ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ২
  • ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • “দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?
    পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ২

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ

যীচুৱে লোকসকলক গুৰুত্বপূৰ্ণ আধ্যাত্মিক বিষয়বোৰ শিকাবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰিছিল। কিন্তু কেৱল নম্ৰ লোকসকলে তেওঁ শিকোৱা বিষয়বোৰ বুজি পাইছিল আৰু নিজৰ জীৱনত প্ৰয়োগ কৰিছিল। (মথি ১৩:১০-১৫) ঈশ্বৰৰ ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা প্ৰতিটো দৃষ্টান্তৰ বিষয়ে আলোচনা কৰোঁতে নিজকে এইদৰে সোধক: মই এই দৃষ্টান্তৰপৰা কেনেকৈ উপকৃত হʼব পাৰিম? ইয়ে মোৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰা উচিত?

সৰিয়হ গুটি, খমিৰ, এজন সদাগৰ

ঈশ্বৰৰ ৰাজ্য . . .

  • “এটি সৰিয়হ গুটিৰ নিচিনা।”—মথি ১৩:৩১, ৩২; w১৪-HI ১২/১৫ ৮ ¶৯.

  • ‘খমিৰৰ’ নিচিনা।—মথি ১৩:৩৩; w১৪-HI ১২/১৫ ৯-১০ ¶১৪-১৫.

  • ‘লুকুৱাই থোৱা ধন’ আৰু “এজন সদাগৰৰ নিচিনা।”—মথি ১৩:৪৪-৪৬; w১৪-HI ১২/১৫ ১০ ¶১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক