ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ১০ পৃষ্ঠা ২২-২৩
  • ঈশ্বৰৰ বাক্য শুনা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্য শুনা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ১০
    ঈশ্বৰৰ বাক্য শুনক
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হব
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ১০ পৃষ্ঠা ২২-২৩

ভাগ ১০

ঈশ্বৰৰ বাক্য শুনা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে?

মৃত লোকসকলক এই পৃথিৱীত পুনৰ জীৱিত কৰা হʼব। পাঁচনিৰ কৰ্ম্ম ২৪:১৫

পমোদবনত লোকসকলে পুনৰুত্থান হোৱা লোকসকলক আদৰণি জনাইছ

যদি আপুনি ঈশ্বৰৰ বাক্য শুনে, তেনেহʼল আপুনি কি আশীৰ্ব্বাদ লাভ কৰিব তাৰ কল্পনা কৰিব পাৰিবনে? আপুনি সু-স্বাস্থ্যৰ অধিকাৰী হʼব। কোনো ধৰণৰ বেমাৰ-আজাৰ নহʼব। কোনো দুষ্ট লোক নাথাকিব আৰু আপোনাৰ চাৰিওফালে থকা লোকসকলক আপুনি বিশ্বাস কৰিব পাৰিব।

কোনো ধৰণৰ দুখ-কষ্ট, বেদনা আৰু চকুলো নাথাকিব। কোনেও বৃদ্ধ নহʼব আৰু কাৰো মৃত্যু নহʼব।

আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত একেলগে বাস কৰিব। প্ৰমোদবনত জীৱন বৰ আনন্দৰ হʼব।

কোনো ধৰণৰ ভয় নাথাকিব। লোকসকলে সঁচাকৈ আনন্দত বাস কৰিব।

ঈশ্বৰৰ ৰাজ্যই সকলো দুখ-কষ্টৰ অন্ত কৰিব। প্ৰকাশিত বাক্য ২১:৩, ৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক