ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৪৩
  • যিহোৱাৰ দিনলৈ অপেক্ষা কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ দিনলৈ অপেক্ষা কৰা
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • অপেক্ষা কেনেকৈ কৰিব লাগে তাক আপুনি জানেনে?
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৪৩

গীত নং ১৪৩

যিহোৱাৰ দিনলৈ অপেক্ষা কৰা

(ৰোমীয়া ৮:২০-২৫)

  1. ১. নি-শ্চয় ক-ৰি-বা প-বি-ত্ৰ, 

    তো-মাৰ ম-হান নাম যি-হো-ৱা, 

    জা-নোঁ সেই স-ম-য়ৰ মূ-ল্য

    দি-লা চিন-বোৰ শেষ দি-নৰ। 

    (কোৰাচ)

    বাট-চাওঁ যি-হো-ৱা তো-মাৰ প্ৰ-তি-জ্ঞাত,

    হʼ-ব ই-চ্ছা পূ-ৰ্ণ তো-মাৰ,

    আ-নি-বা সেই প-ৰম-দেশ।

  2. ২. তু-মি ক-ৰি-লা নি-যু-ক্ত,

    যী-চু-ৱে ক-ৰি-ব যু-দ্ধ,

    দি-ব শ-ত্ৰুক ন্যা-য়ৰ দ-ণ্ড,

    ক-ৰি-ব দু-ষ্টৰ অ-ন্ত। 

    (কোৰাচ)

    বাট-চাওঁ যি-হো-ৱা তো-মাৰ প্ৰ-তি-জ্ঞাত,

    হʼ-ব ই-চ্ছা পূ-ৰ্ণ তো-মাৰ,

    আ-নি-বা সেই প-ৰম-দেশ।

  3. ৩. আ-ছে যা-ত-নাত এই সৃ-ষ্টি,

    কি-ন্তু চাওঁ বি-শ্বা-সৰ দৃ-ষ্টিত,

    যাঃৰ দিন ও-চৰ চা-পি-ছে-হি,

    দি-ব তেওঁ আ-মাক মু-ক্তি।

    (কোৰাচ)

    বাট-চাওঁ যি-হো-ৱা তো-মাৰ প্ৰ-তি-জ্ঞাত,

    হʼ-ব ই-চ্ছা পূ-ৰ্ণ তো-মাৰ,

    আ-নি-বা সেই প-ৰম-দেশ।

(মথি ২৫:১৩; লূক ১২:৩৬ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক