ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/৯৯ পৃষ্ঠা ৩
  • আপুনি উদ্দেশ্যপূৰ্ণ সহায় আগবঢ়াব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি উদ্দেশ্যপূৰ্ণ সহায় আগবঢ়াব পাৰেনে?
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ‘যিসকল তিৰোতাই প্ৰভুত কঠোৰ পৰিশ্ৰম কৰে’
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/৯৯ পৃষ্ঠা ৩

আপুনি উদ্দেশ্যপূৰ্ণ সহায় আগবঢ়াব পাৰেনে?

১ পাঁচনি পৌলে মণ্ডলীৰ সকলো সদস্যকে “পৰস্পৰে হিত চিন্তা” কৰিবলৈ উপদেশ দিছিল। (১ কৰি. ১২:২৫) এইবাবে, আমি এজনে আনজনৰ প্ৰতি ব্যক্তিগত ইচ্ছা প্ৰকাশ কৰা উচিত আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া প্ৰেমেৰে সাহাৰ্য্য কৰিবলৈ আগ্ৰহী হোৱা আৱশ্যক। উদাহৰণস্বৰূপে, আমাৰ কিছুমান আধ্যাত্মিক ভনীয়ে নিজ লৰা-ছোৱালীক অকলে সত্যত ডাঙৰ-দীঘল কৰিছে। এই ভনীসকলে নিজ সন্তানক আধ্যাত্মিকত প্ৰশিক্ষণ দিবলৈ গভীৰ দায়িত্ব বহন কৰিছে। তেওঁলোকৰ “অভাৱ দূৰ কৰা কথাত,” নিশ্চয়ে আমাৰ দয়াৰ সমৰ্থন আৰু কাৰ্য্যকাৰী সহায় পোৱাৰ যোগ্য। (ৰোমী. ১২:১৩ক) আপুনি তেওঁলোকলৈ সহায় আগবঢ়াব পাৰেনে?

২ আপুনি সহায় কৰিব পৰা পথসমূহ: সভা আৰু সন্মিলনসমূহত যাত্ৰা কৰিবলৈ যিসকলে পাব্লিক পৰিবহনত নিৰ্ভৰ কৰিবলগীয়া হয়, আপোনাৰ সৈতে গাড়ীত আহিবলৈ নিমন্ত্ৰণ দি সেই পৰিয়ালসকলৰ ভালেমান আৰ্থিক খৰচ কম কৰিব পাৰে। এজনী মাতৃয়ে সভাত সম্পূৰ্ণৰূপে লাভৱান হবলৈ মাতৃগৰাকীৰ শিশুক চোৱা-চিতা কৰি সহায় কৰিব পাৰে। একেইদৰে যেতিয়া মাতৃ গৰাকীয়ে শিশুৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লয়, তাইৰ শিশুক চোৱা-চিতা কৰিবলৈ সহায় আগবঢ়াই কিছু উপশম দিব পাৰে। এইদৰে শিশুৰ প্ৰতি আন্তৰিক ইচ্ছা প্ৰকাশ কৰি তেওঁলোকৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰে আৰু আমাৰ যুৱক-যুৱতীসকলক যথাৰ্থৰূপে প্ৰভাৱিত কৰিব পাৰে। কোনো কোনো সময়ত একজনক পিতৃ বা মাতৃক আধ্যাত্মিৰূপে স্ফুৰ্ত্তিদায়ক কৰি তুলিবলৈ আপোনাৰ সৈতে পৰিয়াল অধ্যয়নত অংশ লবলৈ আমন্ত্ৰণ জনাব পাৰে।

৩ বিবেচনাশীল হওঁক: যিসকলে ইয়াৰ বাবে প্ৰয়োজনীয়তা অনুভৱ নকৰে তেওঁলোকক যাতে বলেৰে সহায় কৰা উচিত নহয়, তাৰ প্ৰতি আমি সাৱধান হোৱা আৱশ্যক। নতুবা আমি কোনো সহায় আৱশ্যক নোহোৱাকৈ কোনো ব্যক্তিৰ পৰিয়ালৰ বিষয়ত হস্তক্ষেপ কৰিম। অৱশ্যে, ভনীসকল আৰু বিবাহিত দম্পতীসকলে যি ভনীক সহায়ৰ আৱশ্যক তেওঁলোকক সাহাৰ্য্য আগবঢ়াব পাৰে।

৪ সকলো খ্ৰীষ্টান ভাই-ভনীসকলক এজনে আনজনৰ প্ৰতি “অতিথি-সেৱাত ৰত” হবলৈ উৎসাহিত কৰা হৈছে। (ৰোমী. ১২:১৩খ) আমাৰ আধ্যাত্মিক ভাই ভনীসকললৈ সহায় আগবঢ়াই এক প্ৰকাৰে আমাৰ মাজত থকা খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ কৰোঁ।​—⁠যোহ. ১৩:⁠৩৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক