ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৫
  • যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • সময় ৰেখা
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইজ্ৰা ১-৫

যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে

ছপা সংস্কৰণ
ইস্ৰায়েলীসকলে যিৰূচালেম মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল

যিৰূচালেম মন্দিৰত সত্য উপাসনা পুনৰস্থাপন কৰাৰ বিষয়ে যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল। কিন্তু বাবিলৰপৰা উভতি অহাৰ পাছত, নিৰ্মাণ কাৰ্য্যৰ বাবে বহুতো বাধা আহিছিল। এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰিবলৈ ৰাজ আজ্ঞাও দিয়া হৈছিল। নিৰ্মাণ কাৰ্য্য কেতিয়াও সম্পূৰ্ণ হৈ নুঠিব বুলি বহুতোলোকে ভাবিছিল।

  1. প্ৰায় খৃ.পূ. ৫৩৭

    মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে কোৰচ ৰজাৰ আদেশ

  2. ৩:৩

    সাত মাহ

    বেদীৰ নিৰ্মাণ; বলিদান দিছিল

  3. ৩:১০, ১১

    খৃ.পূ. ৫৩৬

    ভিত্তিমূল স্থাপন

  4. বিৰোধৰ সময়

  5. ৪:২৩, ২৪

    খৃ.পূ. ৫২২

    অৰ্তক্ষত্ৰ ৰজাই নিৰ্মাণ কাৰ্য্য বন্ধ কৰিছিল

  6. ৫:১, ২

    খৃ.পূ. ৫২০

    নিৰ্মাণ কাৰ্য্য পুনৰ আৰম্ভ কৰিবলৈ জখৰিয়া আৰু হগ্গয়ে লোকসকলক উৎসাহিত কৰিছিল

  7. ৬:১৫

    খৃ.পূ. ৫১৫

    মন্দিৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক