২ থিচলনীকীয়া সাৰাংশ ১ নমস্কাৰ (১, ২) থিচলনীকীয়াসকলৰ বিশ্বাস বেগেৰে বাঢ়ি যোৱা (৩-৫) আজ্ঞা নমনা লোকসকলৰ পৰা প্ৰতিশোধ লোৱা হʼব (৬-১০) মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা (১১, ১২) ২ পাপী (১-১২) মজবুত হৈ থকাৰ কাৰণে উৎসাহ (১৩-১৭) ৩ প্ৰাৰ্থনা কৰি থাকা (১-৫) আজ্ঞা নমনা লোকসকলৰ পৰা সাৱধান (৬-১৫) অৱশেষত নমস্কাৰ (১৬-১৮)