ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ১৪-১৫
  • যিহোৱাই আমাক এজন ত্ৰাণকৰ্ত্তা দিছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাক এজন ত্ৰাণকৰ্ত্তা দিছে
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • মিল থকা বিষয়
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ১৪-১৫

যিহোৱাই আমাক এজন ত্ৰাণকৰ্ত্তা দিছে

২৯ সৰ্বপ্ৰথমে সৃষ্টি কৰা আত্মিক পুৰুষজন তেওঁৰ বাবে প্ৰথমজাত পুত্ৰৰ দৰে।

ঈশ্বৰে তেওঁক খুব ভাল পায় আৰু দুষ্টলোকক নাশ কৰিবলৈ আৰু আজ্ঞাকাৰী লোকক পৰিত্ৰাণ দিবলৈ তেওঁক কামত ব্যৱহাৰ কৰিব।—যোহন ৩:​১৬, ৩৬

৩০ যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰকে পৃথিবীত জন্ম লবলৈ পঠালে। তেওঁৰ নাম যীচু। তেওঁৰ মাকৰ নাম মৰিয়ম।—লূক ১:৩০-৩৫

৩১ যীচু ডাঙৰ হৈ অনেকক ভাল শিক্ষা দিলে। তেওঁ এইদৰে শিকালে যে যিহোৱাহে একমাত্ৰ সত্য ঈশ্বৰ।—মাৰ্ক ১২:​২৯, ৩০

যীচুৱে কলে আমি কেৱল যিহোৱাক উপাসনা কৰা উচিত—মথি ৪:১০; যোহন ৪:​২৩, ২৪

তেওঁ মানুহ বিলাকক যিহোৱাৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিলে।—লূক ১৭:​২০, ২১

৩২ যীচুৱে ৰুগীক আৰুগ্য কৰিছিল আৰু বহুতো ভাল কাম কৰিছিল। তেওঁ বেয়া কাম কৰা নাছিল।—পাঁচনিৰ কৰ্ম্ম ১০:৩৮; ১ পিতৰ ২:​২১, ২২

কিন্তু তেওঁ আমাক পাপ আৰু মৃত্যুৰ পৰা কেনেকৈ বাচাব?

৩৩ ভাল মানুহক বচাবৰ কাৰনে তেওঁ ঈশ্বৰৰ প্ৰতি এটা বলিদান দিছিল। প্ৰাচীন সময়ত ঈশ্বৰে মানুহক নিজস্ব পাপৰ কাৰণে পশু বলিদান দিব কৈছিল।—ইব্ৰী ৭:​২৫, ২৭

৩৪ যীচুৱে পশু বলিদান দিয়া নাছিল। তেওঁ আমাৰ কাৰণে নিজকে বলিদান দিছিল।—মথি ২০:২৮; ইব্ৰী ১০:⁠১২

কিয় জানেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক