ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ১২২-১২৩
  • ভাগ ৯-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ৯-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • যিহোয়াদাৰ সাহস
    বাইবেলৰ পৰা শিকোঁ আহা
  • এজন সেনাপতি আৰু এজনী সৰু ছোৱালী
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ১২২-১২৩
এজনী ইস্ৰায়েলী ছোৱালীয়ে কুষ্ঠ ৰোগী নামানৰ পত্নীৰ লগত কথা পাতি আছে

ভাগ ৯-ত কি শিকিম

এই ভাগত আমি এনে লʼৰা-ছোৱালী, ভৱিষ্যবক্তা আৰু ৰজাসকলৰ বিষয়ে শিকিম, যিসকলৰ যিহোৱাৰ ওপৰত মজবুত বিশ্বাস আছিল। চিৰিয়াৰ এজনী সৰু ছোৱালীৰ বিশ্বাস আছিল যে যিহোৱাৰ ভৱিষ্যবক্তাই নামানৰ বেমাৰ ভাল কৰি দিব। ভৱিষ্যবক্তা ইলীচাৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই তেওঁক শত্ৰু সেনাবিলাকৰ পৰা বচাব। মহা-পুৰোহিত যিহোয়াদাই নিজৰ জীৱন বিপদত পেলাই সৰু যোৱাচক তেওঁৰ আইতা অথলিয়াৰ পৰা বচালে, যি এগৰাকী বহুত বেয়া তিৰোতা আছিল। ৰজা হিষ্কিয়াৰ ভৰসা আছিল যে যিহোৱাই যিৰূচালেমক বচাব, সেইবাবে তেওঁ অচূৰীয়াসকলৰ ধমকিলৈ ভয় নকৰিলে। ৰজা যোচিয়াই দেশৰ পৰা মূৰ্তিপূজা দূৰ কৰিলে, মন্দিৰৰ মেৰামতি কৰালে আৰু সত্য উপাসনাক আকৌ আৰম্ভ কৰুৱালে।

আমি কি শিকিবলৈ পাম

  • তুমি যিমানেই সৰু নোহোৱা কিয়, তুমি আনক যিহোৱাৰ বিষয়ে কʼব পাৰা

  • যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি সঠিক কাম কৰিম, তেনেহʼলে তেওঁ আমাক সহায় কৰিব

  • যোনাৰ দৰে যিহোৱাৰ কথা শুনিবা আৰু সকলোবোৰ তুমি বিচৰাৰ দৰে নহʼলেও কথা শুনিবা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক