ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৬
  • ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয় নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয় নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৬
ত্ৰিমূৰ্ত্তি, ফ্ৰান্স

ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয় নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বহুতো খ্ৰীষ্টান গোটে শিক্ষা দিয়ে যে ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয়। কিন্তু এনচাইক্লোপিডিয়া ব্ৰিটেনিকাই কি কৈছে তালৈ ধ্যান দিয়ক: “নতুন নিয়মত নতুবা প্ৰকাশ্য মূলনীতিবোৰৰ কোনো স্থানতে ত্ৰিমূৰ্ত্তি শব্দটো দেখা পোৱা নাযায় . . . কিন্তু লাহে লাহে কেইবা শতিকা আৰু বহুতো বিতৰ্কৰ পাছত এই শিক্ষা প্ৰচলিত হʼবলৈ ধৰিলে।”

মন কৰিবলগীয়া কথা যে বাইবেলত ঈশ্বৰেও নিজকে কোনো ত্ৰিমূৰ্ত্তিৰ অংশ বুলি বৰ্ণনা কৰা নাই। বাইবেলৰ এই পদবোৰলৈ ধ্যান দিয়ক:

“আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা।”—দ্বিতীয় বিবৰণ ৬:৪.

“যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”—গীতমালা ৮৩:১৮.

“একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”—যোহন ১৭:৩.

“ঈশ্বৰ হলে এজনহে।”—গালাতীয়া ৩:২০.

বহুতো খ্ৰীষ্টান গোটে ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয় বুলি কিয় শিক্ষা দিয়ে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক