ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • পূৰ্বীয় ইউৰূপত সত্য উপাসনাৰ বৃদ্ধি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সত্য উপাসনা কৰি আনন্দিত থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৬
এজন ভাইয়ে দান-বৰঙণীৰ বাকচত দান দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ২৯-৩০

যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ

৩০:১১-১৬

পবিত্ৰ-স্থান নিৰ্মাণ কৰাৰ সময়ত ধনী বা দুখীয়া সকলোৱে, যিহোৱাৰ উপাসনাক সমৰ্থন কৰিবলৈ দান দিয়াৰ সন্মান লাভ কৰিছিল। বৰ্তমান সময়ত যিহোৱাৰ উপাসনাক আপুনি কেনেকৈ সমৰ্থন কৰিব পাৰে? এটা উপায় হৈছে যিহোৱাৰ সেৱাত ব্যৱহাৰ হোৱা ৰাজ্যগৃহ, সন্মিলন ভৱন, দূৰবৰ্ত্তী অনুবাদ কাৰ্য্যালয় আৰু বেথেল গৃহৰ বাবে দান দিয়াৰ যোগেদি।

সত্য উপাসনাক সমৰ্থন কৰাৰ বিষয়ে, তলত উল্লেখ কৰা পদবোৰৰপৰা আমি কি শিকিব পাৰোঁ?

  • ১বং ২৯:৫

  • মাৰ্ক ১২:৪৩, ৪৪

  • ১কৰি ১৬:২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক