খ্ৰীষ্টৰ বিধান পালন কৰাত আশা এৰি নিদিব!
ৰাতিপুৱাৰ কাৰ্য্যক্ৰম
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ১৭ আৰু প্ৰাৰ্থনা
১০:০০ খ্ৰীষ্টৰ বিধান কি?
১০:১৫ খ্ৰীষ্টৰ বিধান পালন কৰক—কোনেও নেদেখাৰ সময়ত
১০:৩০ খ্ৰীষ্টৰ বিধান পালন কৰক—ঘোষণা কাৰ্য্য কৰাৰ সময়ত
১০:৫৫ গীতৰ সংখ্যা ৭০ আৰু ঘোষণা
১১:০৫ খ্ৰীষ্টৰ বিধান—কিয় সকলোতকৈ শ্ৰেষ্ঠ?
১১:৩৫ সমৰ্পণ
১২:০৫ গীতৰ সংখ্যা ৫১
আবেলিৰ কাৰ্য্যক্ৰম
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ৭৬
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীবুৰুজৰ সাৰাংশ
২:১৫ পৰিয়ালত খ্ৰীষ্টৰ বিধান পালন কৰক
২:৩০ স্কুলত খ্ৰীষ্টৰ বিধান পালন কৰক
২:৪৫ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা
২:৫৫ যীচুৱে যেনেকৈ আপোনাক প্ৰেম কৰে, আপুনিও তেনেকৈ আনক প্ৰেম কৰক
৩:৫৫ গীতৰ সংখ্যা ১৩ আৰু প্ৰাৰ্থনা