ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ১
  • বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
  • এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ১
এজন বাইবেলৰ লেখক

বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলখন পবিত্ৰ গ্ৰন্থ হিচাপেও জনাজাত আৰু ইয়াত বহুতো উপদেশ পোৱা যায়। বাইবেলে নিজৰ বিষয়ে কি দাবী কৰিছে তালৈ ধ্যান দিয়ক: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) এই দাবীৰ সত্যতাৰ বাবে বহুতো প্ৰমাণ আছে। পৰৱৰ্তী প্ৰমাণবোৰলৈ বিবেচনা কৰক:

  • বাইবেলত বৰ্ণনা কৰা ঐতিহাসিকভাৱে মিল থকা ঘটনাবোৰৰ বিষয়ে কোনেও বৰ্তমানলৈকে প্ৰশ্ন কৰা নাই।

  • বাইবেলৰ লেখকসকল সদাচাৰ আছিল আৰু তেওঁলোকে বিতংভাৱে সকলো কথা বৰ্ণনা কৰিছিল। তেওঁলোকৰ সত্যতা, তেওঁলোকৰ লিখনিত প্ৰকাশ পাইছে।

  • গোটেই বাইবেলখনৰ এটা মূল বিষয় আছে: মানৱজাতিৰ ওপৰত ঈশ্বৰে শাসন কৰাৰ অধিকাৰক সমৰ্থন কৰা আৰু স্বৰ্গীয় ৰাজ্যৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰা।

  • যদিও বাইবেলখন কেইবাহাজাৰ বছৰৰ আগত লিখা হৈছিল কিন্তু সেই সময়ত বহুলভাৱে প্ৰচলিত, ভুল বৈজ্ঞানিক ভাৱধাৰাৰ প্ৰভাৱত পৰা নাছিল।

  • ইতিহাসে প্ৰমাণ কৰে যে বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰ সম্পূৰ্ণৰূপে পূৰ হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক