ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৩
  • বাইবেলখন বগা মানুহৰ কিতাপ নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখন বগা মানুহৰ কিতাপ নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ঈশ্বৰে মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • বাইবেলখনৰ লেখক মোচি আছিল নেকি?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৩
এজন ব্যক্তিয়ে বাইবেলখন পঢ়িছে

বাইবেলখন বগা মানুহৰ কিতাপ নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলখন ইউৰোপীয় লোকে লিখা নাছিল। ঈশ্বৰে বাইবেল লিখিবলৈ ব্যৱহাৰ কৰা লোকসকল এছিয়া মহাদেশৰ আছিল। বাইবেলে এটা জাতিক, আন এটা জাতিতকৈ শ্ৰেষ্ঠ বুলি গণ্য নকৰে। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্ম-আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক