ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০১ পৃষ্ঠা ১
  • বাইবেল অধ্যয়ন পৰিচলনা কৰাৰ কি লক্ষ্য হোৱা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল অধ্যয়ন পৰিচলনা কৰাৰ কি লক্ষ্য হোৱা উচিত?
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সভাবোৰত উপস্থিত হ’বলৈ আনক সহায় কৰক
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০১ পৃষ্ঠা ১

বাইবেল অধ্যয়ন পৰিচলনা কৰাৰ কি লক্ষ্য হোৱা উচিত?

১ আমি কিয় বাইবেল অধ্যয়ন পৰিচালনা কৰোঁ? আমি লোকসকলৰ জীৱন উন্নতি বা এক উজ্জ্বল ভৱিষ্যতৰ আশাৰ জ্ঞান প্ৰদান কৰাৰ বাবেহে কেৱল তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰোঁনে? নিশ্চয়ে নহয়। আমাৰ তেনে কৰাৰ লক্ষ্য হৈছে তেওঁলোকক যীচুৰ শিষ্য বনোৱা! (মথি ২৮:⁠১৯; পাঁচ. ১৪:⁠২১) সেইবাবে যিসকলৰ সৈতে আমি অধ্যয়ন কৰোঁ, তেওঁলোকে মণ্ডলীৰ সৈতে সঙ্গতি কৰা আৱশ্যক। তেওঁলোকৰ আধ্যাত্মিক উন্নতি পোনচাটেই খ্ৰীষ্টান সংগঠনৰ মুল্যাঙ্কণ কৰাৰ সৈতে জড়িত আছে।

২ আমি কেনেকৈ সেই লক্ষ্যত উপনীত হʼব পাৰোঁ: অধ্যয়নৰ আৰম্ভণীৰ পৰা সেই নতুন ব্যক্তিজনক মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ জোৰ দিয়া আৱশ্যক। (ইব্ৰী ১০:⁠২৪, ২৫) তেওঁক বৰ্ণনা কৰি কওঁক যে সেই সভাসমূহে তেওঁক কেনেকৈ বিশ্বাসত শক্তিশালী, ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ আৰু যিহোৱাক স্তুতি কৰা সকলৰ সৈতে সঙ্গতি কৰি লাভৱান হʼব। (গীত. ২৭:⁠১৩; ৩২:⁠৮; ৩৫:⁠১৮) মণ্ডলী আৰু সভাসমূহৰ প্ৰতি থকা আপোনাৰ ব্যক্তিগত প্ৰেমৰ অভিব্যক্তি আৰু প্ৰশংসাই সেই ব্যক্তিজনক সভাবোৰত উপস্থিত হʼবলৈ আগ্ৰহী কৰিব।

৩ নতুনকৈ অহা ব্যক্তিসকলে যিহোৱাৰ সংগঠনক অন্তৰাষ্ট্ৰীয় ভাতৃত্বসমাজৰ দ্বাৰা গঠিত বুলি বুজা আৱশ্যক। তেওঁলোকক যিহোৱাৰ সাক্ষীসকলৰ সংগঠন যিহোৱাৰ নামৰ ওপৰত আধাৰিত (ইংৰাজী) আৰু আমাৰ সমুদায় ভাতৃত্বসমাজ (ইংৰাজী) নামৰ ভিডিঅখন দেখুৱাওক। তেওঁলোকক যিহোৱাই নিজৰ ইচ্ছাক পূৰণ কৰিবলৈ লাখ-লাখ সমৰ্পিত ব্যক্তিসকলক ব্যৱহাৰ কৰাক মুল্যাঙ্কণ কৰিবলৈ সহায় কৰক। তদুপৰি তেওঁলোকক জানিবলৈ দিয়ক যে তেওঁলোককো সেইজন ঈশ্বৰক সেৱা কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে।​—⁠যিচ. ২:⁠২, ৩.

৪ যেতিয়া বাইবেল বিদ্যাৰ্থীসকলে যীচুৰ প্ৰকৃত শিষ্য হৈ পৰিব তেতিয়া সেইটো কিমান যে আনন্দৰ কাৰণ হʼব। এইটোৱে হৈছে আমাৰ লক্ষ্য!​—⁠৩ যোহ. ৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক