ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ১৫ পৃষ্ঠা ৩০
  • ঈশ্বৰৰ ইচ্ছাৰে চলিবলৈ আনক সহায় কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ইচ্ছাৰে চলিবলৈ আনক সহায় কৰা
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • আপুনি কেনেকৈ শুভবাৰ্তা জনাব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • শিষ্য বনোৱা কাৰ্য্যত সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ১৫ পৃষ্ঠা ৩০

পাঠ ১৫

ঈশ্বৰৰ ইচ্ছাৰে চলিবলৈ আনক সহায় কৰা

আপুনি যি শিকি আছে তাৰ বিষয়ে আনক কিয় নকয়? (১)

আপুনি কাক শুভবাৰ্ত্ত জনাব? (২)

আপোনাৰ আচাৰণ আনক কি দৰে প্ৰভাবিত কৰিব পাৰে? (২)

কেতিয়া আপুনি মণ্ডলীৰ লগত প্ৰচাৰত ভাগ লব পাৰে? (৩)

১. এতিয়া আপুনি বহুতো ভাল কথা বাইবেলৰ পৰা জানিব পৰিলে। এই জ্ঞানে আপোনাক এজন খ্ৰীষ্টায়ান ব্যক্তিত্বলৈ উন্নত হবলৈ বাট দেখুৱাব। (ইফিচীয়া ৪:২২-২৪) আপোনাক অনন্ত জীৱনৰ অধিকাৰী হবলৈ এই জ্ঞানৰ আৱশ্যক। (যোহন ১৭:৩) যিহেতু আনকো শুভবাৰ্ত্তা জনোৱা দৰকাৰ যাতে তেওঁলোকেও ৰক্ষা পায়। সকলো সত্য খ্ৰীষ্টীয়ানে অন্যক সাক্ষী দিয়া উচিত, এইটো ঈশ্বৰৰ আদেশ।—ৰোমীয়া ১০:১০; ১ কৰিন্থীয়া ৯:১৬; ১ তীমথিয় ৪:১৬।

২. আপুনি আপোনাৰ ওচৰৰ থকা সকলৰ সৈতে আপুনি যি শিকিছে তাৰ অংশ দিব পাৰে। আপোনাৰ পৰিয়াল বৰ্গত থকা বিলাকক, বন্ধু-বান্ধবক, স্কুলৰ লগৰীয়াক, আৰু সহকৰ্ম্মিকো কব পাৰে। যেতিয়া আপুনি তেনে কৰে তেতিয়া নম্ৰ আৰু সহনশীল হোৱা উচিত। (২ তীমথীয় ২:২৪, ২৫) মনত ৰাখিব মানুহে শুনাতকৈ, আপোনাৰ আচাৰ-ব্যৱহাৰ প্ৰতিহে বেছি লক্ষ্য কৰিব। আপোনাৰ ভাল আচৰ-ব্যৱহাৰে তেওঁলোকক আপুনি কোৱা কথাৰ প্ৰতি আকৰ্ষিত কৰিব।—মথি ৫:১৬; ১ পিতৰ ৩:১,২, ১৬।

৩. সময়ত আপুনি স্থানীয় যিহোৱা সাক্ষীৰ মণ্ডলীৰ লগত প্ৰচাৰ কৰিবলৈ যোগ্য হব পাৰে। এইটোয়ে হৈছে আপোনাৰ উন্নতিৰ এটা প্ৰধান কাৰ্য্য। (মথি ২৪:১৪) কিযে আনন্দময় বিষয় হব যেতিয়া আপুনি অন্যক যিহোৱাৰ সেৱক হবলৈ আৰু অনন্ত জীৱন পাব লৈ সহায় কৰিব পাৰিব।—১ থিচলনীকীয়া ২:১৯, ২০।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক