২৩.০৬ ২২-২৩ ¶৯-১০

সদায় ঈশ্বৰলৈ ভয় ৰাখি আশীৰ্বাদ লাভ কৰক

৯ অনৈতিক যৌন সম্পৰ্ক ৰখাৰ বহুত বেয়া পৰিণাম হয়। সেইবাবে, আমি তাৰ পৰা আঁতৰি থকা উচিত। ‘অজ্ঞানী তিৰোতাইʼ এইদৰে কয়, “চোৰ কৰা পানী মিঠা।” ‘চোৰ কৰা পানীৰʼ অৰ্থ কি? বাইবেলত কোৱা হৈছে যে পতি-পত্নীয়ে যি সম্পৰ্ক ৰাখে, সেয়া সতেজ কৰি তোলা পানীৰ দৰে হয়। (হিতো. ৫:১৫-১৮) যদি এজন পুৰুষ আৰু তিৰোতাই আইনৰ অনুসৰি বিয়া পাতিছে, তেনেহʼলে তেওঁলোকে এজনে-আনজনৰ লগত সম্পৰ্ক ৰাখি আনন্দ উপভোগ কৰিব পাৰে। কিন্তু ‘চোৰ কৰা পানীৰʼ বিষয়ে এইদৰে কʼব নোৱাৰি। ইয়াৰ অৰ্থ অনৈতিক যৌন-সম্পৰ্ক হʼব পাৰে। এনেধৰণৰ কাম লুকাই লুকাই কৰা হয়, যিদৰে লোকসকলে প্ৰায়ে লুকাই চুৰ কৰে। ‘চোৰ কৰা পানীʼ সেই লোকসকলক আৰু মিঠা লাগিব পাৰে, যিসকলে ভাবে যে তেওঁলোকে যি কৰিছে, তাৰ বিষয়ে কোনোৱে গম নাপায়। এনেধৰণৰ লোকসকলে নিজকে ঠগে। যিহোৱাই সকলো চাই আছে। সঁচাকৈ কʼবলৈ গʼলে এই অনুভৱ “মিঠা” নহয়, তাৰ পৰিৱৰ্তে অধিক তিতা। কাৰণ এইদৰে কৰি এজন ব্যক্তিয়ে যিহোৱাৰ অনুমোদন হেৰুৱায়। (১ কৰি. ৬:৯, ১০) কিন্তু ইয়াৰ আৰু বহুতো বেয়া পৰিণাম হয়।

১০ অনৈতিক যৌন-সম্পৰ্ক ৰখাৰ বাবে বহুতো লোকে আনৰ আগত নিজৰ সন্মান হেৰুৱাই আৰু নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবে। ইয়াৰ উপৰিও পৰিয়াল ভাঙি যাব পাৰে আৰু এজনী তিৰোতা নিবিচৰাৰ সত্ত্বেও গৰ্ভৱতী হʼব পাৰে। সেইবাবে, অজ্ঞানী তিৰোতাৰ “ঘৰ” নোযোৱাটো আৰু তেওঁৰ আহাৰ নোখোৱাটো ভাল। যি লোকসকলে অনৈতিক কাম কৰে, তেওঁলোকৰ যিহোৱাৰ লগত থকা সম্পৰ্ক নাইকিয়া হয়। এটা অৰ্থত কʼবলৈ গʼলে তেওঁলোকৰ মৃত্যু হৈ যায়। ইয়াৰ উপৰিও বহুতো লোকৰ এনে বেমাৰ হয়, যাৰ বাবে তেওঁলোকৰ সঁচাকৈ মৃত্যু হয়। (হিতো. ৭:২৩, ২৬) ৯ অধ্যায়ৰ শেষত এইদৰে লিখা আছে, ‘অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰিত লোকবিলাক চিয়োলৰ গভীৰ ঠাইত আছে।ʼ (১৮ পদ) অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলে ইমান বেয়া পৰিণাম হোৱাৰ সত্ত্বেও বহুতো লোকে কিয় তেওঁৰ ঘৰলৈ যায়?—হিতো. ৯:১৩-১৮.

এপ্ৰিল ২১-২৭

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১০

প্ৰকৃত অৰ্থত ধনী হʼবলৈ কিহৰ প্ৰয়োজন?

w০১ ৭/১৫ ২৪ ¶৮, ২৫ ¶২

‘धर्मी आशीष पाते हैं’

धर्मी व्यक्‍ति को एक और तरीके से आशीष मिलती है। “जो काम में ढिलाई करता है, वह निर्धन हो जाता है, परन्तु कामकाजू लोग [“परिश्रमी,” NHT] अपने हाथों के द्वारा धनी होते हैं। जो बेटा धूपकाल में बटोरता है वह बुद्धि से काम करनेवाला है, परन्तु जो बेटा कटनी के समय भारी नींद में पड़ा रहता है, वह लज्जा का कारण होता है।”—नीतिवचन 10:4,5.

राजा के ये शब्द खासकर उन मज़दूरों के लिए मायने रखते हैं जो कटनी के वक्‍त काम करते हैं। कटनी का समय ऊँघने का नहीं होता है बल्कि मेहनत और घंटों तक काम करने का होता है। वाकई वक्‍त की नज़ाकत को देखते हुए परिश्रम करने की बेहद ज़रूरत है।

यीशु ने अपने शिष्यों से कहा: “पक्के खेत तो बहुत हैं पर मजदूर थोड़े हैं। इसलिये खेत के स्वामी [यहोवा परमेश्‍वर] से बिनती करो कि वह अपने खेत काटने के लिये मजदूर भेज दे।” (मत्ती 9:35-38) यहाँ यीशु अनाज की कटनी की बात नहीं कर रहा था बल्कि वह इंसानों की बात कर रहा था। साल 2000 में, 1.4 करोड़ से भी ज़्यादा लोग यीशु की मौत के स्मारक में हाज़िर हुए थे और यह संख्या यहोवा के साक्षियों की संख्या के दुगुनी से भी ज़्यादा थी। तो फिर कौन इस बात को नकार सकता है कि ‘खेत कटनी के लिये पक चुके हैं’? (यूहन्‍ना 4:35) सच्चे उपासक अपने स्वामी से और भी मज़दूर भेजने के लिए प्रार्थना करते हैं, साथ ही वे चेला बनाने के काम को पूरी मेहनत और लगन से करते हैं। (मत्ती 28:19,20) और यहोवा ने उनकी मेहनत पर क्या ही भरपूर आशीष दी है! सन्‌ 2000 के सेवा साल में 2,80,000 से भी ज़्यादा लोगों ने बपतिस्मा लिया है। ये सभी परमेश्‍वर के वचन के सिखानेवाले बनने की पूरी कोशिश कर रहे हैं। आइए हम भी कटनी के इस समय में पूरी तरह से चेला बनाने के काम में जुट जाएँ और इससे खुशी और संतुष्टि पाएँ।

w০১ ৯/১৫ ২৪ ¶৩-৪

‘सच्चाई के मार्ग’ पर चलिए

सुलैमान, धार्मिकता की अहमियत बताते हुए लिखता है: “धनी का धन उसका दृढ़ नगर है; किन्तु गरीब की गरीबी उसके विनाश का कारण है। धार्मिक मनुष्य का परिश्रम उसको जीवन की ओर ले जाता है; पर दुर्जन की कमाई उसको पाप की ओर अग्रसर करती है।”—नीतिवचन 10:15,16, नयी हिन्दी बाइबिल।

जिस तरह दृढ़ नगर की चारदीवारी उसमें रहनेवालों को बहुत-से खतरों से बचाती है ठीक उसी तरह धन-दौलत भी इंसान को जीवन में आनेवाली कई मुश्‍किलों से बचा सकती है। दूसरी तरफ गरीबी, ज़िंदगी के मुश्‍किल हालात को बद से बदतर बना सकती है। (सभोपदेशक 7:12) लेकिन हो सकता है कि इस आयत में सुलैमान एक ऐसे फंदे की ओर इशारा कर रहा हो जिसमें अमीर-गरीब दोनों फँस सकते हैं। एक अमीर आदमी धन-संपत्ति को एक “शहरपनाह” मानकर ज़रूरत से ज़्यादा उस पर भरोसा कर सकता है। (नीतिवचन 18:11) जबकि एक गरीब आदमी अपनी दरिद्रता को अपना नसीब मानकर हाथ-पर-हाथ रखकर बैठ सकता है। इस तरह दोनों ही हालात में एक इंसान परमेश्‍वर के साथ अपने रिश्‍ते की अहमियत भूल सकता है।

it-১ ৩৪০

आशीष, आशीर्वाद

जो आशीष यहोवा इंसानों को देता है। “यहोवा की आशीष ही एक इंसान को अमीर बनाती है और वह उसके साथ कोई दर्द नहीं देता।” (नीत 10:22) यहोवा जिन्हें मंज़ूर करता है, उन्हें आशीष देता है। कैसे? वह उनकी हिफाज़त करता है, उन्हें राह दिखाता है, उनकी ज़रूरतें पूरी करता है और उन्हें कामयाब होने में मदद देता है। यहोवा की आशीष से इंसानों का बहुत भला होता है।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২০.০৮ ১৭ ¶১২

১২ ঈশ্বৰৰ ৰাজ্যত তেওঁৰ লোকসকলে দেখিবলৈ পাব যে হিতোপদেশ ১০:২২ পদত লিখা কথাষাৰ সত্য হয়। ইয়াত এইদৰে কৈছে, “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।” সেইবাবে, তেওঁলোকে দিনক দিনে খ্ৰীষ্টৰ গুণবোৰ বিকশিত কৰিব আৰু সিদ্ধ হৈ পৰিব। (যোহ. ১৩:১৫-১৭; ইফি. ৪:২৩, ২৪) প্ৰতিদিনে তেওঁলোকৰ স্বাস্থ্য আৰু ভাল হʼব আৰু তেওঁলোক শক্তিশালী হৈ পৰিব। তেতিয়া আমাৰ জীৱন আনন্দময় হৈ পৰিব। (ইয়ো. ৩৩:২৫) মৃত লোকসকলৰ আশাৰ ওপৰত ধ্যান কৰিলে আজিও আমি লাভৱান হওঁ। আহক চাওঁ কেনেকৈ?

এপ্ৰিল ২৮–মে’ ৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১১

এনেধৰণৰ কথা নকʼব!

w০২ ৫/১৫ ২৬ ¶৪

खराई, सीधे लोगों की अगुवाई करती है

जिस तरह सीधे लोगों की खराई का लोगों पर असर होता है, उसी तरह दुष्टों की दुष्टता का भी असर पड़ता है। इस्राएल का राजा कहता है: “भक्‍तिहीन जन अपने पड़ोसी को अपने मुंह की बात से बिगाड़ता है, परन्तु धर्मी लोग ज्ञान के द्वारा बचते हैं।” (नीतिवचन 11:9) इस बात को कौन नकार सकता है कि जो दूसरों को बदनाम करते, नुकसानदेह गपशप करते, अश्‍लील बोल-चाल का इस्तेमाल करते और बेफज़ूल की बातें करते हैं, उनसे दूसरों का बुरा होता है? दूसरी तरफ, धर्मी इंसान की बातचीत हमेशा खरी होती है, वह दूसरों की भावनाओं का लिहाज़ करते हुए सोच-समझकर बोलता है। उसका ज्ञान उसे बचाता है क्योंकि अपनी खराई के कारण उसे ऐसे सबूत मिलते हैं जिनसे वह साबित कर सकता है कि उसकी निंदा करनेवाले झूठे हैं।

w০২ ৫/১৫ ২৭ ¶২-৩

खराई, सीधे लोगों की अगुवाई करती है

नगर के जो लोग सीधे मार्ग पर चलते हैं, उनसे समाज में शांति और खुशहाली बढ़ती है और वे दूसरों को भी अच्छा इंसान बनने का बढ़ावा देते हैं। इस तरह नगर में बढ़ती होती है, वह समृद्ध होता जाता है। लेकिन जो लोग दूसरों को बदनाम करते और उनको चोट पहुँचानेवाली और गलत बातें करते हैं, उनसे नगर में कोलाहल मच जाता है, समस्याएँ, फूट और तकलीफें पैदा होती हैं। यह खासकर तब होता है जब ऊँची पदवी रखनेवाले ऐसी बातें करते हैं। तब पूरे नगर में गड़बड़ी और भ्रष्टाचार फैल जाता है, चालचलन गिर जाता है, यहाँ तक कि वह नगर बदहाल हो सकता है।

नीतिवचन 11:11 में दिया गया सिद्धांत, यहोवा के लोगों पर भी उतने ही ज़बरदस्त ढंग से लागू होता है क्योंकि वे भी नगर समान कलीसियाओं में एक-दूसरे के साथ संगति करते हैं। जिस कलीसिया के लोग आध्यात्मिक बातों पर मन लगानेवाले होते हैं यानी जो खराई के मार्ग पर चलनेवाले सीधे इंसान होते हैं, वे हमेशा खुशहाल, जोशीले और मददगार होते हैं और परमेश्‍वर की महिमा करते हैं। ऐसी कलीसिया पर यहोवा आशीष देता है, इसलिए वह आध्यात्मिक रूप से फलती-फूलती है। कलीसिया में शायद एकाध लोग ऐसे भी हों जो कलीसिया के इंतज़ामों से कभी-कभी नाखुश होते, कुड़कुड़ाते, उनकी नुक्‍ताचीनी करते और उनके बारे में कड़वी बातें बोलते हों। वे “कड़वी जड़” की तरह होते हैं जो दूर-दूर तक फैल जाती है। इसलिए वे अच्छे लोगों को भी अपनी ज़हरीली जकड़ में ले लेते हैं। (इब्रानियों 12:15) ऐसे लोग अकसर कलीसिया में अधिकार और बड़ा नाम पाने की ख्वाहिश रखते हैं। वे शायद कलीसिया के लोगों या प्राचीनों के बारे में अफवाहें फैलाएँ कि वे नाइंसाफी कर रहे हैं, जाति को लेकर भेद-भाव कर रहे हैं या ऐसे दूसरे गलत काम कर रहे हैं। उनके मुँह यानी उनकी बातों से सचमुच कलीसिया में फूट पैदा हो सकती है। तो क्या हमें उनकी बातों से कान नहीं फेर लेना चाहिए और ऐसे आध्यात्मिक लोग नहीं बनना चाहिए जो कलीसिया की शांति और एकता को बढ़ावा देते हैं?

w২০.০৩ ২১-২২ ¶১২-১৩

আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া অনুচিত?

১২ যদি এজন ভাই বা ভনীৰ ওচৰত এনে কিছুমান তথ্য আছে, যি আনক কোৱা উচিত নহয়, তেনেহʼলে আপুনি কি কৰিব? উদাহৰণস্বৰূপে, আমাৰ কাম নিষেধ কৰা দেশৰ কোনো ভাই বা ভনীক যদি আপুনি লগ পায়, তেনেহʼলে তেওঁলোকৰ দেশৰ প্ৰচাৰ কাম কেনেকৈ হৈছে, তাৰ বিষয়ে আপুনি সুধিবনে? হয়তো আপোনাৰ প্ৰশ্ন সোধাৰ উদ্দেশ্য ভুল নহয়। আমি সকলোৱে আমাৰ ভাই-ভনীক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ খা-খবৰ জানিব বিচাৰোঁ। তেওঁলোকৰ বিষয়ে স্পষ্টকৈ জানিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমি এয়াও মনত ৰখা উচিত যে এনে ভাই বা ভনীক লগ কৰা সময়ত আমি নিজৰ জিবাক নিয়ন্ত্ৰণ কৰা উচিত। কিয় বাৰু? যদি আমি তেওঁলোকক সেই দেশৰ প্ৰচাৰ কামৰ বিষয়ে কʼবলৈ হেঁচা দিওঁ, তেনেহʼলে আমি তেওঁলোকৰ প্ৰতি প্ৰেম নেদেখুৱাওঁ। আমি সেই দেশৰ ভাই-ভনীসকলক বিপদত পেলোৱাৰ দৰে হʼব। তেওঁ যʼতেই নাযাওক কিয় সেই তথ্য গোপনে ৰখাটো সেই দেশৰ ভাই-ভনীসকলে তেওঁৰপৰা আশা কৰে। আমাৰ বাবে সেই ভাই-ভনীসকলে সমস্যাত পৰাটো আমি নিবিচাৰোঁ। সেই দেশৰ ভাই-ভনীসকলকো মনত ৰখা উচিত যে তেওঁলোকৰ দেশত প্ৰচাৰ কাম কেনেকৈ হয় আৰু সভাবোৰ কেনেকৈ পৰিচালনা কৰা হয়, তাৰ বিষয়ে যাতে আনক নজনায়।

১৩ প্ৰাচীনসকলে হিতোপদেশ ১১:১৩ পদত উল্লেখ কৰা সিদ্ধান্ত পালন কৰি গুপনীয় তথ্যবোৰ গোপনে ৰাখিবলৈ ধ্যান দিয়া উচিত। (পঢ়ক।) বিশেষকৈ বিবাহিত প্ৰাচীনসকলৰ বাবে এয়া কঠিন হʼব পাৰে। এয়া সত্য যে বিবাহিত দম্পতীয়ে এজনে-আনজনৰ লগত কথা পাতিলে তেওঁলোকৰ সম্পৰ্ক দৃঢ় হয়। কিন্তু এজন প্ৰাচীনে কেতিয়াও মণ্ডলীৰ ভাই-ভনীসকলৰ “গুপুত কথা” নিজৰ পত্নীক কোৱা উচিত নহয়। যদি তেওঁ এইদৰে কৰে, তেন্তে ভাই-ভনীসকলে তেওঁৰ ওপৰত বিশ্বাস নকৰিব। প্ৰাচীনসকলক ভৰসা কৰি মণ্ডলীত দায়িত্ব দিয়া হয়, সেইবাবে তেওঁলোকে “দুতলীয়া” বা আনক আঘাত লগা কথা কʼব নোৱাৰে। (১ তীম. ৩:৮) ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে নিজৰ ভাই-ভনীৰ গুপুত কথা আনক কৈ তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰে। এজন প্ৰাচীনে যদি নিজৰ পত্নীক সঁচাকৈ প্ৰেম কৰে, তেনেহʼলে তেওঁ তাই চিন্তিত হোৱা কথা নকʼব, যিটো কথা তাইক জনাৰ প্ৰয়োজন নাই।

আধ্যাত্মিক ৰত্ন বিচাৰক

g২০.০১ ১১, বক্স

হতাশাৰ কেনেকৈ সন্মুখীন হʼম?

“দয়া দেখুৱাওক আৰু হতাশাৰ পৰা বাচি থাকক”

“দয়ালু লোকে নিজ প্ৰাণৰ উপকাৰ কৰে; কিন্তু নিৰ্দ্দয়ে নিজ শৰীৰক কষ্ট দিয়ে”—হিতোপদেশ ১১:১৭.

ডাক্তৰ টিম কেনটʼফাৰৰ কিতাপৰ এটা অধ্যায়ৰ শীৰ্ষক হৈছে, ‘দয়া দেখুৱাওক আৰু হতাশাৰ পৰা বাচি থাকক।’ তাত তেওঁ জনাইছে যে যদি আপুনি আনক দয়া দেখুৱায়, তেনেহʼলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপুনি আনন্দিত থাকিব। আনহাতে যিজন ব্যক্তিয়ে দয়া নেদেখুৱাই বা কঠোৰভাৱে ব্যৱহাৰ কৰে, তেওঁলোকক আনে ভাল নাপাই আৰু তেওঁৰ পৰা আঁতৰি থাকে। সেইবাবে, সেই ব্যক্তিজন আনন্দত নাথাকে।

আনৰ লগতে আমি নিজৰ লগতো কোমলতাৰে ব্যৱহাৰ কৰা উচিত। এইদৰে কৰিলে আমি মনৰ শান্তি পাম। যীচুৱে কৈছিল, “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” (মাৰ্ক ১২:৩১) যীচুৰ এই কথা মানিবলৈ হʼলে প্ৰথমে আমি নিজকে প্ৰেম কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে আমি নিজৰ পৰা বেছিকৈ আশা নকৰিম, নিজৰ লগত কঠোৰভাৱে ব্যৱহাৰ নকৰিম আৰু নিজকে অযোগ্য বুলি নাভাবিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক