ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ২
  • বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ২
কোনোবাই নুৰাখনত লিখিছে

বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলৰ বহুতো লেখকে স্বীকাৰ কৰিছে যে তেওঁলোকে লিখা বিষয়বোৰ ঈশ্বৰে লিখিবলৈ তেওঁলোকক পৰিচালিত কৰিছিল। তলৰ উদাহৰণকেইটালৈ লক্ষ্য কৰক:

  • ৰজা দায়ূদ: “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা কলে, তেওঁৰ বাক্য মোৰ জিবাত আছিল।”—২ চমূৱেল ২৩:​১, ২.

  • ভৱিষ্যতবক্তা যিচয়া: “বাহিনীবিলাকৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে।”—যিচয়া ২২:১৫.

  • পাঁচনি যোহন: “যীচু খ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য।”—প্ৰকাশিত বাক্য ১:১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক