ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ১৬
  • সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • বিবাহ বন্ধন মজবুদ কৰি ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ১৬
একে লিংগৰ দুজন ব্যক্তিয়ে বিবাহ কৰিছে

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

চৰকাৰৰ নিয়ম-ব্যৱস্থা আৰম্ভণি হোৱাৰ বহু আগতেই আমাৰ সৃষ্টিকৰ্ত্তাই বিবাহৰ লগত জড়িত থকা নিয়ম স্থাপন কৰিছিল। বাইবেলৰ প্ৰথম কিতাপে এইদৰে বৰ্ণনা কৰিছে: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) ৱাইনৰ এক্সপজেটেৰী ডিক্সেনেৰী অৱ বিবলিকেল ৱৰ্ডচৰ অনুসৰি, ইব্ৰী শব্দ “তিৰোতাৰ” বাবে, প্ৰায়ে “স্ত্ৰী” ব্যৱহাৰ কৰা হৈছে। যীচুৱে এই কথাষাৰ নিশ্চিত কৰি বৰ্ণনা কৰিছিল যে কেৱল ‘পুৰুষ আৰু স্ত্ৰীৰ’ মাজতহে বিবাহ হোৱা উচিত।—মথি ১৯:৪.

পুৰুষ আৰু তিৰোতাৰ মাজত হোৱা বিবাহিত জীৱন স্থায়ী আৰু আনন্দিত হোৱাটো ঈশ্বৰৰ উদ্দেশ্য আছিল। পুৰুষ আৰু তিৰোতা এজনে-আনজনৰ পৰিপূৰক হিচাপে সৃষ্টি কৰা হৈছিল, যাতে তেওঁলোকে এজনে-আনজনৰ আবেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে সন্তান জন্ম দিয়াৰ ক্ষমতা ৰাখে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক