ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ৬
  • যীচুৱে লোকসকলক প্ৰেম কৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে লোকসকলক প্ৰেম কৰিছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ৬
যীচুৱে এজন কুষ্ঠ ৰোগীক সুথ কৰিছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৮-৯

যীচুৱে লোকসকলক প্ৰেম কৰিছিল

গালীলৰ বিভিন্ন অঞ্চলত যীচুৱে কৰা সেৱাৰ কিছু অংশৰ বিষয়ে মথি ৮ আৰু ৯ অধ্যায়ত বৰ্ণনা কৰা হৈছে। লোকসকলক সুস্থ কৰাৰ সময়ত যীচুৱে কেৱল শক্তি প্ৰদৰ্শন কৰিছিল এনে নহয়, কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে যীচুৱে আন লোকসকলৰ প্ৰতি দয়া আৰু প্ৰেম দেখুৱাইছিল।

  1. গালীলৰ বিভিন্ন অঞ্চলত যীচুৱে লোকসকলক সুথ কৰিছিল

    ১. যীচুৱে এজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল।—মথি ৮:১-৩

  2. ২. যীচুৱে এজন সেনাপতিক সুস্থ কৰিছিল।—মথি ৮:৫-১৩

    তেওঁ পিতৰৰ শাহুৱেকক সুস্থ কৰিছিল।—মথি ৮:১৪, ১৫

    তেওঁ বহুতোলোকক দুষ্ট আত্মাৰ প্ৰভাৱৰপৰা মুক্ত কৰিছিল আৰু তেওঁলোকক সুস্থ কৰিছিল।—মথি ৮:১৬, ১৭

  3. ৩. যীচুৱে দুষ্ট আত্মাবোৰক বাহিৰ কৰিছিল আৰু সিঁহতক গাহৰিৰ জাকলৈ পঠাই দিছিল।—মথি ৮:২৮-৩২

  4. ৪. যীচুৱে এজন জঠৰ বা পেৰেলাইচ হোৱা ৰোগীক সুস্থ কৰিছিল।—মথি ৯:১-৮

    যীচুৱে তেওঁৰ কাপোৰ স্পৰ্শ কৰা এগৰাকী তিৰোতাক সুস্থ কৰিছিল আৰু যায়ীৰ নামৰ ব্যক্তিজনৰ ছোৱালীজনীক পুনৰুত্থান কৰিছিল।—মথি ৯:১৮-২৬

    তেওঁ অন্ধ আৰু বোবা লোকসকলক সুস্থ কৰিছল।—মথি ৯:২৭-৩৪

  5. ৫. যীচুৱে গাৱেঁ গাৱেঁ আৰু নগৰে নগৰে ভ্ৰমণ কৰি, বিভিন্ন ধৰণৰ ৰোগ আৰু শাৰীৰিক দুৰ্ব্বলতাবোৰ নিৰাময় কৰিছিল।—মথি ৯:৩৫, ৩৬

মোৰ আশে-পাশে থকা লোকসকলক আৰু বেছিকৈ মই কেনেকৈ প্ৰেম আৰু দয়া দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক