ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ৪-৫
  • মে’ ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ৪-৫

মে’ ১২-১৮

হিতোপদেশ ১৩

গীত নং ৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘দুষ্টবোৰৰ চাকিত’ ভুল নাযাব

(১০ মি.)

দুষ্টবোৰৰ ভৱিষ্যতৰ কোনো আশা নাই (হিতো ১৩:৯; it-২-E ১৯৬ ¶২-৩)

এনে লোকসকলৰ লগত সংগতি নকৰিব, যিসকলে বেয়াক ভাল বুলি কʼবলৈ চেষ্টা কৰে (হিতো ১৩:২০; w১২-HI ৭/১৫ ১২-১৩ ¶৩)

যিহোৱাই নম্ৰ লোকসকলক আশীৰ্বাদ দিয়ে (হিতো ১৩:২৫; w০৪-HI ৭/১৫ ৩১ ¶৬)

ছবি: জগতৰ এজন ব্যক্তিৰ ভুল নিৰ্ণয় আৰু কিছুমান সাক্ষীৰ ভাল নিৰ্ণয়। ১. জগতৰ এজন ব্যক্তিয়ে হাতত মদৰ বটল লৈ ক্লাবত নাচি আছে। ২. পাছলৈ তেওঁৰ স্বাস্থ্য বেয়া হয় আৰু ঔষধ লʼবলগীয়া হয়। ৩. ভাই-ভনীসকলে সন্ধিয়াৰ সময়ত একেলগে মিলি আনন্দ কৰি আছে। তেওঁলোকে আনন্দৰে গান গাইছে, নাচি আছে আৰু একেলগে মিলি আহাৰ খাইছে। ৪. পাছদিনাখন তেওঁলোকে একেলগে মিলি প্ৰচাৰ কৰি আছে।

যি লোকসকলে জগতৰ বস্তুবোৰ গোটাবলৈ ব্যস্ত থাকে, তেওঁলোক আনন্দিত যেন লাগিব পাৰে, কিন্তু প্ৰকৃততে এইদৰে নহয়। ইয়াৰ পৰিৱৰ্তে, যিসকলে যিহোৱাৰ ইচ্ছা পূৰ কৰে, তেওঁলোকেহে আনন্দত থাকে

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৩:২৪—প্ৰেম আৰু অনুশাসনৰ বিষয়ে এই পদে আমাক কি শিকাই? (w২১.০২ ৫ ¶১৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৩:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। লোকসকলে চিন্তিত হৈ থকা বিষয়বোৰত কথা পাতক। কিন্তু গৃহস্থই যদি আন বিষয়ত কথা পাতে, তেনেহʼলে তাৰ অনুসৰি বাইবেলৰ পৰা কোনো এটা কথা জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সভালৈ মাতক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৯—বিষয়: যদি লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ কথা শুনে আৰু সন্মান কৰে, তেনেহʼলে তেওঁলোকৰ লাভ হʼব। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৭৭

৭. ‘নম্ৰবিলাকৰ প্ৰদীপ ভালকৈ জ্বলে’

(৮ মি.) আলোচনা।

ঈশ্বৰৰ বাক্যত যি জ্ঞান আৰু বুদ্ধিৰ বিষয়ে কোৱা হৈছে, সেয়া আটাইতকৈ উত্তম। যেতিয়া আমি এই কথাবোৰ পালন কৰোঁ, তেতিয়া আমি ভালদৰে জীৱন-যাপন কৰিব পাৰোঁ আৰু আনন্দত থাকিব পাৰোঁ। এনে আনন্দ যি জগতৰ কোনো বস্তুয়ে আমাক দিব নোৱাৰে।

“এই জগতে আপোনাক সেয়া দিব নোৱাৰে, যি তাৰ ওচৰত নাই” ভিডিঅʼখনৰ এখন দৃশ্য। ভনী গাইনেনচিনাই মাটিত বহি আকাশলৈ চাই আছে।

এই জগতে আপোনাক সেয়া দিব নোৱাৰে, যি তাৰ ওচৰত নাই ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • ভনী গাইনেনচিনাৰ অনুভৱৰ পৰা কেনেকৈ জানিব পাৰি যে “ধাৰ্ম্মিকবিলাকৰ প্ৰদীপ” ‘দুষ্টবোৰৰ চাকিতকৈ’ বহু গুণে উত্তম?—হিতো ১৩:৯

জগতৰ বস্তুবোৰ গোটাবলৈ নিজৰ সময় নষ্ট নকৰিব। আনকি যিহোৱাৰ সেৱা কৰিবলৈ আপুনি যি নিৰ্ণয় লʼলে, তাৰ বাবে দুখ নকৰিব। (১ যোহ ২:১৫-১৭) ইয়াৰ পৰিৱৰ্তে, আপুনি লাভ কৰা জ্ঞানৰ ওপৰত ধ্যান দিয়ক। এই জ্ঞানৰ তুলনাত আন ‘সকলো বস্তুবোৰ মূল্যহীন।ʼ—ফিলি ৩:৮.

পাৰিবাৰিক উপাসনাৰ উপায়:

নিয়মীয়াকৈ পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে ধাৰাবাহিকৰ এখন বা দুখন ভিডিঅʼ চাওক। লগতে এয়াও মন কৰক যে সেই ভিডিঅʼবোৰত দিয়া অনুভৱৰ পৰা কেনেকৈ জানিব পাৰি যে সত্য বহুত মূল্যৱান।

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৭ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ২২-২৫ ¶১-৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৪৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক