ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ৭
  • শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক

এজন যিহোৱাৰ সাক্ষীয়ে বাইবেল আৰু বচাৰ ব্যৱহাৰ কৰি এজন ব্যক্তিক ৰাজ্যৰ শুভবাৰ্ত্তা জনাইছ

শিষ্য বনোৱা কাৰ্য্যক এটা ঘৰ নিৰ্ম্মাণ কৰাৰ লগত তুলনা কৰিব পাৰি। ঘৰ নিৰ্ম্মাণ কৰাৰ বাবে সঁজুলিবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকা উচিত। ঠিক সেইদৰে, আমাৰ মূল সঁজুলি বাইবেলখন ব্যৱহাৰ কৰাত আমি নিপুণ হোৱা উচিত। (২তীম ২:১৫) ইয়াৰ উপৰিও, শিষ্য বনোৱা কাৰ্য্যত সহায় কৰা শিক্ষাদানৰ সঁজুলিৰ বাকচৰ বিভিন্ন প্ৰকাশন আৰু ভিডিঅʼবোৰ আমি ভালদৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজন।a

শিক্ষাদানৰ সঁজুলিৰ বাকচত উল্লেখ কৰা প্ৰকাশনবোৰ আপুনি কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে? (১) প্ৰচাৰ সমূহৰ অধ্যক্ষক সহায়ৰ বাবে সোধক, (২) অনুভৱী প্ৰচাৰক বা অগ্ৰগামী সেৱকৰ লগত ঘোষণা কাৰ্য্যত ভাগ লওক আৰু (৩) বাৰে বাৰে অভ্যাস কৰক। যেতিয়া আপুনি প্ৰকাশনবোৰ আৰু ভিডিঅʼবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ নিপুণ হʼব, তেতিয়া আপুনি বৰ্তমানে হৈ থকা নিৰ্ম্মাণ কাৰ্য্যত আৰু বেছিকৈ আনন্দ লাভ কৰিব পাৰিব।

ব্ৰচাৰ

ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছ?
ঈশ্বৰৰপৰা এটা ভাল খবৰ!

কিতাপ

বাইবেলে পকৃততে কি শিকায়?
ঈশ্বৰৰ পমত কেনেকৈ থাকিব

ট্ৰেক্ট

আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
সুখী পৰিয়ালৰ ৰহস্য কি?
এই পৃথিৱীখনক পকৃততে কোনে শাসন কৰিছ?
দুখ-কষ্টৰ অন্ত হ’বনে?
মৃত লোকসকল পুনৰ জীৱিত হ’বনে?
ঈশ্বৰৰ ৰাজ্য কি হয়?
জীৱনৰ গুৰুপূৰ্ণ পনবোৰৰ উত্তৰ আমি ক’ত বিচাৰি পাম?

ভিডিঅ’

বাইবেল কিয় অধ্যয়ন কৰা উচিত?
বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়?
যিহোৱাৰ সাক্ষীসকল— আমি কোন হওঁ?

নিমন্ত্ৰণ-পত্ৰ

মডলীৰ সভাবোৰৰ বাবে নিমত্ৰণ

যোগাযোগৰ কাৰ্ড

যোগাযোগৰ কাৰ্ড

a বিশেষকৈ পৰিয়াল, লʼৰা-ছোৱালী, কিশোৰ-কিশোৰী বা যিসকলৰ বিশ্বাস বেলেগ অথবা ঈশ্বৰক বিশ্বাস নকৰে, এনে লোকসকলৰ বাবে প্ৰস্তুত কৰা কিছুমান প্ৰকাশন শিক্ষাদানৰ সঁজুলিৰ বাকচত নাই। এইবোৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক