ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ৯
  • জুন ২-৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২-৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ৯

জুন ২-৮

হিতোপদেশ ১৬

গীত নং ৩৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. সঠিক নিৰ্ণয় লʼবলৈ তিনিটা প্ৰশ্ন

(১০ মি.)

যিহোৱাই দিয়া নিৰ্দেশনাবোৰ সঠিক হয় বুলি মই বিশ্বাস কৰোঁনে? (হিতো ১৬:৩, ২০; w১৪-HI ১/১৫ ১৯-২০ ¶১১-১২)

মোৰ নিৰ্ণয়ৰ পৰা যিহোৱা আনন্দিত হʼবনে? (হিতো ১৬:৭)

মই আনৰ কথা শুনি বা তেওঁলোকক চাই নিৰ্ণয় লওঁ নে? (হিতো ১৬:২৫; w১৩-HI ৯/১৫ ১৭ ¶১-৩)

এখন কাপোৰৰ দোকানত এজন বিক্ৰেতাই এজন ডেকা ভাইক এটা কোট দেখুৱাইছে, যি বহুত টাইট হয়। কিন্তু ভাইজনে এনে এটা কোট দেখুৱাবলৈ কৈছে যি সুলাজ।

নিজকে সোধক, ‘এই প্ৰশ্নবোৰৰ যোগেদি মই কাপোৰ পিন্ধা আৰু চুলিৰ ষ্টাইলৰ ক্ষেত্ৰত কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৬:২২—মুৰ্খই ‘অজ্ঞানতাৰ বাবে’ কেনেকৈ শাস্তি পায়? (it-১-E ৬২৯)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৬:১-২০ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এজন ব্যক্তিক জনাওক যে তেওঁ jw.org পৰা কেনেকৈ লাভৱান হʼব পাৰে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৫. পুনৰ লগ কৰক।

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আগতে বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰা এজন ব্যক্তিক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰে নে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৬. ভাষণ

(৫ মি.) km-HI ১৬.১০ ৫¶১-২—বিষয়: হিতোপদেশ ১৬:৩ পদৰ অৰ্থ কি? (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৩২

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২২.০১ ৪-৭ ¶১০-১৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৬৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক