ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | জখৰিয়া ১-৮
‘এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰিব’
৮:২০-২৩
জাতিবিলাকৰ মাজৰ আটাই ভাষা কোৱা দহজন লোকে এজন যিহূদীৰ কাপোৰৰ আঁচল ধৰি এইদৰে কʼব: “আমি তোমালোকৰ লগত যাম।” এই শেষ-কালত সকলো জাতিৰ লোকসকলে অভিষিক্ত লোকসকলৰ লগত যিহোৱাৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে
বৰ্তমান সময়ত অন্য মেৰৰ লোকসকলে অভিষিক্তসকলক কেনেকৈ সহায় কৰিছে?
তেওঁলোকে উৎসাহেৰে ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰে
তেওঁলোকে আন্তৰিকতাৰে দান-বৰঙণি আগবঢ়ায়