যিহোৱাৰ সাক্ষীসকলৰ শাখা সন্মিলন
কাৰ্য্যক্ৰম ২০১৬-২০১৭
বিষয়: যিহোৱাৰ প্ৰতি প্ৰেম বজাই ৰাখক!—মথি ২২:৩৭.
ৰাতিপুৱাৰ কাৰ্য্যক্ৰম
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ৫০ আৰু প্ৰাৰ্থনা
১০:০০ প্ৰধান আজ্ঞাক মনত ৰাখক
১০:১৫ ঈশ্বৰক প্ৰেম কৰক, জগতক নহয়
১০:৩০ যিহোৱা ঈশ্বৰৰ নামৰ প্ৰতি প্ৰেম গঢ়ি তুলিবলৈ আনক শিক্ষা দিয়ক
১০:৫৫ গীতৰ সংখ্যা ২ আৰু ঘোষণা
১১:০৫ “যি জনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক”
১১:৩৫ সমৰ্পণৰ ভাষণ
১২:০৫ গীতৰ সংখ্যা ৩৪
আবেলিৰ কাৰ্য্যক্ৰম
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ২৫
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীবুৰুজৰ সাৰাংশ
২:১৫ পিতৃ-মাতৃসকল—যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক
২:৩০ কিশোৰ-কিশোৰীসকল—যিহোৱা ঈশ্বৰ তোমাৰ প্ৰকৃত বন্ধু বুলি প্ৰমাণ কৰা
২:৪৫ গীতৰ সংখ্যা ২৭ আৰু ঘোষণা
২:৫৫ আপুনি আপোনাৰ “প্ৰথম প্ৰেম” ত্যাগ নকৰিব
৩:৫৫ গীতৰ সংখ্যা ৩ আৰু প্ৰাৰ্থনা