ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ৮
  • মে’ ২৬–জুন ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২৬–জুন ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ৮

মে’ ২৬–জুন ১

হিতোপদেশ ১৫

গীত নং ১০২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আনৰ লগত আনন্দ উপভোগ কৰক

(১০ মি.)

যেতিয়া আমাৰ ভাই-ভনীসকলে ডাঙৰ-ডাঙৰ সমস্যাৰ সন্মুখীন হয়, তেতিয়া হয়তো তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ “সকলো দিন” বেয়া আছিল (হিতো ১৫:১৫)

সমস্যাৰ সন্মুখীন হোৱা ভাই-ভনীসকলক অতিথি-সৎকাৰ দেখুৱাওক (হিতো ১৫:১৭; w১০-HI ১১/১৫ ৩১ ¶১৬)

মুখত হাঁহি বিৰিঙাই আৰু ভাল কথা কৈ আমি তেওঁলোকৰ উৎসাহ বঢ়াব পাৰোঁ (হিতো ১৫:২৩, ৩০; w১৮.০৪-HI ২৩-২৪ ¶১৬-১৮)

এহাল ডেকা দম্পতীয়ে এগৰাকী বৃদ্ধ ভনীক লগ কৰি তাইৰ লগত চাহ-জলপান খাই আছে।

নিজকে সোধক: ‘মোৰ মণ্ডলীত এনে কোন আছে, যি সমস্যাৰ সন্মুখীন হৈ আছে? তেওঁৰ উৎসাহ বঢ়াবলৈ মই কি কৰিব পাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৫:২২—ইয়াত দিয়া সিদ্ধান্তৰ সহায়ত মই চিকিৎসাৰ বিষয়ে কেনেকৈ সঠিক নিৰ্ণয় হʼব পাৰোঁ? (ijwbq প্ৰশ্ন ৩৯ ¶৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৫:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) পৰিয়ালৰ বিৰোধৰ সন্মুখীন হোৱা নিজৰ বাইবেল বিদ্যাৰ্থীক উৎসাহিত কৰক। (শিক্ষা অধ্যায় ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৫

৭. সমস্যাৰ সত্বেও আমি আনন্দিত থাকিব পাৰোঁ

(১৫ মি.) আলোচনা।

নিৰাশা, অভাৱ আৰু বস্ত্ৰহীন হোৱাৰ সত্ত্বেও আমি আনন্দত থাকিব পাৰোঁ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক:

  • এই ভাই-ভনীসকলৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২২.০১ ২-৪ ¶১-৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১০০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক