ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ২৩
  • ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • পৃথিৱীত শান্তি—কেনেকৈ সম্ভৱ হʼব?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • ঈশ্বৰে ভৱিষ্যতে কি কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ২৩
প্ৰমোদবনৰ দৃশ্য

ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰৰ ৰাজ্যই সকলো মানৱ চৰকাৰক অন্ত কৰিব আৰু নিজে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। (দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৬:১৪) ইয়াৰ পাছত ঈশ্বৰৰ ৰাজ্যই . . .

  • নিজৰ স্বাৰ্থৰ বাবে আমাক ক্ষতি কৰা দুষ্ট লোকসকলক নাইকিয়া কৰা হʼব। “দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব।”—হিতোপদেশ ২:২২.

  • যুদ্ধৰ অন্ত কৰিব। “[ঈশ্বৰে] পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰে।”—গীতমালা ৪৬:৯.

  • পৃথিৱীত সকলোৱে সুৰক্ষা আৰু সমৃদ্ধি লাভ কৰিব। “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—মীখা ৪:৪.

  • পৃথিৱীখনক প্ৰমোদবনলৈ ৰূপান্তৰ কৰা হʼব। “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব।”—যিচয়া ৩৫:১.

  • সকলোৰে বাবে আনন্দকৰ আৰু অৰ্থপূৰ্ণ কাৰ্য্য থাকিব। “[ঈশ্বৰৰ] মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব। তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব।”—যিচয়া ৬৫:২১-২৩.

  • বেমাৰ-আজাৰ নাথাকিব। “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”—যিচয়া ৩৩:২৪.

  • কোনেও বৃদ্ধ নহʼব। “তাৰ গা লৰাতকৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱন-কাল পাব।”—ইয়োব ৩৩:২৫.

  • মৃতসকলক পুনৰ জীৱিত কৰা হʼব। “যি কালত মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ . . . ওলাব, সেই কাল আহিছে।”—যোহন ৫:২৮, ২৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক